১৯৯১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা নিৰ্বাচন, ১৯৯১
ভাৰত
১৯৮৫ ←
→ ১৯৯৬

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত
দল কংগ্ৰেছ অগপ
নেতা হৈছে ১৯৯১ ১৯৮৫
নেতাৰ আসন নাজিৰা বৰহমপুৰ

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

১৯৯১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ৯ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১২৬টা সমষ্টিত হোৱা ভোটদানৰ হাৰ আছিল ৭৪.৬৭%। এইটো নিৰ্বাচনত মুঠ ৫০ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ৫ গৰাকীয়ে বিজয়ী হৈছিল। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা কোকৰাঝাৰ পশ্চিম সমষ্টিত আটাইতকৈ কম আছিল, মাত্ৰ ১জন আৰু আটাইতকৈ বেছি আছিল গুৱাহাটী পশ্চিম সমষ্টিত, মুঠ ২৯জন।[1]

প্ৰেক্ষাপট[সম্পাদনা কৰক]

১৯৯১ চনত অসমত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হয়। অসম গণ পৰিষদ চৰকাৰৰ শাসনৰ শেষৰ ফালে অসমৰ আইন শৃংখলাজনীত অৱস্থাৰ গুৰুতৰ অৱনতি ঘটে; যাৰ পৰিণতিত অসমত ২৭ নবেম্বৰ ১৯৯০ৰ পৰা জুন ১৯৯১লৈ ৰাষ্ট্ৰপতি শাসন চলে। ১৯৯১ চনৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্য আঞ্চলিক দল অসম গণ পৰিষদৰ দুই ভাগত বিভক্ত হয়। ফালি যোৱা ভাগটো নতুন অসম গণ পৰিষদ নামৰে নিৰ্বাচন আয়োগৰ স্বীকৃতি পায়। অগপ আৰু নঅগপই সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হয়। ইয়াৰ সুবিধা গ্ৰহণ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছে। কংগ্ৰেছে ১২৬খন আসনৰ ভিতৰত ৬৭খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। আনহাতে অগপ আৰু নঅগপই ক্ৰমে ১৯খন আৰু ৫খন আসন লাভ কৰে। ভোট বিভাজনৰ ফলত তেওঁলোকে বহুকেইখন আসন হেৰুৱাবলগীয়া হয়।[2]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[সম্পাদনা কৰক]

১৯৯১ৰ বিধানসভা নিৰ্বাচনত ৮৫৮জন নিৰ্দলীয় প্ৰাৰ্থীৰ উপৰিও ৯টা ৰাষ্ট্ৰীয়, ৪টা ৰাজ্যিক আৰু ১৩টা নিৰ্বাচন আয়োগত পঞ্জীভূক্ত, কিন্তু স্বীকৃতিবিহীন ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ১৮টা ৰাজনৈতিক দলে এখনো আসনত জয়ী হব পৰা নাছিল।[1]

ক্ৰমিক নং দলৰ নাম দলৰ স্থিতি প্ৰতিদ্বন্দ্বিতা কৰা আসন লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল ৪৮ ১০
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৰাষ্ট্ৰীয় দল ৩৭
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰাষ্ট্ৰীয় দল ২৯
ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাষ্ট্ৰীয় দল ১২৫ ৬৬
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী- শৰৎ চন্দ্ৰ সিংহ) ৰাষ্ট্ৰীয় দল ৪৫
জনতা দল ৰাষ্ট্ৰীয় দল ৯৫
জনতা দল (সমাজবাদী) ৰাষ্ট্ৰীয় দল
জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল ৩১
লোকদল ৰাষ্ট্ৰীয় দল
১০ অসম গণ পৰিষদ ৰাজ্যিক দল ১২১ ১৯
১১ নতুন অসম গণ পৰিষদ ৰাজ্যিক দল ৮৫
১২ ভৈয়াম জনজাতি পৰিষদ, অসম ৰাজ্যিক দল ১৫
১৩ সংযুক্ত সংখ্যালঘু মৰ্চা, অসম ৰাজ্যিক দল ২৯
১৪ স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি পঞ্জীভূক্ত (অস্বীকৃত) দল
১৫ অসম জাতীয়তাবাদী দল পঞ্জীভূক্ত (অস্বীকৃত) দল ২০
১৬ অসম জাতীয় পৰিষদ পঞ্জীভূক্ত (অস্বীকৃত) দল
১৭ আমৰা বাঙালী পঞ্জীভূক্ত (অস্বীকৃত) দল
১৮ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) পঞ্জীভূক্ত (অস্বীকৃত) দল
১৯ দূৰদৰ্শী পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
২০ গণতান্ত্ৰিক গণ সন্মেলন পঞ্জীভূক্ত (অস্বীকৃত) দল ১২
২১ ইণ্ডিয়ান পিপ’লছ্ ফ্ৰণ্ট পঞ্জীভূক্ত (অস্বীকৃত) দল
২২ ৰিয়েল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া পঞ্জীভূক্ত (অস্বীকৃত) দল
২৩ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী) পঞ্জীভূক্ত (অস্বীকৃত) দল
২৪ সংযুক্ত লোক পৰিষদ পঞ্জীভূক্ত (অস্বীকৃত) দল
২৫ ইউনাইটেড পিপ’লচ্ কংগ্ৰেছ অসম পঞ্জীভূক্ত (অস্বীকৃত) দল
২৬ সংযুক্ত সংৰক্ষণ পৰিষদ অসম পঞ্জীভূক্ত (অস্বীকৃত) দল ৫৫
২৭ নিৰ্দলীয় ৮৫৮ ১৫

বিজয়ী প্ৰাৰ্থীসকল[1][সম্পাদনা কৰক]

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল প্ৰাপ্ত ভোটৰ সংখ্যা দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ সৈতে ভোট পাৰ্থক্য
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰামপ্যাৰে ৰবিদাস ভাৰতীয় জনতা পাৰ্টি
পাঠৰকান্দি মধুসুদন তিৱাৰী ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰ মিচন ৰঞ্জন দাস ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ দক্ষিণ প্ৰণৱ কুমাৰ নাথ ভাৰতীয় জনতা পাৰ্টি
বদৰপুৰ আবু চালেহ নিজামুদ্দিন ভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দি সতীন্দ্ৰনাথ মজুমদাৰ ভাৰতীয় জনতা পাৰ্টি
কাটলিচেৰা গৌতম ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ চহিদুল আলম চৌধুৰী অসম গণ পৰিষদ
শিলচৰ সমৰেন্দ্ৰ নাথ সেন ভাৰতীয় জনতা পাৰ্টি
১০ সোণাই বদ্ৰী নাৰায়ণ সিং ভাৰতীয় জনতা পাৰ্টি
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টি
১২ উদৰবন্দ জগন্নাথ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ লক্ষীপুৰ দীনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ বৰখলা আব্দুল মতিন মজুমদাৰ জনতা দল
১৫ কাটিগড়া কালি ৰঞ্জন দেৱ ভাৰতীয় জনতা পাৰ্টি
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাছা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মনসিং ৰংপি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বাবু ৰংপি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দীপেন্দ্ৰ ৰংপি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হলিৰাম টেৰাং স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২১ মানকাচৰ জহিৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
২২ শালমাৰা দক্ষিণ দেৱান জয়নাল আবেদিন নিৰ্দলীয়
২৩ ধুবৰী ধ্ৰুৱ কুমাৰ সেন ভাৰতীয় জনতা পাৰ্টি
২৪ গৌৰীপুৰ মহিদুল হক ভাৰতীয় জনতা পাৰ্টি
২৫ গোলোকগঞ্জ আলাউদ্দিন সৰকাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
২৬ বিলাসীপাৰা পশ্চিম গিয়াচুদ্দিন আহমেদ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
২৭ বিলাসীপাৰা পূব আনোৱাৰ হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
২৮ গোসাইগাঁও তেজেন্দ্ৰ নাৰ্জাৰী নিৰ্দলীয়
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পৰমেশ্বৰ ব্ৰহ্ম নিৰ্দলীয়
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্ম নিৰ্দলীয়
৩১ চিদলী ক্ষীৰেণ বৰগয়াৰী নিৰ্দলীয়
৩২ বঙাইগাঁও ফণীভূষণ ৰয় অসম গণ পৰিষদ
৩৩ বিজনী কমল ব্ৰহ্ম নিৰ্দলীয়
৩৪ অভয়াপুৰী উত্তৰ ভূপেন ৰায় অসম গণ পৰিষদ
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
চন্দন কুমাৰ সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত পাটগিৰি ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭ গোৱালপাৰা পূব ৰত্নেশ্বৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮ গোৱালপাৰা পশ্চিম নজমুল হক নিৰ্দলীয়
৩৯ জলেশ্বৰ আফজালুৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
৪০ সৰভোগ চামচুল হক ভাৰতীয় জাতীয় কংগ্ৰেছ
৪১ ভবানীপুৰ মিলন বড়ো নিৰ্দলীয়
৪২ পাটাচাৰকুচি কৃষ্ণকান্ত লহকৰ নিৰ্দলীয়
৪৩ বৰপেটা ইছমাইল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪ জনীয়া আচাহক আলি নিৰ্দলীয়
৪৫ বাঘবৰ দিলদাৰ ৰেজ্জা ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ সৰুক্ষেত্ৰী নিজামুদ্দিন খান চি.পি.আই.(এম)
৪৭ চেঙা লিয়াকত খান নিৰ্দলীয়
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গোপী নাথ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ ছয়গাঁও কমলা কলিতা অসম গণ পৰিষদ
৫০ পলাশবাৰী যতীন মালী অসম গণ পৰিষদ
৫১ জালুকবাৰী ভৃগু কুমাৰ ফুকন নতুন অসম গণ পৰিষদ
৫২ দিশপুৰ অতুল বৰা অসম গণ পৰিষদ
৫৩ গুৱাহাটী পূব চিত্ত ৰঞ্জন পাটোৱাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪ গুৱাহাটী পশ্চিম ৰমেন্দ্ৰ নাৰায়ণ কলিতা নতুন অসম গণ পৰিষদ
৫৫ হাজো বদন বৰুৱা নতুন অসম গণ পৰিষদ
৫৬ কমলপুৰ হিতেশ্বৰ ডেকা নতুন অসম গণ পৰিষদ
৫৭ ৰঙিয়া থানেশ্বৰ বড়ো অসম গণ পৰিষদ
৫৮ তামুলপুৰ দেৰহাগ্ৰা মুছাহাৰী নিৰ্দলীয়
৫৯ নলবাৰী নগেন শৰ্মা অসম গণ পৰিষদ
৬০ বৰক্ষেত্ৰী ভূমিধৰ বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দলীয়
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পানীৰাম ৰাভা নতুন অসম গণ পৰিষদ
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সুৰেন স্বৰ্গীয়াৰী অসম গণ পৰিষদ
৬৪ পানেৰী কৰেন্দ্ৰ বসুমতাৰী নিৰ্দলীয়
৬৫ কলাইগাঁও জিউ ৰাম বড়ো নিৰ্দলীয়
৬৬ ছিপাঝাৰ জয়নাথ শৰ্মা অসম গণ পৰিষদ
৬৭ মঙ্গলদৈ নকুল চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮ দলগাঁও চৈয়দা আনোৱাৰা টাইমুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯ ওদালগুৰি জমন সিং ব্ৰহ্ম ভাৰতীয় জাতীয় কংগ্ৰেছ
৭০ মাজবাট চিলভিয়াচ কন্দপান ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ ঢেকিয়াজুলি হিৰণ্য বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ বৰচলা ৰূদ্ৰ পৰাজুলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ তেজপুৰ বিজিত শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ ৰাঙাপাৰা গোলক ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ চটিয়া কুশল চাহু ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬ বিশ্বনাথ নুৰজামাল সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ বিহালী বৰ্ণবাস তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮ গহপুৰ কোষেশ্বৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বুবুল দাস অসম গণ পৰিষদ
৮০ মৰিগাঁও মুনীন মহন্ত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৮১ লাহৰিঘাট চামচুল হুদা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ ৰহা গহীন চন্দ্ৰ দাস অসম গণ পৰিষদ
৮৩ ধিং মুজিবুৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ বটদ্ৰবা গৌতম বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ ৰূপহীহাট ৰচিদুল হক ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ নগাঁও মুকুট শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৭ বঢ়মপুৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদ
৮৮ চামগুৰি নুৰুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ কলিয়াবৰ বলোৰাম নাগ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯০ যমুনামুখ আব্দুল জলিল ৰাগবী ভাৰতীয় জাতীয় কংগ্ৰেছ
৯১ হোজাই অৰ্ধেন্দু কুমাৰ দে ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ লামডিং দেবেশ চন্দ্ৰ চক্ৰৱৰ্তী ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ বোকাখাট ভূপেন ভূঞা অসম গণ পৰিষদ
৯৪ সৰুপথাৰ বিনোদ গোৱালা অসম গণ পৰিষদ
৯৫ গোলাঘাট নগেন নেওগ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬ খুমটাই জীৱকান্ত গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭ দেৰগাঁও হেম প্ৰকাশ নাৰায়ণ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৮ যোৰহাট হীতেন্দ্ৰ নাথ গোস্বামী অসম গণ পৰিষদ
৯৯ মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পদ্মেশ্বৰ দলৈ অসম গণ পৰিষদ
১০০ তিতাবৰ মহেন্দ্ৰ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০১ মৰিয়নি ৰূপম কুৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০২ টিয়ক ৰেণুপমা ৰাজখোৱা অসম গণ পৰিষদ
১০৩ আমগুৰি অঞ্জন দত্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪ নাজিৰা হিতেশ্বৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫ মাহমৰা লক্ষীপ্ৰসাদ বৰগোহাঁই ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬ সোণাৰি শৰৎ বৰকটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭ থাওৰা দেৱানন্দ কোঁৱৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮ শিৱসাগৰ প্ৰমোদ গগৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৯ বিহপুৰীয়া বৰ্গৰাম দেউৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১১০ নাওবৈচা মণি কুমাৰ চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১১ লক্ষীমপুৰ ইন্দ্ৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১২ ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহ অসম গণ পৰিষদ
১১৩ ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দিলীপ কুমাৰ শইকীয়া অসম গণ পৰিষদ
১১৪ জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোমেশ্বৰ পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫ মৰাণ জয়চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ ডিব্ৰুগড় কেশৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ লাহোৱাল হৰেন ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ দুলিয়াজান অমিয় গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯ টিংখং পৃথ্বী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১২০ নাহৰকটীয়া শশ কমল সন্দিকৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১২১ চাবুৱা উপেন্দ্ৰ সনাতন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২২ তিনিচুকীয়া শিউ শম্ভু ওঝা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ মাৰ্ঘেৰিটা কুলবাহাদুৰ চেত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা দীলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া দেবেন্দ্ৰ নাথ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  2. "The Journey of Congress in Assam: Post Independence Period". International Journal of Humanities and Social Science Invention (IJHSSI). http://www.ijhssi.org/papers/vol8(9)/Series-3/G0809034649.pdf। আহৰণ কৰা হৈছে: 11 মে' 2021.