হোজাই ছোৱালী মহাবিদ্যালয়
অৱয়ব
হোজাই ছোৱালী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৯১ |
ধৰণ | ৰাজহুৱা |
স্থান | হোজাই, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
হোজাই ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Hojai Girls' College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ হোজাইত অৱস্থিত এখন সাধাৰণ মহিলাৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Gauhati University". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 30 August 2017.