সমললৈ যাওক

২০০১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ২০০১ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০০১
ভাৰত
১৯৯৬ ←
→ ২০০৬

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৫.০৫%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা তৰুণ গগৈপ্ৰফুল্ল কুমাৰ মহন্ত
দল কংগ্ৰেছ অগপ
নেতাৰ আসন তিতাবৰবঢ়মপুৰ

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

২০০১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ একাদশ বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৫.০৫%। এই নিৰ্বাচনে গুপ্তহত্যা, বিত্তীয় সংকট আদিয়ে জুৰুলা কৰা অসম গণ পৰিষদৰ চৰকাৰখনৰ পতন মাতি আনিছিল। ৭১খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ২০খন আসন লাভ কৰি অগপই বিৰোধীৰ আসনত বহে।[1]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

২০০১ চনৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জোটবন্ধন কৰে, যাৰবাবে তেওঁলোকৰ পূৰ্বৰ জোটবন্ধনৰ অংশীদাৰী দল চি.পি.আই. আৰু চি.পি.আই. (এম) আঁতৰি যায়। অগপ আৰু বিজেপিৰ মিত্ৰতাই কংগ্ৰেছৰ বাবে প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল; যাৰবাবে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সৰু সৰু দলবোৰৰ সৈতে মিত্ৰতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। কংগ্ৰেছে ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিয়ে আৰু ৩৯.৭৫ শতাংশ ভোটৰে ৭১খন আসনত জয়ী হয়। অগপই লাভ কৰা আসনৰ সংখ্যা আছিল ২০খন আৰু তেওঁলোকৰ ভোটৰ শতাংশ হ’ল ২০.০২। আনহাতে ৯.৩৫ শতাংশ ভোট লাভেৰে বিজেপিয়ে ৮খন আসনত দখল সাব্যস্ত কৰি তৃতীয় স্থানত থাকে।[2]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল

[সম্পাদনা কৰক]

এইটো নিৰ্বাচনত মুঠ ২৭টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰে ৫টা ৰাষ্ট্ৰীয়, ১২টা ৰাজ্যিক আৰু ১০টা পঞ্জীভূক্ত, কিন্তু নিৰ্বাচন আয়োগৰ স্বীকৃতি নোপোৱা দল আছিল। ৩৯৩জন লোকে নিৰ্দলীয় সদস্যৰূপে অৱতীৰ্ণ হয় আৰু ইয়াৰে ১৯জন বিধানসভালৈ নিৰ্বাচিত হৈ আহে।[1]

ক্ৰমিক নংদলৰ নামদলৰ স্থিতিপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
১ভাৰতীয় জনতা পাৰ্টিৰাষ্ট্ৰীয় দল৪৬৮
২ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰাষ্ট্ৰীয় দল১৯০
৩ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰাষ্ট্ৰীয় দল২২০
৪ভাৰতীয় জাতীয় কংগ্ৰেছৰাষ্ট্ৰীয় দল১২৬৭১
৫ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰাষ্ট্ৰীয় দল৬২৩
৬অসম গণ পৰিষদৰাজ্যিক দল৭৭২০
৭সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰাজ্যিক দল২৩১
৮স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি (প্ৰগতিশীল)ৰাজ্যিক দল৫০
৯স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত)ৰাজ্যিক দল৫২
১০ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন)ৰাজ্যিক দল৯০
১১জনতা দল (চেকুলাৰ)ৰাজ্যিক দল৫০
১২জনতা দল (সংযুক্ত)ৰাজ্যিক দল৬০
১৩মুছলিম লীগ কেৰালা ষ্টেট কমিটিৰাজ্যিক দল৬০
১৪ৰাষ্ট্ৰীয় জনতা দলৰাজ্যিক দল৬০
১৫ৰিভ’লুশ্যনাৰী ছচিয়েলিষ্ট পাৰ্টিৰাজ্যিক দল৩০
১৬সমতা পাৰ্টিৰাজ্যিক দল১৯১
১৭সমাজবাদী পাৰ্টিৰাজ্যিক দল২৩১
১৮আমৰা বাঙালীপঞ্জীভূক্ত (অস্বীকৃত) দল১০
১৯লোক জনশক্তি পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল১১০
২০লোক শক্তিপঞ্জীভূক্ত (অস্বীকৃত) দল৩০
২১পিপ’লচ্ ডেমোক্ৰেটিক ফ্ৰণ্টপঞ্জীভূক্ত (অস্বীকৃত) দল৭০
২২ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী)পঞ্জীভূক্ত (অস্বীকৃত) দল২০
২৩সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়)পঞ্জীভূক্ত (অস্বীকৃত) দল৮০
২৪ইউনাইটেড বড়ো নেচনেলিষ্ট লিবাৰেচন ফ্ৰণ্টপঞ্জীভূক্ত (অস্বীকৃত) দল১৩০
২৫সংযুক্ত সংখ্যালঘূ মৰ্চা, অসমপঞ্জীভূক্ত (অস্বীকৃত) দল৯০
২৬ইউনাইটেড ৰিজাৰ্ভেচন মুভমেণ্ট কাউঞ্চিল অফ আছাম (URMCA)পঞ্জীভূক্ত (অস্বীকৃত) দল৭০
২৭ইউনাইটেড ট্ৰাইবেল নেচনেলিষ্টচ্ লিবাৰেচন ফ্ৰণ্টপঞ্জীভূক্ত (অস্বীকৃত) দল১০
২৮নিৰ্দলীয়৩৯৩১৯

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
১ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰথিছ ৰঞ্জন চৌধুৰীনিৰ্দলীয়
২পাঠৰকান্দিমণিলাল গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
৩কৰিমগঞ্জ উত্তৰমিচন ৰঞ্জন দাসভাৰতীয় জনতা পাৰ্টি
৪কৰিমগঞ্জ দক্ষিণচিদ্দিক আহমেদসমতা পাৰ্টি
৫বদৰপুৰজামাল উদ্দিন আহমেদসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
৬হাইলাকান্দিচাহাবুদ্দিন চৌধুৰীনিৰ্দলীয়
৭কাটলিচেৰাগৌতম ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
৮আলগাপুৰচহিদুল আলম চৌধুৰীঅসম গণ পৰিষদ
৯শিলচৰবিমলাংশু ৰয়ভাৰতীয় জনতা পাৰ্টি
১০সোণাইআনোৱাৰ হুছেইন লস্কৰসমাজবাদী পাৰ্টি
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্যভাৰতীয় জনতা পাৰ্টি
১২উদৰবন্দঅজিত সিংভাৰতীয় জাতীয় কংগ্ৰেছ
১৩লক্ষীপুৰদীনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪বৰখলামিচবাহুল ইছলাম লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৫কাটিগড়াকালি ৰঞ্জন দেৱভাৰতীয় জনতা পাৰ্টি
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাছাভাৰতীয় জাতীয় কংগ্ৰেছ
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতিস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত)
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ধৰমসিং টেৰংস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত)
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যাসিং ইংলেংভাৰতীয় জাতীয় কংগ্ৰেছ
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰূপন সিং ৰংহানভাৰতীয় জাতীয় কংগ্ৰেছ
২১মানকাচৰহোচেনাৰা ইছলামৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
২২শালমাৰা দক্ষিণৱাজেদ আলি চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ধুবৰীনাজিবুল ওমৰভাৰতীয় জাতীয় কংগ্ৰেছ
২৪গৌৰীপুৰবনেন্দ্ৰ কুমাৰ মুছাহাৰীঅসম গণ পৰিষদ
২৫গোলোকগঞ্জদীনেশ চন্দ্ৰ সৰকাৰভাৰতীয় জনতা পাৰ্টি
২৬বিলাসীপাৰা পশ্চিমআলি আকবৰ মিঞাঅসম গণ পৰিষদ
২৭বিলাসীপাৰা পূবপ্ৰশান্ত কুমাৰ বৰুৱাঅসম গণ পৰিষদ
২৮গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হেমেন্দ্ৰনাথ ব্ৰহ্মনিৰ্দলীয়
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্মনিৰ্দলীয়
৩১চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মতিন্দ্ৰ বসুমতাৰীনিৰ্দলীয়
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ
৩৩বিজনীৰোমিঅ’ ব্ৰহ্মনিৰ্দলীয়
৩৪অভয়াপুৰী উত্তৰভূপেন ৰায়অসম গণ পৰিষদ
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
চন্দন কুমাৰ সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰণয় ৰাভাভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭গোৱালপাৰা পূবচাদিদ মজুমদাৰৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৮গোৱালপাৰা পশ্চিমশেখ চাহ আলমৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৯জলেশ্বৰআফটাবুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ
৪০সৰভোগচামচুল হকনিৰ্দলীয়
৪১ভবানীপুৰসৰ্বানন্দ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৪২পাটাচাৰকুচিপবিন্দ্ৰ ডেকানিৰ্দলীয়
৪৩বৰপেটাইছমাইল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪জনীয়াআচাহক আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫বাঘবৰদিলদাৰ ৰেজ্জাভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬সৰুক্ষেত্ৰীতাৰাপ্ৰসাদ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭চেঙাচুকুৰ আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গোপীনাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ছয়গাঁওৰাণা গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৫০পলাশবাৰীপ্ৰণৱ কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৫১জালুকবাৰীহিমন্ত বিশ্ব শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৫২দিশপুৰৰবীন বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩গুৱাহাটী পূবপঙ্কজ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪গুৱাহাটী পশ্চিমহেমন্ত তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫হাজোহৰেন দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬কমলপুৰউত্তৰা কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ৰঙিয়াভূবনেশ্বৰ কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৮তামুলপুৰবিশ্বজিৎ দৈমাৰীনিৰ্দলীয়
৫৯নলবাৰীমদন কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
৬০বৰক্ষেত্ৰীভূমিধৰ বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ধৰ্মপুৰনীলমণি সেন ডেকাভাৰতীয় জাতীয় কংগ্ৰেছ
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পানীৰাম ৰাভাভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
তজেন বসুমতাৰীনিৰ্দলীয়
৬৪পানেৰীকমলী বসুমতাৰীনিৰ্দলীয়
৬৫কলাইগাঁওনাথু বড়োনিৰ্দলীয়
৬৬ছিপাঝাৰজয়নাথ শৰ্মাঅসম গণ পৰিষদ
৬৭মঙ্গলদৈবসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮দলগাঁওআব্দুল জব্বৰঅসম গণ পৰিষদ
৬৯ওদালগুৰিৰিহন দৈমাৰীনিৰ্দলীয়
৭০মাজবাটকৰেন্দ্ৰ বসুমতাৰীনিৰ্দলীয়
৭১ঢেকিয়াজুলিযোছেফ তপ্পঅসম গণ পৰিষদ
৭২বৰচলাটংক বাহাদুৰ ৰায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩তেজপুৰবৃন্দাবন গোস্বামীঅসম গণ পৰিষদ
৭৪ৰাঙাপাৰাভীমানন্দ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫চটিয়াপ্ৰাণেশ্বৰ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬বিশ্বনাথনুৰজামাল সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭বিহালীৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টি
৭৮গহপুৰৰিপুন বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বুবুল দাসঅসম গণ পৰিষদ
৮০মৰিগাঁওজোনজোনালী বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮১লাহৰিঘাটনজৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহা
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
আনন্দ ৰাম বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩ধিংইদ্ৰিছ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪বটদ্ৰবাগৌতম বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰূপহীহাটচৰিফা বেগমভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬নগাঁওগিৰিন্দ্ৰ কুমাৰ বৰুৱাঅসম গণ পৰিষদ
৮৭বঢ়মপুৰপ্ৰফুল্ল কুমাৰ মহন্তঅসম গণ পৰিষদ
৮৮চামগুৰিৰকিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯কলিয়াবৰগুনীন হাজৰিকাঅসম গণ পৰিষদ
৯০যমুনামুখখলিলুৰ ৰহমান চৌধুৰীঅসম গণ পৰিষদ
৯১হোজাইঅৰ্ধেন্দু কুমাৰ দেভাৰতীয় জাতীয় কংগ্ৰেছ
৯২লামডিংসুশীল দত্তভাৰতীয় জনতা পাৰ্টি
৯৩বোকাখাটজিতেন গগৈনিৰ্দলীয়
৯৪সৰুপথাৰএকলিয়াছ তিৰ্কিভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫গোলাঘাটঅজন্তা নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬খুমটাইজীৱকান্ত গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
হেমপ্ৰকাশ নাৰায়ণভাৰতীয় জাতীয় কংগ্ৰেছ
৯৮যোৰহাটহীতেন্দ্ৰ নাথ গোস্বামীঅসম গণ পৰিষদ
৯৯মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজীৱ লোচন পেগুভাৰতীয় জাতীয় কংগ্ৰেছ
১০০তিতাবৰদীপ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০১মৰিয়নিৰূপম কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কমেম্বৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩আমগুৰিঅঞ্জন দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪নাজিৰাহেমপ্ৰভা শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাশৰৎ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬সোণাৰিশৰৎ বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭থাওৰাদেৱানন্দ কোঁৱৰভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮শিৱসাগৰপ্ৰণৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯বিহপুৰীয়াপ্ৰেমধৰ বৰানিৰ্দলীয়
১১০নাওবৈচাচুলতান চাদিকনিৰ্দলীয়
১১১লক্ষীমপুৰউৎপল দত্তঅসম গণ পৰিষদ
১১২ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দিলীপ কুমাৰ শইকীয়াঅসম গণ পৰিষদ
১১৪জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰদান বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫মৰাণসৰ্বানন্দ সোণোৱালঅসম গণ পৰিষদ
১১৬ডিব্ৰুগড়কল্যাণ কুমাৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭লাহোৱালপৃথ্বী মাঝিভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮দুলিয়াজানৰামেশ্বৰ তেলীভাৰতীয় জনতা পাৰ্টি
১১৯টিংখংএটোৱা মুণ্ডাভাৰতীয় জাতীয় কংগ্ৰেছ
১২০নাহৰকটীয়াপ্ৰণতি ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
১২১চাবুৱাৰাজু চাহুভাৰতীয় জাতীয় কংগ্ৰেছ
১২২তিনিচুকীয়াৰাজেন্দ্ৰ প্ৰসাদ সিংভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪মাৰ্ঘেৰিটাপ্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমাদিলেশ্বৰ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬শদিয়াজগদীশ ভূঞাঅসম গণ পৰিষদ

উপনিৰ্বাচন

[সম্পাদনা কৰক]

অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত তৰুণ গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ ভাতৃ দীপ গগৈয়ে দখল কৰি থকা তিতাবৰ বিধানসভা সমষ্টিটো এৰি দিয়ে। ফলস্বৰূপে তিতাবৰত উপনিৰ্বাচন অনুষ্ঠিত হয় আৰু তাৰপৰা তৰুণ গগৈ বিজয়ী হৈ আহে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021.
  2. ↑ "The Journey of Congress in Assam: Post Independence Period". International Journal of Humanities and Social Science Invention (IJHSSI). http://www.ijhssi.org/papers/vol8(9)/Series-3/G0809034649.pdf। আহৰণ কৰা হৈছে: 11 মে' 2021.
  3. ↑ "Titabar (Assam) Assembly Constituency Elections". elections.in. http://www.elections.in/assam/assembly-constituencies/titabar.html। আহৰণ কৰা হৈছে: 13 মে' 2021.