প্ৰাগজ্যোতিষ মহাবিদ্যালয়
অৱয়ব
(প্ৰাগজ্যোতিষ কলেজৰ পৰা পুনঃনিৰ্দেশিত)
| প্ৰাগজ্যোতিষ মহাবিদ্যালয় | |
|---|---|
প্ৰাগজ্যোতিষ মহাবিদ্যালয় | |
| স্থাপিত | ১৯৫৪ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | ড° মনোজ কুমাৰ মহন্ত |
| স্থান | গুৱাহাটী, অসম, ভাৰত |
| ভুক্তি | গৌহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | www.pragjyotishcollege.ac.in |
প্ৰাগজ্যোতিষ মহাবিদ্যালয় (ইংৰাজী: Pragjyotish College) হৈছে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ ভৰলুমুখত অৱস্থিত এখন শিক্ষানুষ্ঠান। ১৯৫৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়ৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।[1]
শিক্ষানুষ্ঠানখন ভৰলু নৈৰ পাৰত অৱস্থিত৷ ২০১৩-১৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে হীৰক জয়ন্তী উদ্যাপন কৰে৷ পূৰ্ণাংগ পৰ্যায়ৰ মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত উচ্চ শিক্ষা প্ৰদান কৰে৷ মহাবিদ্যালয়খনত দুটা স্নাতকোত্তৰ বিভাগ আছে৷ সেইকেইটা হৈছে অসম আৰু পৰ্যটন ব্যৱস্থাপনা।[2]
ইতিহাস
[সম্পাদনা কৰক]ভাৰতে স্বাধীনতা লাভ কৰাৰ সাত বছৰৰ পাছত, ১৯৫৪ চনৰ ১ ছেপ্টেম্বৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল৷ বিশিষ্ট সাহিত্যিক-পণ্ডিত তীৰ্থনাথ শৰ্মাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব চম্ভালে৷

অধ্যক্ষসকল
[সম্পাদনা কৰক]| ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
|---|---|---|
| ১ | তীৰ্থনাথ শৰ্মা | ১/৯/১৯৫৪-৩১/৩/১৯৭১ |
| ২ | তাৰিণী কান্ত বৰুৱা | ১/৪/১৯৭১-২৮/০২/১৯৮৭ |
| ৩ | বেদ কান্ত বৰুৱা | ১/৩/১৯৮৭-৩০/১১/১৯৮৭ |
| ৪ | ভৱানন্দ ডেকা | ১/১২/১৯৮৭-৩০/৬/১৯৯২ |
| ৫ | জগদীশ চৌধুৰী | ০১/০৭/১৯৯২-২৮/০২/১৯৯৩ |
| ৬ | ড০ ভগৱান চন্দ্ৰ মৰাল | ১/০৩/১৯৯৩-২৮/০২/১৯৯৪ |
| ৭ | ভূপিন্দৰ সিঙ | ১/৩/১৯৯৪-৩০/৬/১৯৯৮ |
| ৮ | দীপক কুমাৰ গাংগুলী | ১/৭/১৯৯৬-৩১/৩/১৯৯৭ |
| ৯ | প্ৰদীপ মোহন দাস্তিদাৰ | ১/৪/১৯৯৭-৩১/১/২০০০ |
| ১০ | অভয় নাথ ৰায় | ১/২/২০০০-৩১/৩/২০০১ |
| ১১ | ড০ নন্দ কিশোৰ সিং | ১/৪/২০০১-১৮/৬/২০০১ |
| ১২ | ড০ দয়ানন্দ পাঠক | ১৮/৬/২০০১-৩১/১/২০১১ |
| ১৩ | গৌৰী দেৱী | ১/২/২০১১-৩১/৭/২০১২ |
| ১৪ | জয়শ্ৰী দেৱী | ১/৮/২০১২-২৮/২/২০১৪ |
| ১৫ | হলধৰ তালুকদাৰ | ১/৩/২০১৪-১/২/২০১৫ |
| ১৬ | পল্লৱী শৰ্মা | ১/৩/২০১৫-৩১/১/২০১৬ |
| ১৭ | ড০ পৰমানন্দ ৰাজবংশী[3] | ১/২/২০১৬-২৮/৬/২০১৮ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php.
- ↑ "About the College". College website. https://pragjyotishcollege.ac.in/profile/about/। আহৰণ কৰা হৈছে: 4 January 2022.
- ↑ "Former Principals". College website. https://pragjyotishcollege.ac.in/profile/former-principals/। আহৰণ কৰা হৈছে: 16 January 2022.