কস্তুৰবা গান্ধী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কস্তুৰবা গান্ধী
জন্ম ১১ এপ্ৰিল, ১৮৬৯
পোৰবন্দৰ, কঠীয়াৱাৰ এজেঞ্চি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ গুজৰাট, ভাৰত)
মৃত্যু ২২ ফেব্ৰুৱাৰী, ১৯৪৪ (৭৪ বছৰ)
আগা খান পেলেচ, পূণা, বোম্বে পেলেচ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ পূণে, মহাৰাষ্ট্ৰ, ভাৰত)
জনা যায় মোহনদাস কৰমচান্দ গান্ধী (মহাত্মা গান্ধী)ৰ পত্নী
ধৰ্ম হিন্দু

কস্তুৰবা গান্ধী (১৮৬৯-১৯৪৪) হ'ল মহাত্মা গান্ধীৰ পত্নী। ভাৰতত তেখেত বা নামেৰে প্ৰসিদ্ধ।

জীৱনী[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৬৯ চনৰ ১১ এপ্ৰিল তাৰিখে গুজৰাটপোৰবন্দৰ নামে ঠাইত কস্তুৰবা গান্ধীৰ জন্ম হৈছিল। ১৮৮৩ চনৰ মে' মাহত মাত্ৰ ১৪ বছৰ বয়সতে কস্তুৰবা গান্ধী ১৩ বছৰীয়া মহাত্মা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]


মৃত্যু[সম্পাদনা কৰক]

১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে কস্তুৰবা গান্ধীৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]