তেজপুৰ চিকিৎসা মহাবিদ্যালয়
অৱয়ব
স্থানাংক: 26°40′49″N 92°39′12″E / 26.6802778°N 92.6533333°E
তেজপুৰ চিকিৎসা মহাবিদ্যালয় | |
---|---|
Tezpur Medical College and Hospital | |
মূলমন্ত্ৰ | सर्वे सन्तु निरामयाः Sarve santu niramaya |
স্থাপিত | ২০১৩ |
ধৰণ | ৰাজহুৱা |
অধীক্ষক | ঊষা শৰ্মা, এম ডি, (পেথ') |
অধ্যক্ষ | অধ্যাপক (ডাঃ) কৰুণা হাজৰিকা |
শৈক্ষিক কৰ্মচাৰী | ১২০+ |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | বিহাগুৰী, তেজপুৰ
,শোণিতপুৰ 26°40′49″N 92°39′12″E / 26.6802778°N 92.6533333°E |
উপনাম | তি এম চি (TMC) |
ভুক্তি | শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় [1] |
তেজপুৰ চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে। ভাৰতীয় চিকিৎসা পৰিষদৰ পৰিদৰ্শনৰ পিছত ২০১৪-১৫ বৰ্ষৰ পৰা ১০০ জন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ অনুমতি দিয়া হৈছে।
অৱস্থান আৰু পৰিবহণ
[সম্পাদনা কৰক]তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ প্ৰায় ১৫ কি.মি. দূৰৰ বিহগুৰিত অৱস্থিত।
বিভিন্ন বিভাগ
[সম্পাদনা কৰক]অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২২টা বিভাগ আছে। সেইকেইটা হৈছে :
|
|
|
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংযোগ
[সম্পাদনা কৰক]- ↑ tmcassam.org/contact.php "affiliations". http://www. tmcassam.org/contact.php। আহৰণ কৰা হৈছে: August 20, 2012.