ওদালগুৰি মহাবিদ্যালয়
অৱয়ব
| ওদালগুৰি মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৭৯ |
| ধৰণ | ৰাজহুৱা |
| স্থান | ওদালগুৰি, অসম, ভাৰত |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | udalguricollege |
ওদালগুৰি মহাবিদ্যালয় (ইংৰাজী: Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ ওদালগুৰিত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।