গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়
স্থাপিত ২০০৬
ধৰণ প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান
অধ্যক্ষ এছ. কে. নাৱাজ আলি
সঞ্চালক বিশ্ব দত্ত
শিক্ষাৰ্থী ৫০০
স্থান গুৱাহাটী, অসম, ভাৰত ভাৰত
ভুক্তি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
ৱেবছাইট guwarchcollege.com

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় (ইংৰাজী: Guwahati College of Architecture) অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।

মহাবিদ্যালয় খনে গুজৰাটৰ আহেমদাবাদৰ কেন্দ্ৰীয় পৰিবেশ পৰিকল্পনা আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ লগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ আদান প্ৰদানৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।[1] মহাবিদ্যালয় খনে পিডিলাইট উৎকৃষ্ট বঁটাৰ বাবেও অংশগ্ৰহণ কৰিছিল।[2]

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়খনে স্থাপত্যবিদ্যাৰ দুটা পাঠ্যক্ৰম আগবঢ়ায় :

  • স্থাপত্যবিদ্যাৰ স্নাতক (Bachelor of Architecture) – ৫ বছৰ
  • স্থাপত্যবিদ্যাৰ স্নাতকোত্তৰ (Master of Architecture) – ২ বছৰ[3]

চৌহদ[সম্পাদনা কৰক]

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় পশ্চিম গুৱাহাটীৰ জু ৰোডত অৱস্থিত।[4] মহাবিদ্যালয়ৰ চৌহদত এটা পুথিভঁৰাল, এটা ৫৫০খন এখন যুক্ত প্ৰেক্ষাগৃহ, দুটা কৰ্মশালা, ক্ৰীড়াৰ সা-সুবিধা আৰু কম্পিউটাৰ কেন্দ্ৰ আছে। গোটেই মহাবিদ্যালয় চৌহদত ৱাই-ফাই ইণ্টাৰনেটৰ সুবিধা আছে। ইয়াৰ শ্ৰেণীকক্ষ সমূহত আধুনিক প্ৰযুক্তি যেনে ডিজিটেল অংকন ষ্টুডিঅ আদিৰ সুবিধা আছে।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "About Us". Guwahati College of Architectureguwarchcollege.com. Archived from the original on 25 November 2015. https://web.archive.org/web/20151125112106/http://www.guwarchcollege.com/about_us.php। আহৰণ কৰা হৈছে: 24 November 2015. 
  2. "Building Blocks". The Telegraph Indiatelegraphindia.com. http://www.telegraphindia.com/1080221/jsp/calcutta/story_8929915.jsp। আহৰণ কৰা হৈছে: 25 November 2015. 
  3. "Courses". Guwahati College of Architectureguwarchcollege.com. Archived from the original on 25 November 2015. https://web.archive.org/web/20151125100652/http://www.guwarchcollege.com/courses.php। আহৰণ কৰা হৈছে: 24 November 2015. 
  4. "Top B Arch Colleges in Assam". mapsofindia.com. http://www.mapsofindia.com/education/architecture-colleges/assam.htm। আহৰণ কৰা হৈছে: 24 November 2015. 
  5. "Campus". Guwahati College of Architectureguwarchcollege.com. Archived from the original on 25 November 2015. https://web.archive.org/web/20151125115426/http://www.guwarchcollege.com/campus.php। আহৰণ কৰা হৈছে: 24 November 2015. 

বহিঃসংযোগ[সম্পাদনা কৰক]