হোজাই ছোৱালী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোজাই ছোৱালী মহাবিদ্যালয়
স্থাপিত ১৯৯১
ধৰণ ৰাজহুৱা
স্থান হোজাই, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.hojaigirlscollege.edu.in

হোজাই ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Hojai Girls' College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ হোজাইত অৱস্থিত এখন সাধাৰণ মহিলাৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]