২৮ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

২৮ অক্টোবৰ (ইংৰাজী: 28 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০১তম (অধিবৰ্ষত ৩০২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২২ - আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
  • ১৯৬০ - শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
  • ১৯৯৯ - ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১০১৭ - তৃতীয় হেনৰি, জাৰ্মান সম্ৰাট।
  • ১৮৬৭ - ভগ্নী নিবেদিতা, এংলো-আইৰিছ সমাজ কৰ্মী, লেখক, শিক্ষক আৰু স্বামী বিবেকানন্দৰ শিষ্য।।
  • ১৯৪৬ - জৰ্জ বেকাৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা।
  • ১৯৫০ - লোকনাথ গোস্বামী, অসমৰ প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী।
  • ১৯৫৫ - বিল গেটছ, মাইক্ৰছফট্ স্বতাধিকাৰী।
  • ১৯৫৫ - ইন্দ্ৰা নূয়ী, বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।
  • ১৯৭৮ - অদিতি ৰাও হায়দৰী, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷
  • ১৮৯২ - মণিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]