চুখাংফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ত্যাওচুখাংফাৰ পৰা পুনঃনিৰ্দেশিত)
চাওলুং চ্যু-খাং-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡
চাওলুং আহোম ভাষা
অসমৰ ৰজা
চাওলুং চ্যু-খ্ৰাম্‌-ফা
সম্পূৰ্ণ নাম
চাওলুং চ্যু-খাং-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯


চাওলুং চ্যু-খাং-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡)মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ চতুৰ্থজন স্বৰ্গদেউ বা চাওফা আছিল। তেখেত চাওলুং চুবিণ্‌ফাৰ বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।

চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।

চুখাংফাই ৩৯ বছৰ কাল ৰাজত্ব কৰি ১৩৩২ চনত মৃত্যুবৰণ কৰে ।

এখেতৰ ৰাজত্ব কালত বুঢ়াগোঁহাই পদত কোনো নাছিল আৰু বৰগোঁহাই পদত চাওপাংবণ্ডুক আছিল।