২৮ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মে' ২৮ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৮ মে' (ইংৰাজী: 28 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৮তম (অধিবৰ্ষত ১৪৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৭টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৪২ - লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।
  • ১৯৯৬ - এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
  • ২০২৩ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৩৭ - আলফ্ৰেড এডলাৰ, অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী।
  • ২০১৪ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।

দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]