ভগৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
12 নং শাৰী: 12 নং শাৰী:
| organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]
| organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]
}}
}}
'''ভগৎ সিং''' ({{Lang-pa|ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}, {{IPA2|pə̀ɡət̪ sɪ́ŋɡ}}) ({{Birth date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = The Tribune | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; {{death date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।
'''ভগৎ সিং''' ({{Lang-pa|ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}; {{Birth date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = The Tribune | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; {{death date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ জন্ম হৈছিল [[জাট জাতি|জাট]] নামৰ এক শিখ পৰিয়ালত। তেঁওৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণা কৰিছিল আৰু [[নৈৰাজ্যবাদ]] আৰু [[সাম্যবাদ]]ৰ প্ৰতি আকৃষ্ট হৈছিল।<ref name="RD">{{cite journal |last=Rao |first=Niraja |বছৰ=1997 |title=Bhagat Singh and the Revolutionary Movement |journal=Revolutionary Democracy |খণ্ড=3 |সংখ্যা নং=1 |pages= |url=http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm}}</ref> ইয়াৰোপৰি তেঁও একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন|হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচন]]ৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁও অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]লৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁও আৰু তেঁওৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁও ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডন কৰিছিল। জেলত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিত তেঁও ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী [[লালা লাজপত ৰায়]]ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওক ফাঁচি দিয়া হয়। তেঁওৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।<ref name="whatif">{{cite web| title = What if Bhagat Singh had lived | publisher = [[The Tribune]] | author = Reeta Sharma| date = 21 March 2001 | url = http://www.tribuneindia.com/2001/20010321/edit.htm#6| acces-date = 1 January 2008 }}</ref>

[[File:BhagatSingh DeathCertificate.jpg|right|180px|ভগৎ সিঙৰ মৃত্যু চনদ]]

== প্ৰাৰম্ভিক জীৱন ==
== প্ৰাৰম্ভিক জীৱন ==
ভগৎ সিঙৰ জন্ম [[পঞ্জাব অঞ্চল|পঞ্জাবৰ]] [[ফইছলাবাদ|লায়ালপুৰ জিলাৰ]] বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।<ref name="RD"/> পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।<ref>{{cite book |title=Panjab Under the British Rule, 1849-1947 |last=Nijjar |first=Bakhshish Singh |year=1974 |publisher=K. B. Publications |অবস্থান= |আইএসবিএন=|pages=172 }}</ref> ভগতৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য [[ৰঞ্জিত সিং (পঞ্জাব)|মহাৰাজ ৰঞ্জিত সিঙৰ]] সেনাবাহিনীত কাম কৰিছিল।<ref>{{cite book |title=Encyclopaedia of Political Parties |editor=O. P. Ralhan |year=2002 |publisher=Anmol Publications |অবস্থান=New Delhi, India|pages=Vol. 26, p349 |isbn=81-7488-313-4 |nopp=true}}</ref> ভগতৰ ঠাকুৰদাদা অৰ্জুন সিং [[দয়ানন্দ সৰস্বতী|দয়ানন্দ সৰস্বতীৰ]] হিন্দু সমাজ সংস্কাৰ আন্দোলন [[আৰ্যসমাজ|আৰ্যসমাজৰ]] সৈতে জড়িত আছিল।<ref>{{cite book |title=Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals |last=Sanyal| first=Jitendra N. |year=2006 |publisher=Hope India Publications |অবস্থান=[[Gurgaon]], [[Haryana]], India |isbn=81-7871-059-5|pages=25}}</ref> ভগতৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগতৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং [[কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল]] আৰু [[হৰদয়াল]] নেতৃত্বাধীন [[গদৰ পাৰ্টি|গদৰ পাৰ্টিৰ]] সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও [[পাৰস্য|পাৰস্যলৈ]] পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ [[কাকোৰি ট্ৰেন ডকাইটি]] ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।<ref>Sanyal (2006), p30.</ref>
ভগৎ সিঙৰ জন্ম [[পঞ্জাব অঞ্চল|পঞ্জাবৰ]] [[ফইছলাবাদ|লায়ালপুৰ জিলাৰ]] বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।<ref name="RD"/> পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।<ref>{{cite book |title=Panjab Under the British Rule, 1849-1947 |last=Nijjar |first=Bakhshish Singh |year=1974 |publisher=K. B. Publications |অবস্থান= |আইএসবিএন=|pages=172 }}</ref> ভগৎৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য [[ৰঞ্জিত সিং (পঞ্জাব)|মহাৰাজ ৰঞ্জিত সিঙৰ]] সেনাবাহিনীত কাম কৰিছিল।<ref>{{cite book |title=Encyclopaedia of Political Parties |editor=O. P. Ralhan |year=2002 |publisher=Anmol Publications |অবস্থান=New Delhi, India|pages=Vol. 26, p349 |isbn=81-7488-313-4 |nopp=true}}</ref> ভগৎৰ ঠাকুৰদাদা অৰ্জুন সিং [[দয়ানন্দ সৰস্বতী|দয়ানন্দ সৰস্বতীৰ]] হিন্দু সমাজ সংস্কাৰ আন্দোলন [[আৰ্যসমাজ|আৰ্যসমাজৰ]] সৈতে জড়িত আছিল।<ref>{{cite book |title=Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals |last=Sanyal| first=Jitendra N. |year=2006 |publisher=Hope India Publications |অবস্থান=[[Gurgaon]], [[Haryana]], India |isbn=81-7871-059-5|pages=25}}</ref> ভগৎৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগৎৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং [[কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল]] আৰু [[হৰদয়াল]] নেতৃত্বাধীন [[গদৰ পাৰ্টি|গদৰ পাৰ্টিৰ]] সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও [[পাৰস্য|পাৰস্যলৈ]] পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ [[কাকোৰি ট্ৰেন ডকাইটি]] ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।<ref>Sanyal (2006), p30.</ref>
<!--
<!--
ভগতেৰ বয়সী ছেলৰা সাধাৰণত লাহোৰেৰ খালসা হাইস্কুলে পড়াশোনা কৰতেন। কিন্তু ব্ৰিটিছ কৰ্তৃপক্ষেৰ প্ৰতি এই স্কুলৰ আনুগত্যেৰ কাৰণে তাৰ ঠাকুৰদাদা তাকে এখানে পাঠাননি।<ref>Sanyal (2006), p20.</ref> পৰিবৰ্তে ভগতেৰ বাবা তাকে আৰ্যসমাজি বিদ্যালয় [[দয়ানন্দ অ্যাংলো-বৈদিক স্কুল ব্যবস্থা|দয়ানন্দ অ্যাংলো-বৈদিক স্কুলে]] ভৰ্তি কৰেন।<ref>{{cite book |title=Students' Britannica India |last=Hoiberg |first=Dale H.|বছৰ=2000 |publisher=[[Encyclopædia Britannica, Inc.|Encyclopædia Britannica, Inc. (India)]] |অবস্থান=New Delhi, India|pages=vol. 1, p188 |আইএসবিএন=0-85229-760-2 |nopp=true|author-সংযোগ৪=[[Dale Hoiberg]]}}</ref> মাত্ৰ তেৰো বছৰ বয়সে ভগৎ [[মহাত্মা গান্ধী|মহাত্মা গান্ধীৰ]] [[অসহযোগ আন্দোলন|অসহযোগ আন্দোলনে]] যোগ দেন। এই সময় তেঁও প্ৰকাশ্যে [[ব্ৰিটিছ ৰাজ|ব্ৰিটিছ ৰাজশক্তিৰ]] বিৰোধিতা কৰেন আৰু তাৰ সৰকাৰি স্কুলবই আৰু বিলিতি স্কুল ইউনিফৰ্ম পুড়িয়ে ফেলেন। [[চৌৰিচৌৰা|চৌৰিচৌৰাৰ]] গণ-হিংসাৰ ঘটনায় কয়েকজন পুলিশকৰ্মীৰ মৃত্যু হলে গান্ধীজি আন্দোলন প্ৰত্যাহাৰ কৰে নেন। এতে হতাশ হয়ে ভগৎ যুব বিপ্লবী আন্দোলনে যোগ দেন আৰু সশস্ত্ৰ বিপ্লবেৰ পন্থায় ভাৰত থেকে ব্ৰিটিছ শাসন উৎখাত কৰাৰ কথা প্ৰচাৰ কৰতে থাকেন।<ref>{{cite book |title=The Martyr: Bhagat Singh Experiments in Revolution |last=Nayar |first=Kuldip |বছৰ=2006 |publisher=Har-Anand Publications |অবস্থান=New Delhi, India |pages=20–21 |আইএসবিএন=8124107009 }}</ref>
ভগৎেৰ বয়সী ছেলৰা সাধাৰণত লাহোৰেৰ খালসা হাইস্কুলে পড়াশোনা কৰতেন। কিন্তু ব্ৰিটিছ কৰ্তৃপক্ষেৰ প্ৰতি এই স্কুলৰ আনুগত্যেৰ কাৰণে তাৰ ঠাকুৰদাদা তাকে এখানে পাঠাননি।<ref>Sanyal (2006), p20.</ref> পৰিবৰ্তে ভগৎেৰ বাবা তাকে আৰ্যসমাজি বিদ্যালয় [[দয়ানন্দ অ্যাংলো-বৈদিক স্কুল ব্যবস্থা|দয়ানন্দ অ্যাংলো-বৈদিক স্কুলে]] ভৰ্তি কৰেন।<ref>{{cite book |title=Students' Britannica India |last=Hoiberg |first=Dale H.|বছৰ=2000 |publisher=[[Encyclopædia Britannica, Inc.|Encyclopædia Britannica, Inc. (India)]] |অবস্থান=New Delhi, India|pages=vol. 1, p188 |আইএসবিএন=0-85229-760-2 |nopp=true|author-সংযোগ৪=[[Dale Hoiberg]]}}</ref> মাত্ৰ তেৰো বছৰ বয়সে ভগৎ [[মহাত্মা গান্ধী|মহাত্মা গান্ধীৰ]] [[অসহযোগ আন্দোলন|অসহযোগ আন্দোলনে]] যোগ দেন। এই সময় তেঁও প্ৰকাশ্যে [[ব্ৰিটিছ ৰাজ|ব্ৰিটিছ ৰাজশক্তিৰ]] বিৰোধিতা কৰেন আৰু তাৰ সৰকাৰি স্কুলবই আৰু বিলিতি স্কুল ইউনিফৰ্ম পুড়িয়ে ফেলেন। [[চৌৰিচৌৰা|চৌৰিচৌৰাৰ]] গণ-হিংসাৰ ঘটনায় কয়েকজন পুলিশকৰ্মীৰ মৃত্যু হলে গান্ধীজি আন্দোলন প্ৰত্যাহাৰ কৰে নেন। এতে হতাশ হয়ে ভগৎ যুব বিপ্লবী আন্দোলনে যোগ দেন আৰু সশস্ত্ৰ বিপ্লবেৰ পন্থায় ভাৰত থেকে ব্ৰিটিছ শাসন উৎখাত কৰাৰ কথা প্ৰচাৰ কৰতে থাকেন।<ref>{{cite book |title=The Martyr: Bhagat Singh Experiments in Revolution |last=Nayar |first=Kuldip |বছৰ=2006 |publisher=Har-Anand Publications |অবস্থান=New Delhi, India |pages=20–21 |আইএসবিএন=8124107009 }}</ref>
[[চিত্ৰ:Statues of Bhagat Singh, Rajguru and Sukhdev.jpg|thumbnail|right|ভগত সিং, [[ৰাজগুৰু]] আৰু [[সুখদেব|সুখদেবেৰ]] মূৰ্তি]]

১৯২৩ সালে ভগৎ সিং পাঞ্জাব হিন্দী সাহিত্য সম্মেলন কৰ্তৃক আয়োজিত প্ৰবন্ধ ৰচনা প্ৰতিযোগিতায় জয়লাভ কৰেছিলেন।ই পাঞ্জাব হিন্দী সাহিত্য সম্মেলনেৰ সাধাৰণ সম্পাদক সহ অন্যান্য সদস্যদেৰও দৃষ্টি আকৰ্ষণ কৰে। তেঁও পাঞ্জাব author দ্বাৰা ৰচিত অনেক কবিতা আৰু সাহিত্য পাঠ কৰেন আৰু তাৰ পছন্দেৰ কবি ছিলেন [[আল্লামা ইকবাল]]। ভগত সিং মাৰ্ক্সবাদী সাহিত্য, টলস্টয়, বাকুনিন, আপটম সিনক্লেয়াৰ ছাড়াও ৰবীন্দ্ৰনাথ নজৰুল গভীৰ মনযোগেৰ সাথে পাঠ কৰেছিলেন।
১৯২৩ সালে ভগৎ সিং পাঞ্জাব হিন্দী সাহিত্য সম্মেলন কৰ্তৃক আয়োজিত প্ৰবন্ধ ৰচনা প্ৰতিযোগিতায় জয়লাভ কৰেছিলেন।ই পাঞ্জাব হিন্দী সাহিত্য সম্মেলনেৰ সাধাৰণ সম্পাদক সহ অন্যান্য সদস্যদেৰও দৃষ্টি আকৰ্ষণ কৰে। তেঁও পাঞ্জাব author দ্বাৰা ৰচিত অনেক কবিতা আৰু সাহিত্য পাঠ কৰেন আৰু তাৰ পছন্দেৰ কবি ছিলেন [[আল্লামা ইকবাল]]। ভগৎ সিং মাৰ্ক্সবাদী সাহিত্য, টলস্টয়, বাকুনিন, আপটম সিনক্লেয়াৰ ছাড়াও ৰবীন্দ্ৰনাথ নজৰুল গভীৰ মনযোগেৰ সাথে পাঠ কৰেছিলেন।

ভগৎ সিং কিশোৰ বয়সে লাহোৰেৰ ন্যাশনাল কলেজে পড়াশুনা আৰম্ভ কৰেন কিন্তু বাল্য বিবাহ থেকে মুক্তি পোৱাৰ বাবে বাড়ি থেকে পালিয়ে যান আৰু 'নওজাওয়ান ভাৰত সভা' (ভাৰত যুব সভা) ইয়াৰ সদস্য হন।এই সংস্থায় ভগৎ সিং আৰু তাৰ আৰ বিপ্লবী সহকৰ্মীৰা যুবকদেৰ মাঝে জনপ্ৰিয় হয়ে উঠে। ইতিহাস শিক্ষক, প্ৰফেসৰ বিদ্যালংকৰেৰ সাথে পৰিচিত হওয়াৰ মাধ্যমে ভগৎ হিন্দুস্তান ৰিপাবলিক এসোশিয়েসন ইয়াৰ সাথে যুক্ত হন যেখানে [[ৰামপ্ৰসাদ বিসমিল]], [[চন্দ্ৰশেখৰ আজাদ]] আৰু [[আসফাকউল্লা খান|আসফাক উল্লা খানেৰ]] মত বিশিষ্ট নেতৰা ছিলেন। এটা বিশ্বাস কৰা হয় যে, তেঁও কানপুৰ থেকে কাকৰি গিয়েছিলেন 'কাকৰি ট্ৰেন লুট' কৰাৰ বাবে কিন্তু অজ্ঞাত কাৰণে তেঁও লাহোৰ ফিৰে আসেন। ১৯২৬ সালৰ অক্টোবৰ মাসেৰ নবৰাত্ৰিতে লাহোৰে বোমা বিস্ফোৰিত আৰু ভগৎ সিং এই বোমা বিস্ফোৰণে জড়িতদেৰ দায়ে গ্ৰেফতাৰ কৰা হয় আৰু গ্ৰেফতাৰেৰ পাঁচ সপ্তাহ পৰ তাকে ৬০০০০ টাকা জামিন নিয়ে মুক্তি দেওয়া হয়। তেঁও আম্ৰিস্তাৰ থেকে উৰ্দু আৰু পাঞ্জাব পত্ৰিকায় লিখেন আৰু সম্পাদনা কৰেন। ১৯২৮ সালৰ অক্টোবৰ মাসে 'কৃতি কিষান পাৰ্টি' একই পতাকাতলে সমগ্ৰ ভাৰতেৰ বিভিন্ন বিপ্লবী নেতৰা ই সভায় মিলিত হয়েছিল। ভগৎ সিং ওই সভাৰ সম্পাদক ছিলেন। পৰবৰ্তীতে তাৰ বৈপ্লবিক কৰ্মকাণ্ডদেৰ বাবে তাকে সমিতিৰ নেতা বানানো হয়। -->

[[Image:Bhagat Singh's execution Lahore Tribune Front page.jpg|thumb|right|250px|প্ৰথম পৃষ্ঠাত ভগৎ সিং]]
== আলোকচিত্ৰ ==
<gallery>
Bhagat Singh's execution Lahore Tribune Front page.jpg|প্ৰথম পৃষ্ঠাত ভগৎ সিং
BhagatSingh DeathCertificate.jpg|ভগৎ সিঙৰ মৃত্যু চনদ
Statues of Bhagat Singh, Rajguru and Sukhdev.jpg|ভগৎ সিং, [[ৰাজগুৰু]] আৰু [[সুখদেৱ|সুখদেৱৰ]] মূৰ্তি
</gallery>

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
33 নং শাৰী: 37 নং শাৰী:
== বহিঃসংযোগ ==
== বহিঃসংযোগ ==
{{commons category|Bhagat Singh|ভগৎ সিং}}
{{commons category|Bhagat Singh|ভগৎ সিং}}
{{wikisource|Author:Bhagat Singh|ভগৎ সিং}}
* [http://www.sikhphilosophy.net/hard-talk/8786-bhagat-singh.html Shaheed Bhagat Singh in Jail] - A different perspective.
* [http://www.sikhphilosophy.net/hard-talk/8786-bhagat-singh.html Shaheed Bhagat Singh in Jail] - A different perspective.
* [https://web.archive.org/web/20110707173527/http://www.asianbookcenter.com/index.php?main_page=product_info&cPath=7_56&products_id=64 Bhagat Singh - comic]
* [https://web.archive.org/web/20110707173527/http://www.asianbookcenter.com/index.php?main_page=product_info&cPath=7_56&products_id=64 Bhagat Singh - comic]
42 নং শাৰী: 45 নং শাৰী:
* [http://www.kamat.com/kalranga/itihas/sbsingh.htm Martyrdom of Sardar Bhagat Singh] by Jyotsna Kamat
* [http://www.kamat.com/kalranga/itihas/sbsingh.htm Martyrdom of Sardar Bhagat Singh] by Jyotsna Kamat
* [http://www.vandemataram.com/biographies/patriots/bsingh.htm Biography]
* [http://www.vandemataram.com/biographies/patriots/bsingh.htm Biography]
{{ভাৰতৰ স্বাধীনতা আন্দোলন|state=collapsed}}
{{Indian independence movement}}

[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা আন্দোলন]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]

00:55, 30 December 2019ৰ সংস্কৰণ

ভগৎ সিং

২১ বছৰ বয়সত ভগৎ সিং
জন্ম ২৭ ছেপ্টেম্বৰ, ১৯০৭
লায়ালপুৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ)
লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
সংস্থা নজোৱান ভাৰত সভা, কীৰ্তি কিছান পাৰ্টি আৰু হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
ধৰ্ম শিখ ধৰ্ম (প্ৰাৰম্ভিক জীৱন), নাস্তিকতা[1] (পৰবৰ্তী জীবন)

ভগৎ সিং (পঞ্জাবী: ਭਗਤ ਸਿੰਘ, بھگت سنگھ; ২৭ ছেপ্টেম্বৰ, ১৯০৭[2]২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেঁওৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল।[3] ইয়াৰোপৰি তেঁও একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁও অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁও আৰু তেঁওৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁও ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডন কৰিছিল। জেলত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিত তেঁও ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওক ফাঁচি দিয়া হয়। তেঁওৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন

ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।[3] পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।[5] ভগৎৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল।[6] ভগৎৰ ঠাকুৰদাদা অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল।[7] ভগৎৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগৎৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল আৰু হৰদয়াল নেতৃত্বাধীন গদৰ পাৰ্টিৰ সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও পাৰস্যলৈ পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ কাকোৰি ট্ৰেন ডকাইটি ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।[8]

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

  1. Why I am an Atheist (Esay) - Bhagat Singh, October 5–6, 1930
  2. "He left a rich legacy for the youth". The Tribune. 19 March 2006. http://www.tribuneindia.com/2006/20060319/society.htm#2. 
  3. 3.0 3.1 Rao, Niraja. "Bhagat Singh and the Revolutionary Movement". Revolutionary Democracy. http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm. 
  4. Reeta Sharma (21 March 2001). "What if Bhagat Singh had lived". The Tribune. http://www.tribuneindia.com/2001/20010321/edit.htm#6. 
  5. Nijjar, Bakhshish Singh (1974). Panjab Under the British Rule, 1849-1947. K. B. Publications. পৃষ্ঠা. 172. 
  6. O. P. Ralhan, ed (2002). Encyclopaedia of Political Parties. Anmol Publications. Vol. 26, p349. ISBN 81-7488-313-4. 
  7. Sanyal, Jitendra N. (2006). Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals. Hope India Publications. পৃষ্ঠা. 25. ISBN 81-7871-059-5. 
  8. Sanyal (2006), p30.

বহিঃসংযোগ