১৬ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ১৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১৬ অক্টোবৰ (ইংৰাজী: 16 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৯তম (অধিবৰ্ষত ২৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৬টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯০৫ - লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়।
  • ১৯৪৫ - বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৬৮ - হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ১৯৬৯ - ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয়।
  • ১৯৯০ - আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭৫৮ - নোৱা ৱেবষ্টাৰ, ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা।
  • ১৮৮৮ - ইউজিন অ' নীল, আমেৰিকান নাট্যকাৰ।
  • ১৯০৪ - সুভদ্ৰা কুমাৰী চৌহান, ভাৰতীয় কবি।
  • ১৯২৯ - তফজ্জুল আলি, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
  • ১৯৪৮ - হেমা মালিনী, ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ।
  • ১৯৫০ - দণ্ডমুদি সুমথি ৰাম মোহন ৰাও, ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক।
  • ১৯৫১ - লিয়াকৎ আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী। ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত নিহত হৈছিল।
  • ১৯৫৫ - খগেশ সেন ডেকা, অসমীয়া গৱেষক, ব্যাকৰণবিদ আৰু ভাষাবিদ।
  • ১৯৭৬ - কুইন হাজৰিকা, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৯৭ - নাওমি অ'ছাকা, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৮৩ - হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব খাদ্য দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]