সমললৈ যাওক

চুফক্‌ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যু-ফক-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চুফক্‌ফা
চাওফা
১৪২২ চ্নৰ পৰা ১৪৩৯ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-ফক-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
১চ্যু-কা-ফা১২২৮–১২৬৮
২চুতেওফা১২৬৮–১২৮১
৩চুবিণ্‌ফা১২৮১–১২৯৩
৪চুখাংফা১২৯৩–১৩৩২
৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪
শাসক নাই১৩৬৪–১৩৬৯
৬চুতুফা১৩৬৯–১৩৭৬
শাসক নাই১৩৭৬–১৩৮০
৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯
শাসক নাই১৩৮৯–১৩৯৭
৮চুডাংফা১৩৯৭–১৪০৭
৯চুজান্‌ফা১৪০৭–১৪২২
১০চুফক্‌ফা১৪২২–১৪৩৯
১১চুচেনফা১৪৩৯–১৪৮৮
১২চুহেনফা১৪৮৮–১৪৯৩
১৩চুপিম্‌ফা১৪৯৩–১৪৯৭
১৪চুহুন্মুং১৪৯৭–১৫৩৯
১৫চুক্লেণমুং১৫৩৯–১৫৫২
১৬চুখাম্‌ফা১৫৫২–১৬০৩
১৭চুচেংফা১৬০৩–১৬৪১
১৮চুৰাম্‌ফা১৬৪১–১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮
২০চুতাম্লা১৬৪৮–১৬৬৩
২১চুপংমুং১৬৬৩–১৬৭০
২২চুন্যৎফা১৬৭০–১৬৭২
২৩চুক্লমফা১৬৭২–১৬৭৪
২৪চুহুংফা১৬৭৪–১৬৭৫
২৫গোবৰ ৰজা১৬৭৫–১৬৭৫
২৬চুজিন্‌ফা১৬৭৫–১৬৭৭
২৭চুদৈফা১৬৭৭–১৬৭৯
২৮চুলিক্‌ফা১৬৭৯–১৬৮১
২৯চুপাতফা১৬৮১–১৬৯৬
৩০চুখ্ৰংফা১৬৯৬–১৭১৪
৩১চুতণফা১৭১৪–১৭৪৪
৩২চুণেণফা১৭৪৪–১৭৫১
৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯
৩৪চুণ্যেউফা১৭৬৯–১৭৮০
৩৫চুহিত্পংফা১৭৮০–১৭৯৫
৩৬চুক্লিংফা১৭৯৫–১৮১১
৩৭চুদিংফা১৮১১–১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯
৩৯চুদিংফা১৮১৯–১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুফক্‌ফা বা চ্যু-ফক-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡) ১৪২২ চনৰ পৰা ১৪৩৯ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁ ৰজা চুজান্‌ফাৰ পুত্ৰ আছিল। চুজান্‌ফাৰ মৃত্যুৰ পাছত ১৪২২ চনত ৰাজপাটত উঠি তেওঁ ১৭ বছৰ ৰাজ্য শাসন কৰে। তেওঁৰ ৰাজত্বকালৰ একো উল্লেখনীয় ঘটনা বুৰঞ্জীত পাবলৈ নাই।[1] ১৪৩৯ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুচেনফা ৰজা হয়।

  1. ↑ (Gait 1926, পৃষ্ঠা 84)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]