১০ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১০ ছেপ্টেম্বৰ (ইংৰাজী: 10 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৩তম (অধিবৰ্ষত ২৫৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৪৬ - চিলাই মেচিনৰ ব্যৱসায়িক উৎপাদনৰ বাবে ‘‘এলিয়াছ হ’ৰ’’এ অনুমতি লাভ কৰিছিলে।
  • ১৯৩৯ - কানাডাই মেকেঞ্জি কিঙৰ নেতৃত্বত জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ২১০ খ্ৰীষ্টপূৰ্ব - কীন ছি হুৱাং (Qin Shi Huang), কীন সাম্ৰাজ্য়ৰ ( Qin dynasty) প্ৰতিষ্ঠাপক।
  • ১৯১৫ - বাঘা যতীন বা যতীন্দ্ৰনাথ মুখোপাধ্যায়, স্বাধীনতা সংগ্ৰামী।
  • ১৯২৩ - সুকুমাৰ ৰায়, বাংলা শিশু সাহিত্যৰ যশস্বী লেখক।
  • ১৯৬০ - হেৰল্ড গিল্লীছ (Harold Gillies), নিউজিলেণ্ডৰ চিকিৎসা বিজ্ঞানী, প্লাষ্টিক ছাৰ্জাৰীৰ পিতৃ পুৰুষ।
  • ১৯৬৫ - আব্দুল হামিদ, ভাৰতীয় বীৰ সৈনিক, ভাৰত-পাকিস্থানৰ যুদ্ধত বীৰত্বৰ দেখুওৱা বাবে ভাৰত চৰকাৰে পৰম বীৰ চক্ৰ বঁটা প্ৰদান কৰিছিল।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।
  • চীনৰ শিক্ষক দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


তথ্য সূত্ৰ[সম্পাদনা কৰক]