দিশপুৰ কলেজ
Jump to navigation
Jump to search
দিশপুৰ কলেজ | |
---|---|
স্থাপিত | ১৯৭৮ |
ধৰণ | মহাবিদ্যালয় |
স্থান | গণেশগুৰি, অসম, ভাৰত ![]() |
দিশপুৰ কলেজ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷
সূচী
স্থাপন[সম্পাদনা কৰক]
দিশপুৰ মহাবিদ্যালয়ৰ ১৯৭৮ চনৰ ২৮ আগষ্টত নৈশ পাঠদান কাৰ্যসূচীৰে শুভাৰম্ভ ঘটে ৷ ১৯৯২-৯৩ চনত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা "অৰুণ" উন্মোচন হয় ৷ ২০০২-০৩ চনত কম্পিউটাৰ কেন্দ্ৰ উদ্বোধন কৰা হয় ৷ মূখ্যবাণী: " সম্পূৰ্ণ বিকাশৰ স্থান " ৷
পাঠ্যক্ৰম আৰু বিভাগ[সম্পাদনা কৰক]
- অসমীয়া বিভাগ
- ইংৰাজী বিভাগ
- দৰ্শন বিভাগ
- বুৰন্জী বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষা বিভাগ
- গাণনিক বিভাগ
- ব্যৱস্থাপনা বিভাগ
- মুদ্ৰা বিভাগ
- গণিত বিভাগ
- কম্পিউটাৰ বিভাগ
- বি.বি.এ. বিভাগ
পাঠদানৰ সময়[সম্পাদনা কৰক]
দৈনিক পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৷
প্ৰাচীৰ পত্ৰিকাসমূহ[সম্পাদনা কৰক]
- প্ৰজ্ঞান
- আলোচনী বিভাগ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|