মৰিগাঁও মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিগাঁও মহাবিদ্যালয়
স্থাপিত ১৯৬৪
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° লীলা কান্ত বৰঠাকুৰ
স্থান মৰিগাঁও, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.morigaoncollege.edu.in

মৰিগাঁও মহাবিদ্যালয় (ইংৰাজী: Morigaon College) হৈছে ১৯৬৪ চনত স্থাপিত অসমৰ মৰিগাঁৱত অৱস্থিত এখন পুৰণি স্নাতকৰ সহ-শিক্ষা মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

বিভাগ[সম্পাদনা কৰক]

বাণিজ্য[সম্পাদনা কৰক]

  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • নৃতত্ত্ব

কলা আৰু বাণিজ্য[সম্পাদনা কৰক]

  • অসমীয়া
  • ইংৰাজী
  • দুৰ্যোগ ব্যৱস্থাপনা
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি
  • হিন্দী
  • ভূগোল
  • বাণিজ্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]