আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Arya Vidyapeeth Collegeৰ পৰা পুনঃনিৰ্দেশিত)
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
স্থাপিত ২৯ জুলাই, ১৯৫৮
ধৰণ ৰাজহুৱা
ধৰ্মীয় ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
অধ্যক্ষ ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্য[1]
ৱেবছাইট avcollege.ac.in

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (ইংৰাজী: Arya Vidyapeeth College) হৈছে ১৯৫৮ চনৰ ২৯ জুলাইত স্থাপিত অসমৰ কামৰূপ জিলাগোপীনাথ নগৰত অৱস্থিত এক উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, য’ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখা আছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2][3]

বিভাগ[সম্পাদনা কৰক]

কলা[সম্পাদনা কৰক]

  • অসমীয়া
  • বঙালী
  • শিক্ষা
  • অৰ্থনীতি
  • ইংৰাজী
  • দৰ্শন
  • ৰাজনীতি
  • সংস্কৃত

বিজ্ঞান[সম্পাদনা কৰক]

  • নৃতত্ত্ব
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • ভূগোল
  • ভূবিজ্ঞান
  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • পৰিসংখ্যা
  • প্ৰাণী বিজ্ঞান[4]

মান্যতা[সম্পাদনা কৰক]

২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘এ’ গ্ৰেড পাবলৈ সক্ষম হয়।[5][6] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' -ৰ দ্বাৰাও স্বীকৃত।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Principal's message". Arya Vidyapeeth College. http://avcollege.ac.in/principals-message/। আহৰণ কৰা হৈছে: 10 June 2017. 
  2. "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 10 June 2017. 
  3. "Provincialised Colleges affiliated to Gauhati University". Directorate of Higher Education. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 10 June 2017. 
  4. "Departments". Arya Vidyapeeth College. http://avcollege.ac.in/departments/। আহৰণ কৰা হৈছে: 10 June 2017. 
  5. "18th SC - 2nd cycle". National Assessment and Accreditation Council. http://www.naac.gov.in/docs/18th%20SC%20-%202nd%20cycle.pdf। আহৰণ কৰা হৈছে: 10 June 2017. 
  6. "CCycle212047" (PDF). National Assessment and Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Arya+Vidyapeeth+College&Field3=Guwahati&Field4=AS&Field5=Cycle2&Field6=12047। আহৰণ কৰা হৈছে: 10 June 2017. [সংযোগবিহীন উৎস]
  7. "Colleges in Assam". University Grants Commission. http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 10 June 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]