সমললৈ যাওক

২০২১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০২১
ভাৰত
২০১৬ 
২৭ মাৰ্চ, ২ এপ্ৰিল, ৬ এপ্ৰিল ২০২১
 ২০২৬

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
পঞ্জীকৃত ভোটাৰ ২৩,৩৭৪,০৮৭
ভোটদানৰ হাৰ ৮২.০৪% (decrease২.৬৩%)
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা হিমন্ত বিশ্ব শৰ্মাদেৱব্ৰত শইকীয়া
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ
নেতা হৈছে ২০২১২০১৬
নেতাৰ আসন জালুকবাৰীনাজিৰা
বিগত নিৰ্বাচন ৮৬২৬
বিজয়ী আসন ৭৫৫০
পৰিৱৰ্তিত আসন decrease১১বৃদ্ধি২৪
জনপ্ৰিয় ভোট ৮,৫৫৬,০৫৯TBD
শতাংশ ৪৪.৫২TBD
Swing বৃদ্ধি২.৬২TBD

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

সৰ্বানন্দ সোণোৱাল
বিজেপি

নিৰ্বাচিত মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা
বিজেপি


পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে' তাৰিখে।[1] চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে' তাৰিখে অন্ত পৰিব।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

২০১৬ চনত হোৱা ইয়াৰ পূৰ্বৱতী নিৰ্বাচনত, ২০০১ চনৰ পৰা শাসনত থকা তৰুণ গগৈৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰক পৰাজিত কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ চৰকাৰ গঠন হৈছিল।

ভোটাৰৰ পৰিসংখ্যা

[সম্পাদনা কৰক]

অসম নিৰ্বাচন আয়োগৰ তথ্যমতে এই নিৰ্বাচনৰ মুঠ যোগ্য ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭ জন। ইয়াৰে, ১,৩২,০৮১জন প্ৰতিবন্ধী ভোটাৰ, ২,৮৯,৪৭৪ জনৰ বয়স ৮০ বছৰতকৈ বেছি, ১২,৮১,৯১৮জন নতুন ভোটাৰ, ৫,০৫,৮৭৪ জনৰ বয়স ১৮−১৯ ৰ ভিতৰত আৰু ৬৩,০৭৪জন কৰ্মচাৰী।[2][3]

মুঠ ভোটাৰ পুৰুষ ভোটাৰ মহিলা ভোটাৰ তৃতীয় লিংগৰ ভোটাৰ
২,৩৩,৭৪,০৮৭১,১৮,২৩,২৮৬১,১৫,৫০,৪০৩৩৯৮

সময়সূচী

[সম্পাদনা কৰক]
নিৰ্বাচন আয়োগৰ বৈঠক
ভোটদানৰ দিন পৰ্যায়
I II III
সমষ্টি ৪৭ ৩৯ ৪০
সমষ্টি আৰু পৰ্যায়সমূহৰ মানচিত্ৰ
জাননী দিয়াৰ তাৰিখ ২ মাৰ্চ ২০২১ ৫ মাৰ্চ ২০২১ ১২ মাৰ্চ ২০২১
মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ ৯ মাৰ্চ ২০২১ ১২ মাৰ্চ ২০২১ ১৯ মাৰ্চ ২০২১
মনোনয়ন পৰীক্ষণ ১০ মাৰ্চ ২০২১ ১৫ মাৰ্চ ২০২১ ২০ মাৰ্চ ২০২১
মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ১২ মাৰ্চ ২০২১ ১৭ মাৰ্চ ২০২১ ২২ মাৰ্চ ২০২১
নিৰ্বাচনৰ দিন ২৭ মাৰ্চ ২০২১ ১ এপ্ৰিল২০২১ ৬ এপ্ৰিল ২০২১
ভোট গণনাৰ তাৰিখ ২ মে' ২০২১
উৎস: ভাৰতীয় নিৰ্বাচন আয়োগ

দল/মিত্ৰদল হিচাপে ফলাফল

[সম্পাদনা কৰক]
মিত্ৰদল দল ভোট আসন
ভোট % +/- বিজয়ী +/-
ৰাষ্ট্ৰীয়
গণতান্ত্ৰিক
মৰ্চা
বিজেপি ৬,৩৮৪,৫৩৮ ৩৩.২১ বৃদ্ধি৩.৭১ ৬০ steady
অগপ ১,৫১৯,৭৭৭ ৭.৯২ decrease০.২২ decrease
ইউপিপিএল ৬৫১,৭৪৪ ৩.৪০ বৃদ্ধি
মুঠ ৭৫
সংযুক্ত
প্ৰগতিশীল
মিত্ৰজোঁট
আইএনচি ৫,৭০৩,৩৪১5 ২৯.৬৭ decrease১.২৯ ২৯ বৃদ্ধি
এআইইউডিএফ ১,৭৮৬,৫৫১ ৯.৩১ decrease৩.৭৪ ১৬ বৃদ্ধি
বিপিএফ ৬৫১,০৭৩ ৩.৩৯ decrease০.৫৫ decrease
চিপিআই(এম) ১৬০,৭৫৮ ০.৮৪ বৃদ্ধি০.২৯ বৃদ্ধি
চিপিআই steady
চিপিআই(এমএল)এল steady
এজিএম steady
আৰজেডি steady
মুঠ ৫০ decrease
United
Regional
Front
ৰাইজৰ দল বৃদ্ধি
এজেপি steady
মুঠ বৃদ্ধি
নাই অন্যান্য
দলসমূহ
নিৰ্দলীয় decrease
ন'টা ২১৯.৫৭৮ ১.১৪ অপ্ৰযোজ্য
মুঠ অপ্ৰযোজ্য
অবৈধ/খালী ভোট
পঞ্জীকৃত ভোটাৰ/turnout

জিলা/বিভাগ অনুহৰি ফলাফল

[সম্পাদনা কৰক]
জিলা আসন
NDA UPA URF অন্যান্য
নামনি অসম বিভাগ
বৰপেটা
কামৰূপ গ্ৰাম্য
ধুবুৰী
কামৰূপ মহানগৰ
গোৱালপাৰা
নলবাৰী
বঙাইগাঁও
কোকোৰাঝাৰ
বাকচা
বজালি
চিৰাং
দক্ষিণ শালমাৰা-মানকাছাৰ
মুঠ ৪৩ ১৮ ২৫
উজনি অসম বিভাগ
ডিব্ৰুগড়
তিনিচুকীয়া
গোলাঘাট
যোৰহাট
শিৱসাগৰ
চৰাইদেউ
মাজুলী
মুঠ ২৮ ২৩
উত্তৰ অসম বিভাগ
শোণিতপুৰ
লখিমপুৰ
দৰং
ওদালগুৰি
ধেমাজি
বিশ্বনাথ
মুঠ ২১ ১৬
মধ্য অসম বিভাগ
নগাঁও
হোজাই
মৰিগাঁও
পূৱ কাৰ্বি আংলং
পশ্চিম কাৰ্বি আংলং
ডিমা হাছাও
মুঠ ১৯ ১২
বৰাক উপত্যাকা বিভাগ
কাচাৰ
কৰিমগঞ্জ
হাইলাকান্দি
মুঠ ১৫

বিজয়ী প্ৰাৰ্থীসকল[4]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বিজয় মালাাকৰভাৰতীয় জনতা পাৰ্টি
পাঠৰকান্দিকৃষ্ণেন্দু পালভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰকমলাক্ষ দে পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ দক্ষিণচিদ্দিক আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰআব্দুল আজিজএ.ইউ.আই.ডি.এফ.
হাইলাকান্দিজাকিৰ হুছেইন লস্কৰএ.ইউ.আই.ডি.এফ.
কাটলিচেৰাচুজাামুদ্দিন লস্কৰএ.ইউ.আই.ডি.এফ.
আলগাপুৰনিজামুদ্দিন চৌধুৰীএ.ইউ.আই.ডি.এফ.
শিলচৰদীপায়ন চক্ৰৱৰ্তীভাৰতীয় জনতা পাৰ্টি
১০সোণাইকৰিমুদ্দিন বৰভূঞাএ.ইউ.আই.ডি.এফ.
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্যভাৰতীয় জনতা পাৰ্টি
১২উদৰবন্দমিহিৰ কান্তি সোমভাৰতীয় জনতা পাৰ্টি
১৩লক্ষীপুৰকৌশিক ৰায়ভাৰতীয় জনতা পাৰ্টি
১৪বৰখলামিচবাহুল ইছলাম লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৫কাটিগড়াখলিলুদ্দিন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
নন্দিতা গাৰ্লোছাভাৰতীয় জনতা পাৰ্টি
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
নুমল মোমিনভাৰতীয় জনতা পাৰ্টি
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দৰসিং ৰংহাংভাৰতীয় জনতা পাৰ্টি
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যাসিং ইংলেংভাৰতীয় জনতা পাৰ্টি
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰূপসিং টেৰংভাৰতীয় জনতা পাৰ্টি
২১মানকাচৰআমিনুল ইছলামএ.ইউ.আই.ডি.এফ.
২২শালমাৰা দক্ষিণৱাজিদ আলি চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ধুবৰীনজৰুল হকএ.ইউ.আই.ডি.এফ.
২৪গৌৰীপুৰনিজানুৰ ৰহমানএ.ইউ.আই.ডি.এফ.
২৫গোলোকগঞ্জআব্দুল চোবাহুন আলি সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২৬বিলাসীপাৰা পশ্চিমহাফিজ বচিৰ আহমেদএ.ইউ.আই.ডি.এফ.
২৭বিলাসীপাৰা পূবচামচুল হুদাএ.ইউ.আই.ডি.এফ.
২৮গোসাইগাঁওমজেন্দ্ৰ নাৰ্জাৰীবি.পি.এফ.
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰবিৰাম নাৰ্জাৰীবি.পি.এফ.
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
লৰেঞ্চ ইচলাৰীইউ.পি.পি.এল
৩১চিদলীজয়ন্ত বসুমতাৰীইউ.পি.পি.এল
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ
৩৩বিজনীঅজয় কুমাৰ ৰায়ভাৰতীয় জনতা পাৰ্টি
৩৪অভয়াপুৰী উত্তৰআব্দুল বাতেন খণ্ডকৰভাৰতীয় জাতীয় কংগ্ৰেছ৫৮.৫৮
৩৫অভয়াপুৰী দক্ষিণপ্ৰদীপ সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬দুধনৈযাদৱ স্বৰ্গীয়াৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭গোৱালপাৰা পূবআব্দুল কালাম ৰচিদ আলমভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮গোৱালপাৰা পশ্চিমআব্দুৰ ৰচিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯জলেশ্বৰআফতাব উদ্দিন মোল্লাভাৰতীয় জাতীয় কংগ্ৰেছ
৪০সৰভোগমনোৰঞ্জন তালুকদাৰভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ভবানীপুৰফণীধৰ তালুকদাৰএ.ইউ.আই.ডি.এফ.
৪২পাটাচাৰকুচিৰঞ্জিত দাসভাৰতীয় জনতা পাৰ্টি
৪৩বৰপেটাআব্দুৰ ৰহিম আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪জনীয়াৰফিকুল ইছলামএ.ইউ.আই.ডি.এফ.
৪৫বাঘবৰচেৰমান আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬সৰুক্ষেত্ৰীজাকিৰ হুছেইন চিকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭চেঙাআশ্ৰাফুল ইছেইনএ.ইউ.আই.ডি.এফ.
৪৮বকোনন্দিতা দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ছয়গাঁওৰেকিবুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৫০পলাশবাৰীহেমাংগ ঠাকুৰীয়াভাৰতীয় জনতা পাৰ্টি
৫১জালুকবাৰীহিমন্ত বিশ্ব শৰ্মাভাৰতীয় জনতা পাৰ্টি
৫২দিশপুৰঅতুল বৰাভাৰতীয় জনতা পাৰ্টি
৫৩গুৱাহাটী পূবসিদ্ধাৰ্থ ভট্টাচাৰ্যভাৰতীয় জনতা পাৰ্টি
৫৪গুৱাহাটী পশ্চিমৰমেন্দ্ৰ নাৰায়ণ কলিতাঅসম গণ পৰিষদ
৫৫হাজোসুমন হৰিপ্ৰিয়াভাৰতীয় জনতা পাৰ্টি
৫৬কমলপুৰদিগন্ত কলিতাভাৰতীয় জনতা পাৰ্টি
৫৭ৰঙিয়াভবেশ কলিতাভাৰতীয় জনতা পাৰ্টি
৫৮তামুলপুৰলেহোৰাম বড়োইউ.পি.পি.এল
৫৯নলবাৰীজয়ন্ত মল্ল বৰুৱাভাৰতীয় জনতা পাৰ্টি
৬০বৰক্ষেত্ৰীদিগন্ত বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ধৰ্মপুৰচন্দ্ৰমোহন পাটোৱাৰীভাৰতীয় জনতা পাৰ্টি
৬২বৰমাভূপেন বড়োইউ.পি.পি.এল
৬৩চাপাগুৰিউৰ্খাউ গৌড়া ব্ৰহ্মইউ.পি.পি.এল
৬৪পানেৰীবিশ্বজিৎ দৈমাৰীভাৰতীয় জনতা পাৰ্টি
৬৫কলাইগাঁওদূৰ্গাদাস বড়োবি.পি.এফ.
৬৬ছিপাঝাৰপৰমানন্দ ৰাজবংশীভাৰতীয় জনতা পাৰ্টি
৬৭মঙ্গলদৈবসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮দলগাঁওমজিবুৰ ৰহমানএ.ইউ.আই.ডি.এফ.
৬৯ওদালগুৰিগোবিন্দ চন্দ্ৰ বসুমতাৰীইউ.পি.পি.এল
৭০মাজবাটচৰণ বড়োবি.পি.এফ.
৭১ঢেকিয়াজুলিঅশোক সিংঘালভাৰতীয় জনতা পাৰ্টি
৭২বৰচলাগণেশ কুমাৰ লিম্বুভাৰতীয় জনতা পাৰ্টি
৭৩তেজপুৰপৃথ্বিৰাজ ৰাভাঅসম গণ পৰিষদ
৭৪ৰঙাপৰাকৃষ্ণকমল তাঁতীভাৰতীয় জনতা পাৰ্টি
৭৫চটিয়াপদ্ম হাজৰিকাভাৰতীয় জনতা পাৰ্টি
৭৬বিশ্বনাথপ্ৰমোদ বৰঠাকুৰভাৰতীয় জনতা পাৰ্টি
৭৭বিহালীৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টি
৭৮গহপুৰউৎপল বৰাভাৰতীয় জনতা পাৰ্টি
৭৯জাগীৰোডপীযুষ হাজৰিকাভাৰতীয় জনতা পাৰ্টি
৮০মৰিগাঁওৰমাকান্ত দেউৰীভাৰতীয় জনতা পাৰ্টি
৮১লাহৰিঘাটআচিফ মহম্মদ নজৰভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহাপীযুষ হাজৰিকাভাৰতীয় জনতা পাৰ্টি
৮৩ধিংআমিনুল ইচলামএ.ইউ.আই.ডি.এফ.
৮৪বটদ্ৰবাশিবামণি বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰূপহীহাটনুৰুল হুদাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬নগাঁওৰূপক শৰ্মাভাৰতীয় জনতা পাৰ্টি
৮৭বঢ়মপুৰজীতু গোস্বামীভাৰতীয় জনতা পাৰ্টি
৮৮চামগুৰিৰবিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯কলিয়াবৰকেশৱ মহন্তঅসম গণ পৰিষদ
৯০যমুনামুখচিৰাজুদ্দিন আজমলএ.ইউ.আই.ডি.এফ.
৯১হোজাইৰামকৃষ্ণ ঘোষভাৰতীয় জনতা পাৰ্টি
৯২লামডিংশিবু মিশ্ৰভাৰতীয় জনতা পাৰ্টি
৯৩বোকাখাটঅতুল বৰাঅসম গণ পৰিষদ
৯৪সৰুপথাৰবিশ্বজিৎ ফুকনভাৰতীয় জনতা পাৰ্টি
৯৫গোলাঘাটঅজন্তা নেওগভাৰতীয় জনতা পাৰ্টি
৯৬খুমটাইমৃণাল শইকীয়াভাৰতীয় জনতা পাৰ্টি
৯৭দেৰগাঁওভবেন্দ্ৰনাথ ভৰালীঅসম গণ পৰিষদ
৯৮যোৰহাটহিতেন্দ্ৰনাথ গোস্বামীভাৰতীয় জনতা পাৰ্টি
৯৯মাজুলিসৰ্বানন্দ সোণোৱালভাৰতীয় জনতা পাৰ্টি
১০০তিতাবৰভাস্কৰ জ্যোতি বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১০১মৰিয়নিৰূপজ্যোতি কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কৰেণুপমা ৰাজখোৱাঅসম গণ পৰিষদ
১০৩আমগুৰিপ্ৰদীপ হাজৰিকাঅসম গণ পৰিষদ
১০৪নাজিৰাদেৱকান্ত শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাযোগেন মহনভাৰতীয় জনতা পাৰ্টি
১০৬সোণাৰিধৰ্মেশ্বৰ কোঁৱৰভাৰতীয় জনতা পাৰ্টি
১০৭থাওৰাসুশান্ত বৰগোহাঁইভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮শিৱসাগৰঅখিল গগৈনিৰ্দলীয় (ৰাইজৰ দল)
১০৯বিহপুৰীয়াঅমিয় কুমাৰ ভূঞাভাৰতীয় জনতা পাৰ্টি
১১০নাওবৈচাভৰত নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১১লক্ষীমপুৰমানৱ ডেকাভাৰতীয় জনতা পাৰ্টি
১১২ঢকুৱাখনানৱ কুমাৰ দলেভাৰতীয় জনতা পাৰ্টি
১১৩ধেমাজীৰনজয় পেগুভাৰতীয় জনতা পাৰ্টি
১১৪জোনাইভূৱন পেগুভাৰতীয় জনতা পাৰ্টি
১১৫মৰাণচক্ৰধৰ গগৈভাৰতীয় জনতা পাৰ্টি
১১৬ডিব্ৰুগড়প্ৰশান্ত ফুকনভাৰতীয় জনতা পাৰ্টি
১১৭লাহোৱালবিনোদ হাজৰিকাভাৰতীয় জনতা পাৰ্টি
১১৮দুলিয়াজানটেৰচ গোৱালাভাৰতীয় জনতা পাৰ্টি
১১৯টিংখংবিমল বৰাভাৰতীয় জনতা পাৰ্টি
১২০নাহৰকটীয়াতৰংগ গগৈভাৰতীয় জনতা পাৰ্টি
১২১চাবুৱাপোনাকণ বৰুৱাঅসম গণ পৰিষদ
১২২তিনিচুকীয়াসঞ্জয় কিষাণভাৰতীয় জনতা পাৰ্টি
১২৩ডিগবৈসুৰেন ফুকনভাৰতীয় জনতা পাৰ্টি
১২৪মাৰ্ঘেৰিটাভাস্কৰ শৰ্মাভাৰতীয় জনতা পাৰ্টি
১২৫ডুমডুমাৰূপেশ গোৱালাভাৰতীয় জনতা পাৰ্টি
১২৬শদিয়াবলিন চেতিয়াভাৰতীয় জনতা পাৰ্টি


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]