সিন্ধী ভাষা
অৱয়ব
(সিন্ধ্ৰীৰ পৰা পুনঃনিৰ্দেশিত)
সিন্ধী | |
---|---|
سنڌي,, Sindhī | |
থলুৱা অঞ্চল | পাকিস্তান, ভাৰত. Also হংকং, ওমান, ফিলিপাইন, ছিংগাপুৰ, আৰৱ, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ |
অঞ্চল | সিন্ধ, বেলুচিস্তান আৰু গুজৰাট |
স্থানীয় ভাষিক |
54.3 million |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | আৰবী, দেৱনাগৰী |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
Sindh, Pakistan Gujarat, India |
নিয়মাধীন হয় |
Sindhi Language Authority (Pakistan) |
ভাষা সংকেত | |
ISO 639-1 | sd |
ISO 639-2 | snd |
ISO 639-3 | snd |
সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।
ব্যৱহাৰ
[সম্পাদনা কৰক]পাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
|
|