সমললৈ যাওক

চ্যু-লিক-ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাওফা চ্যু-লিক-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
সম্পূৰ্ণ নাম
চাওফা চ্যু-লিক-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

চাওফা চ্যু-লিক-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡,ইংৰাজী: Sulikphaa) বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্‌ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল। তেওঁৰ শাসনকালত লালুকসোলা বৰফুকনে নানা দুৰ্ষ্কাৰ্য কৰিছিল। তাৰ ভিতৰত এটা আছিল আহোম ৰাজবংশৰ কোঁৱৰসকলৰ অংগ ক্ষত কৰা। তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণি পলাই সাৰিলেও তেওঁৰ পত্নী জয়মতীক চুলিক্‌ফাৰ সৈন্যই অমানুসিক অত্যাচাৰ চলায় আৰু কুঁৱৰী মৃত্যুমুখত পৰে। ৰাজসভাৰ বিবাদত লালুকসোলা বৰফুকনৰ হত্যাৰ পাছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই যোগ্য কোঁৱৰ এজনক ৰজা পাতিবলৈ মনস্থ কৰে। সেই মৰ্মে কামৰূপৰ ৰাণী অঞ্চলত আত্মগোপন কৰি থকা গদাপাণিক আনি ৰজা পতা হয়। চুলিক্‌ফাক নামৰূপলৈ নিৰ্বাসন দিয়া হয় আৰু পাছত মৃত্যুদণ্ড বিহা হয়।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). Ahomor Din. প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Bhuyan, S K (1957). Atan Burhagohain and his times. প্ৰকাশক Guwahati: Lawyers Book Stall. 
  • Bhuyan, S K, ed (1968). Tunkhungia Buranji (2 সম্পাদনা). প্ৰকাশক Guwahati: Lawyers Book Stall. 
  • Gait, Edward A (1926), A History of Assam (2 সম্পাদনা), প্ৰকাশক Calcutta 
  • Gogoi, Padmeswar (1968). The Tai and the Tai Kingdoms. প্ৰকাশক Guwahati: Department of Publications, Gauhati University.