গান্ধী ভৱন
অৱয়ব
(গান্ধী ভবনৰ পৰা পুনঃনিৰ্দেশিত)

গান্ধী ভৱন (ইংৰাজী: Gandhi Bhawan)হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য আকৰ্ষণ তথা মহাত্মা গান্ধীৰ বাণী আৰু কৰ্ম বিষয়ক অধ্যয়নৰ বাবে উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াক ডিজাইন কৰিছিল।[1][2]
সজ্জা
[সম্পাদনা কৰক]এই প্ৰেক্ষাগৃহটো পুখুৰী এটাৰ পানীৰ মাজত অৱস্থিত। নিৰ্মাতাৰ দ্বাৰা ডিজাইন কৰা এটা মিউৰালে প্ৰবেশ পথত দৰ্শনাৰ্থীসকলক সম্ভাষণ জনায়। ‘সত্যই ঈশ্বৰ’- এই কথাষাৰ প্ৰৱেশ পথত লিখা আছে। বৰ্তমান সময়ত, ইয়াত গান্ধী বিষয়ক যথেষ্ট সংখ্যক কিতাপৰ সংগ্ৰহ আছে।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Le Corbusier's Chandigarh". Nytimes.com. 25 April 1982. https://www.nytimes.com/1982/04/25/travel/le-corbusier-s-chandigarh.html। আহৰণ কৰা হৈছে: 24 December 2017.
- ↑ "City comes together to support Hazare - Indian Express". Indianexpress.com. http://www.indianexpress.com/news/City-comes-together-to-support-Hazare/773293/। আহৰণ কৰা হৈছে: 24 December 2017.