২ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২ জানুৱাৰী (ইংৰাজী: 2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।

জন্ম[সম্পাদনা কৰক]

  • ১৮২২ - ৰুডলফ ক্লছিয়াছ, জাৰ্মান পদাৰ্থবিজ্ঞানী।
  • ১৮৯৬ - খগেন্দ্ৰনাথ মিত্ৰ, ভাৰতীয় শিশু সাহিত্যিক।
  • ১৯২০ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।
  • ১৯৩৭ - চন্দ্ৰশেখৰ কম্বাৰ, ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।
  • ১৯৯৭ - অৰ্শদ নাদীম, পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • সশস্ত্ৰ বাহিনীৰ বিজয় দিৱস (কিউবা)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]