পঞ্জাবী ৱিকিপিডিয়া
(পাঞ্জাবী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
![]() | |
---|---|
![]() | |
ইউ আৰ এল | pa.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বিজ্ঞাপন | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | পঞ্জাবী ভাষা |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩৫,০৬৩ প্ৰবন্ধ আছে।
পৰিসংখ্যা[সম্পাদনা কৰক]
২০২১ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৩৫,০৬৩টা প্ৰবন্ধ, ৩৬,০০০ গৰাকী সম্পাদক, ৯ গৰাকী প্ৰশাসক আৰু ১,৫১৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,৫২,৩৮০।[1]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|