মেইতেই ৱিকিপিডিয়া
অৱয়ব
(মণিপুৰী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়াৰ মণিপুৰী ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত ১০,৪৩৬টা প্ৰবন্ধ আছে।[1][2]
পূৰ্বৰ প্ৰস্তাৱিত লগ'সমূহ
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|