| সমষ্টি নং | বিধানসভাৰ সমষ্টি | বিজয়ী সদস্য | দলৰ নাম |
| ১ | লুংলেই (অনুসূচীত জনজাতি) | সাপ্ৰাৱাংগা | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২ | আইজল পূব (অনুসূচীত জনজাতি) | আৰ থাংলিৰা | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ৩ | আইজল পশ্চিম (অনুসূচীত জনজাতি) | চ. ছুংগা | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ৪ | ৰাতাবাৰী | বৈদ্যনাথ মুখাৰ্জী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | পাথাৰকান্দি (অনুসূচীত জাতি) | ৰামদেৱ মালাহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | কৰিমগঞ্জ দক্ষিণ | আব্দুল মুনিম চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | কৰিমগঞ্জ উত্তৰ | ৰথীন্দ্ৰ নাথ সেন | নিৰ্দলীয় |
| ৮ | কাটিগড়া | তাৰাপদ ভট্টাচাৰ্যী | নিৰ্দলীয় |
| ৯ | বদৰপুৰ | মৌলানা আব্দুল জলিল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | হাইলাকান্দি | ৰামপিৰিত ৰুদ্ৰপাল | নিৰ্দলীয় |
| ১১ | কাচলিচেৰা | গৌৰী শংকৰ ৰয় | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ | শিলচৰ পশ্চিম | নন্দ কিশোৰ সিং | নিৰ্দলীয় |
| ১৩ | শিলচৰ পূব | ময়নুল হক চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৪ | সোণাই | পুলকেশী সিং | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৫ | লক্ষীপুৰ | ৰামপ্ৰসাদ চৌবে | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৬ | উদৰবন্দ | দ্বাৰিকানাথ তিৱাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৭ | উত্তৰ কাছাৰ পাহাৰ (অনুসূচীত জনজাতি) | জয়ভদ্ৰ হাগজেৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৮ | মিকিৰপাহাৰ পূব (অনুসূচীত জনজাতি) | সাই সাই টেৰাং | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯ | মিকিৰপাহাৰ পশ্চিম (অনুসূচীত জনজাতি) | ছত্ৰসিং টেৰন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০ | জোৱাই (অনুসূচীত জনজাতি) | এন’ৱেল পোশ্না | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২১ | নংপো (অনুসূচীত জনজাতি) | ব্ৰিংটোন বুহাই লিংডো | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২২ | শ্বিলং | ৱিলচন ৰিড | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৩ | নংষ্টইন (অনুসূচীত জনজাতি) | হ’পিংষ্টোন লিংডো | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৫ | চেৰাপুঞ্জী (অনুসূচীত জনজাতি) | ষ্টেনলি ডি ডি লিকলচ্ ৰয় | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৫ | বাঘমাৰা (অনুসূচীত জনজাতি) | ৱিলিয়ামচন চাংমা | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৬ | ডাইনাডুবি (অনুসূচীত জনজাতি) | নালিন্দ্ৰ চাংমা | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৭ | তুৰা (অনুসূচীত জনজাতি) | এমাৰচন মমিন | অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ |
| ২৮ | ফুলবাৰী (অনুসূচীত জনজাতি) | এনমসিং চাংমা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২৯ | মানকাচৰ | জহিৰুল ইছলাম | নিৰ্দলীয় |
| ৩০ | দক্ষিণ শালমৰা | বাজলুল বাচিত | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩১ | ধুবুৰী | মহম্মদ ওমৰুদ্দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩২ | গোলোকগঞ্জ | শৰৎ চন্দ্ৰ সিংহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩৩ | গৌৰীপুৰ | চৈয়দ আহমেদ আলি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩৪ | বিলাসীপাৰা | দেৰাজুদ্দিন চৰকাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩৫ | গোসাইগাঁও | নিথিয়াচ টুডু | নিৰ্দলীয় |
| ৩৬ | চিদলী (অনুসূচীত জনজাতি) | ৰূপৰাম ব্ৰহ্ম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩৭ | কোকৰাঝাৰ | ৰাজা অজিত নাৰায়ণ দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩৮ | বিজনী | ৰামপ্ৰসাদ দাস | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৩৯ | উত্তৰ শালমাৰা (অনুসূচীত জাতি) | ঘনশ্যাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪০ | গোৱালপাৰা | খগেন্দ্ৰনাথ নাথ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪১ | দুধনৈ | হাকিম চন্দ্ৰ নাথ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪২ | বকো | প্ৰবীন কুমাৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৩ | ৰামপুৰ | হৰেন্দ্ৰ নাথ তালুকদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৪ | পলাশবাৰী | ৰাধিকাৰাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৫ | গুৱাহাটী | দেৱেন্দ্ৰনাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৬ | কমলপুৰ | শৰৎ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৭ | হাজো | মহেন্দ্ৰ মোহন চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪৮ | তাৰাবাৰী | তাজুদ্দিন আহমেদ | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৪৯ | ভবানীপুৰ (অনুসূচীত জাতি) | মহাদেৱ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫০ | বৰপেটা | মধুসূদন দাস | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৫১ | জনীয়া | ফখৰুদ্দিন আলি আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫২ | সৰভোগ | অক্ষয় কুমাৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫৩ | বৰমা (অনুসূচীত জনজাতি) | সুৰেন্দ্ৰ নাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫৪ | পাটাচাৰকুছি | হোমেশ্বৰ দেৱ চৌধুৰী | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৫৫ | নলবাৰী পশ্চিম | প্ৰফুল্ল গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫৬ | নলবাৰী পূব | প্ৰবীন শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫৭ | ৰঙিয়া | সিদ্ধিনাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫৮ | তামুলপুৰ (অনুসূচীত জনজাতি) | হলধৰ উজীৰ | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৫৯ | পানেৰী (অনুসূচীত জনজাতি) | বাহাদুৰ বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬০ | কলাইগাঁও | দন্দিৰম দত্ত | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬১ | মঙ্গলদৈ | শিৱপ্ৰসাদ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬২ | দলগাঁও | মহম্মদ মতলেবুদ্দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৩ | ঢেকিয়াজুলি | অমিয় কুমাৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৪ | বৰচলা | মহিকান্ত দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৫ | বালিপাৰা | বিশ্বদেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৬ | তেজপুৰ | কমলা প্ৰসাদ আগৰৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৭ | বিশ্বনাথ | কামাখ্যা প্ৰসাদ ত্ৰিপাঠী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৮ | গহপুৰ | বিষ্ণুলাল উপাধ্যায় | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬৯ | মৰিগাঁও (অনুসূচীত জনজাতি) | বালিৰাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭০ | লাহৰিঘাট | লক্ষ্মীপ্ৰসাদ গোস্বামী | প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি |
| ৭১ | ধিং | মৌলৱী মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭২ | ৰূপহীহাট | আবু নাচাৰ মঃ ওহিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৩ | কলিয়াবৰ | লীলাকান্ত বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৪ | চামগুৰি | দেৱকান্ত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৫ | নগাঁও | মতিৰাম বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৬ | ৰহা (অনুসূচীত জাতি) | মহেন্দ্ৰনাথ হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৭ | যমুনামুখ | বেগম আফিয়া আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭৮ | লামডিং | শান্তিৰঞ্জন দাসগুপ্ত | নিৰ্দলীয় |
| ৭৯ | মৰঙি | চানু খেৰীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮০ | গোলাঘাট | দন্দেশ্বৰ হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮১ | বোকাখাট | নৰেন্দ্ৰ নাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮২ | দেৰগাঁও (অনুসূচীত জাতি) | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮৩ | তিতাবৰ | সৰ্বেশ্বৰ বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮৪ | কাটনিগাঁও | কমল কুমাৰী বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮৫ | যোৰহাট | দুলাল চন্দ্ৰ বৰুৱা | নিৰ্দলীয় |
| ৮৬ | মাজুলি (অনুসূচীত জনজাতি) | মালচন্দ্ৰ পেগু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮৭ | টিয়ক | তিলক গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮৮ | আমগুৰি | খগেন বৰবৰুৱা | ৰিভ'লুশ্যনেৰী কমিউনিষ্ট পাৰ্টি |
| ৮৯ | নাজিৰা | টংকেশ্বৰ চেতিয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯০ | সোণাৰি | বিমলা প্ৰসাদ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯১ | থাওৰা | দুৰ্গেশ্বৰ শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯২ | শিৱসাগৰ | গিৰিন্দ্ৰনাথ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৩ | বিহপুৰীয়া | মহানন্দ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৪ | উত্তৰ লক্ষীমপুৰ (অনুসূচীত জনজাতি) | লক্ষ্যনাথ দলে’ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৫ | ঢকুৱাখনা (অনুসূচীত জনজাতি) | ললিত কুমাৰ দলে’ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৬ | মৰাণ | পদ্ম কুমাৰী গোহাঁই | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৭ | ডিব্ৰুগড় | ৰমেশ চন্দ্ৰ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৮ | লাহোৱাল | লিলি সেনগুপ্তা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯৯ | টেঙাখাট | মাণিক চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০০ | জয়পুৰ | ইন্দ্ৰেশ্বৰ খাউণ্ড | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০১ | বগদুং | উপেন্দ্ৰনাথ সনাতন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০২ | তিনিচুকীয়া | ৰাধাকিষণ খেমকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০৩ | ডিগবৈ | দ্বিজেশ চন্দ্ৰ দেৱশৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০৪ | ডুমডুমা | মলিয়া তাঁতী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০৫ | চৈখোৱা | দেৱেন্দ্ৰনাথ হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |