গান্ধী বজাৰ
অৱয়ব
গান্ধী বজাৰ (ইংৰাজী: Gandhi Bazaar) বেংগালুৰুৰ বচৱানগুড়িৰ এক ব্যস্ত বজাৰ অঞ্চল, যাক মুখ্যতঃ ইয়াৰ ফুল আৰু কনডিমেণ্ট হকাৰ দোকানৰ বাবে জনা যায়।[1]
বিৱৰণ
[সম্পাদনা কৰক]চহৰৰ আটাইতকৈ পুৰণি অঞ্চলবোৰৰ ভিতৰত গান্ধী বজাৰক পাৰম্পৰিক আৰু ৰক্ষণশীল বুলি কোৱা হয়। অঞ্চলটোত বহুতো মন্দিৰ; ফল, পাচলি আৰু কাপোৰৰ দোকানৰ লগতে ৰেষ্টুৰেণ্ট আৰু ১৯৪৩ চনত আৰম্ভ হোৱা বিদ্যাৰ্থী ভৱনো আছে।[2]বজাৰখন সাধাৰণতে ৬ বজাৰ পৰা ৯ বজালৈ খোলা থাকে, পূজাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে মহোৎসৱৰ সময়ত বৰ্ধিত ভীৰ দেখা যায়।[3]চহৰৰ কিছুমান পুৰণি ব্যৱসায়িক দোকান থকা ডিভিজি পথ, গান্ধী বজাৰৰ কেন্দ্ৰইদি গৈছে আৰু ই বচৱানগুড়িৰ বাণিজ্যিক কেন্দ্ৰ।[4]
কন্নড়ৰ লেখক মাস্তি ভেংকটশ্বা আয়েংগাৰ এই অঞ্চলৰ এজন আৱাসী আছিল।[2]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Ranganna, Akhila (5 March 2017). "The grand old Gandhi Bazaar". Bangalore Mirror. http://bangaloremirror.indiatimes.com/columns/sunday-read/the-grand-old-gandhi-bazaar/articleshow/57469865.cms। আহৰণ কৰা হৈছে: 8 August 2017.
- ↑ 2.0 2.1 Ganesh, Deepa (6 January 2014). "Their dose tastes of nostalgia". The Hindu. http://www.thehindu.com/features/metroplus/Food/their-dose-tastes-of-nostalgia/article5544575.ece। আহৰণ কৰা হৈছে: 8 August 2017.
- ↑ "Basavanagudi: Interesting places to explore". My Bangalore. 29 September 2010. Archived from the original on 8 August 2017. https://web.archive.org/web/20170808233117/http://www.mybangalore.com/article/0910/basavanagudi-interesting-places-to-explore.html। আহৰণ কৰা হৈছে: 8 August 2017.
- ↑ Ram, Theja (6 June 2017). "From Lavelle to Jayachamarajendra, ever wondered who Bengaluru's famous roads are named after?". The News Minute. http://www.thenewsminute.com/article/lavelle-jayachamarajendra-ever-wondered-who-bengalurus-famous-roads-are-named-after-63247। আহৰণ কৰা হৈছে: 8 August 2017.