২০ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ২০ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২০ ছেপ্টেম্বৰ (ইংৰাজী: 20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৭৮ - দা হিন্দু (The Hindu) নামৰ ইংৰাজী বাতৰি কাকতখন প্ৰথম প্ৰকাশ পায়।
  • ১৯৮৪ - লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৩৮৮ - ফিৰোজ শ্বাহ টোঘলক, দিল্লীৰ চুলটান।
  • ১৮১৯ - এব্বে ফৰিয়া, দাৰ্শনিক আৰু মনোবিজ্ঞানী, সন্মোহন বিদ্যাৰ অধ্যয়ন কৰোঁতা।
  • ১৯২৮ - শ্ৰী নাৰায়ণ গুৰু, দাৰ্শনিক আৰু সমাজ সেৱক।
  • ১৯৩৩ - এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
  • ১৯৪২ - কনকলতা বৰুৱা, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
  • ১৯৪২ - মুকুন্দ কাকতি, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে কনকলতা বৰুৱাৰ সৈতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।
  • ২০১৫ - জগমোহন ডালমিয়া, ভাৰতৰ এগৰাকী উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য সূত্ৰ[সম্পাদনা কৰক]