শ্বহীদ স্মৃতি মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বহীদ স্মৃতি মহাবিদ্যালয়
স্থাপিত ১৯৮৭
ধৰণ ৰাজহুৱা
স্থান বেলশৰ, নলবাৰী জিলা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.ssmnalbari.org/index.htm

শ্বহীদ স্মৃতি মহাবিদ্যালয় (ইংৰাজী: Swahid Smriti Mahavidyalaya) হৈছে ১৯৮৭ চনত স্থাপিত অসমনলবাৰী জিলাৰ বেলশৰত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]