চিলাৰায় মহাবিদ্যালয়
অৱয়ব
চিলাৰায় মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭৩ |
ধৰণ | ৰাজহুৱা |
স্থান | গোলকগঞ্জ, ধুবুৰী, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
চিলাৰায় মহাবিদ্যালয় (ইংৰাজী: Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমৰ ধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1]
বিভাগ
[সম্পাদনা কৰক]কলা আৰু ব্যৱস্থাপনা
[সম্পাদনা কৰক]- অসমীয়া
- বঙালী
- ইংৰাজী
- সংস্কৃত
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- ৰাজনীতি বিজ্ঞান
- ব্যৱস্থাপনা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 29 August 2017.