৬ আগষ্ট (ইংৰাজী : 6 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২১৮তম (অধিবৰ্ষ ত ২১৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৭টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮২৫ - বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।
১৯০৬ - স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাস ে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।
১৯৪৫ - আমেৰিকা ই জাপান ৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
১৯৬২ - জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।
১৮৫৯ - আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৩১ আগষ্ট ,১৯৪১)
১৮৮১ - বিখ্যাত জীৱ বিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং ।
১৯১৫ - ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হৈছিল।
১৯২১ - স্বাধীনতা সংগ্ৰামী আৰু মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।
১৯৩৩ – এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ। (মৃত্যু ১৯৮৭)
১৬৩৭ - ইংৰাজ কবি আৰু নাট্য়কাৰ বেন জনছন।
১৯২৫ - ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয়।
১৯৯৭ - ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।
২০০৩ - ৰবীন বেনাৰ্জী , অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
২০১৯ - বিজেপিৰ শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজ ৰ মৃত্যু হয়।
হিৰোচিমা দিৱস।
বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ ষষ্ঠ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)