২১ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

২১ অক্টোবৰ (ইংৰাজী: 21 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৪তম (অধিবৰ্ষত ২৯৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১টা দিন বাকী থাকে।

ঘটনাপঞ্জী[সম্পাদনা কৰক]

  • ১২৯৬ - আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
  • ১৮০৫ - ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
  • ১৯৩৪ - জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
  • ১৯৩৪ - মাও জেদঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ কৰে।
  • ১৯৪৩ - ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
  • ১৯৯১ - কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
  • ১৯৯৯ - প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদাচাহেব ফাল্কে বঁটা
  • ১৯৯৯ - ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
  • ২০০১ - বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৯৮ - অজিত, হিন্দী চলচ্চিত্ৰ অভিনেতা,
  • ১৯৬৯ - জেক কেৰুয়াক, আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক।
  • ২০১২ – য়শ চোপ্ৰা, ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।
  • ২০১৩ - ললিত চন্দ্ৰ নাথ (ললিত ওজা), শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু।

দিৱস[সম্পাদনা কৰক]

  • আপেল দিৱস (সংযুক্ত ৰাজ্য)।
  • ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস (থাইলেণ্ড)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]