নকুল
অৱয়ব
নকুল | |
---|---|
১৮ শতিকাৰ এখন চিত্ৰত নকুল | |
ব্যক্তিগত তথ্য | |
পৰিয়াল | অভিভাৱক ভাতৃ (মাদ্ৰী) মাহী মাকৰ সন্তান (কুন্তী) |
দাম্পত্যসঙ্গী |
|
সন্তান | পুত্ৰ
|
আত্মীয় |
|
হিন্দু পুৰাণ মহাভাৰতত নকুল (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন') আছিল চতুৰ্থ পাণ্ডৱ। নকুল আৰু তেওঁৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section XCV". 2010-01-16. http://www.sacred-texts.com/hin/m01/m01096.htm। আহৰণ কৰা হৈছে: 2020-09-10.