আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
Regional Dental College and Hospital
লেটিন: Regional Dental College and Hospital
স্থাপিত ১৯৮২
ধৰ্মীয় ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়,গুৱাহাটীভাৰতীয় দন্ত পৰিষদ , নতুন দিল্লী
স্নাতক শিক্ষাৰ্থী ৫০ জন প্ৰতি বছৰ
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০ জন প্ৰতি বছৰ
স্থান গুৱাহাটী, অসম, ভাৰত

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় উত্তৰ পূৱ ভাৰতৰ তথা অসমৰ প্ৰথমখন আৰু একমাত্ৰ দন্তচিকিৎসাৰ মহাবিদ্যালয়।‌ অলপতে মনিপুৰ ৰাজ্যত নতুনকৈ আন এখন দন্তচিকিৎসাৰ মহাবিদ্যালয় স্থাপন কৰা হয়।‌ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিস্থা কৰা হয়।‌ মহাবিদ্যালয়খন ভাৰতীয় দন্ত পৰিষদ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।‌[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]