ধুবুৰী ছোৱালী মহাবিদ্যালয়
অৱয়ব
ধুবুৰী ছোৱালী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৮৩ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | মুলতুফা বেগম |
স্থান | ধুবুৰী, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
ধুবুৰী ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমৰ ধুবুৰীত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ মহিলা শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 30 August 2017.