পাঞ্জাবী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
উপলব্ধ ভাষা পাঞ্জাবী ভাষা
বাণিজ্যিক নহয়

পাঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পাঞ্জাবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,৫৮৬ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২০ চনত পাঞ্জাবী ৱিকিপিডিয়াৰ ২৫,৫৮৬ টা প্ৰবন্ধ, ১৮,০০০ গৰাকী সম্পাদক, ৮ গৰাকী প্ৰশাসক আৰু ১,১৭২ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,৮০,৫৩০।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

পাঞ্জাবী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]