৪ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৪ ছেপ্টেম্বৰ (ইংৰাজী: 4 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম (অধিবৰ্ষত ২৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৮২৫ - দাদভাই নৌৰজী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
  • ১৮৯৩ - ড॰ ভুৱনেশ্বৰ বৰুৱা, এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী। (মৃঃ ২৫ ছেপ্টেম্বৰ, ১৯৫৬)
  • ১৯২৮ - নিৰুপমা ফুকন, অসমীয়া সাহিত্যিক।
  • ১৯৩৪ - ক্লাইৱ গ্ৰেঞ্জাৰ (Clive Granger), ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯৫২ - ঋষি কাপুৰ, বলীউদৰ অভিনেতা।
  • ১৯৬২ - শ্বিনিয়া ইয়ামানাকা, নোবেল বিজয়ী জাপানিজ চিকিৎসা বিজ্ঞানী।
  • ১৯৬৬ - আদেশ শ্ৰীবাস্তৱ, ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক।
  • ১৯৭০ - সাগৰিকা মুখাৰ্জী, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮১ - বিয়ঞ্চে (Beyoncé), আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮২ - গৌৰৱ গগৈ, ৰাজনেতা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।

মৃত্যু[সম্পাদনা কৰক]

  • ১০৬৩ - টুঘৰিল বেগ, ছেলজুক সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠাতা।
  • ১৮২১ - জ'জে মিগেল কৰেৰা, চিলিৰ প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৬১ - দুৰ্গেশ্বৰ শৰ্মা, অসমীয়া কবি আৰু নাট্যকাৰ।
  • ২০০৬ - ষ্টিভ আৰউইন বা দা ক'ক'ডাইল হাণ্টাৰ, পৰিৱেশবিদ আৰু টেলিভিছনৰ ব্যক্তি, এবিধষ্ট্ৰিংগ্ৰেইনামৰ সাগৰীয় প্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছিল।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য়সূত্ৰ[সম্পাদনা কৰক]

  1. "অহিংসাৰ পূজাৰী বাপুৰ মৃত্যু তিথি". News Next One. https://newsnextone.com/bapu-death-anniversary. 
  2. "On this Day (4th September)". Maps of India. https://www.mapsofindia.com/on-this-day/4th-september-1825-the-grand-old-man-of-india-dadabhai-naoroji-is-born. 
  3. "From the garage to the Googleplex". Google. https://about.google/our-story/. 
  4. "Google". ইংৰাজী ৱিকিপিডিয়া. https://en.wikipedia.org/wiki/Google.