সমললৈ যাওক

প্ৰশাসক পদৰ বাবে কৰা অনুমোদন প্ৰাপ্ত আবেদনসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া প্ৰশাসনৰ শিতানসমূহ
প্ৰশাসন
লক্ষ্য ৰাখক | সন্ধান
ৱিকিপিডিয়া প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহ চাবৰ বাবে।
আবেদনসমূহ
আবেদন কৰক | লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়া প্ৰশাসক পদৰ বাবে আবেদন কৰিবৰ কাৰণে।

অনুমোদনসমূহ
লক্ষ্য ৰাখক | সন্ধান

প্ৰশাসক পদৰ অনুমোদন পোৱা আৱেদনসমূহ চাবৰ বাবে।

প্ৰশাসকবৃন্দ
লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়াৰ বৰ্তমান প্ৰশাসকসকলৰ তালিকা আৰু সম্পৰ্কীয় বিষয়সমূহ চাবৰ বাবে।

এই পৃষ্ঠাত প্ৰশাসক পদৰ অনুমোদন পোৱা আৱেদনসমূহ নথিভূক্ত কৰা হৈছে। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

I wish to become a sysop. Assamese is my native language. Thankyou.

(+) সমৰ্থন

  1. --Jose77 ০৮:৫৪, ৩০ November ২০০৬ (UTC)
  2. --উত্তম সিংহ ২৩:৩৫, ৩০ November ২০০৬ (UTC)
 কৰা হ'ল Your sysop request has been approved by a Wikipedian Bureaucrat. --Jose77 ২১:০৫, ৯ December ২০০৬ (UTC)

(-) বিৰোধিতা

( ) দুইদোমোজা

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

I am an Assamese and want to become an administrator for Assamese wiki,

Thanks and Regards Sangeeta

(+) সমৰ্থন

  1. --Jose77 ০৪:৩৫, ৮ May ২০০৭ (UTC)
  2. --Eukesh ১৮:১৪, ১২ May ২০০৭ (UTC)
 কৰা হ'ল Your sysop request has been approved by a Wikipedian Bureaucrat (User:Pathoschild). --Jose77 ০১:৩১, ১৪ May ২০০৭ (UTC)

(-) বিৰোধিতা

( ) দুইদোমোজা

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

I would like to nominate User:Psneog for adminship. I request Psneog to kindly accept the nomination. চাইপাও ১১:০০, ২১ আগষ্ট ২০১১ (UTC)

Thanks for nomination. I accept it. Psneog ১২:১২, ২১ আগষ্ট ২০১১ (UTC)

সমৰ্থন

  1. চাইপাও ১১:০০, ২১ আগষ্ট ২০১১ (UTC)
  2. Gitartha.bordoloi ১১:০৬, ২১ আগষ্ট ২০১১ (UTC)
  3. Shijualex ১৩:৫৬, ২১ আগষ্ট ২০১১ (UTC)
  4. ময়ূৰী ০৮:৩১, ২১ আগষ্ট ২০১১ (UTC)
  5. উদ্দীপতালুকদাৰ ১২:১৪, ২২ আগষ্ট ২০১১ (UTC)
  6. বিষ্ণু শ‍ইকীয়া ০৫:৪৯, ২২ আগষ্ট ২০১১ (UTC)
  7. বিৰাজ কুমাৰ কাকতি ১২:৪৯, ২২ আগষ্ট ২০১১ (UTC)
  8. Anjal Borah ১৩:১৩, ২২ আগষ্ট ২০১১ (UTC)
  9. গুণদীপ চেতিয়া ১৫:২১, ২২ আগষ্ট ২০১১ (UTC)
  10. Bldutta ১৬:৩৮, ২৪ আগষ্ট ২০১১ (UTC)
  11. Mouchumi ১৬:৩৩, ২৮ আগষ্ট ২০১১ (UTC)

বিৰোধ

ভোটিংৰ ফলাফল

  • Yes(11) No (0)
  • User:Psneog became an admin on August 28, 2011.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

মই শ্ৰীমান অম্লান বসুমতাৰীৰ নাম অসমীয়া ৱিকিপিডিয়াৰ sysop-অৰ বাবে প্ৰস্তাৱ কৰিছোঁ। তেওঁৰ লগত মই আগতেও একেলগে কাম কৰিছোঁ; মোৰ দৃঢ়বিশ্বাস তেওঁ এই দায়িত্ব সুকলমে পালন কৰিব পাৰিব। ভোটখিনি তলত দেখা পাব ধন্যবাদ। শ্ৰী চাইপাও বৰুৱাক মই অম্লানৰ sysop হোৱাৰ বাকীখিনি দাৰিত্ব পালন কৰিবলৈ অনুৰোধ জনালোঁ।

আগতীয়া ধন্যবাদেৰে:- প্ৰভাকৰ শৰ্মা নেওগ 05:37, 6 ফেব্ৰুৱাৰী 2012 (UTC)

Thank you Mr. Prabhakar Sarma Neog for the nomination. I accept it on the behalf of good faith. Whether I become a sysop or not, I will always try to contribute for our own wiki as much as possible. --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 10:22, 5 ফেব্ৰুৱাৰী 2012 (UTC)

ভোটিং ১২ ফেব্ৰুৱাৰী ২০১২ তাৰিখে সামৰা হ'ব।

সমৰ্থন

  1. প্ৰভাকৰ শৰ্মা নেওগ 02:18, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  2. কৌশিক_বৰা 03:30, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  3. বিক্ৰম৯৮ 04:08, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  4. বাবুল বৈশ্য 04:21, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  5. দ্বিজেন মহন্ত 05:50, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  6. ‍‍Gitartha.bordoloi 07:54, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  7. Jyoti Prakash Nath 09:22, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  8. ভগৎ লাল দত্ত 10:31, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  9. উদ্দীপতালুকদাৰ 10:56, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  10. কৌশিক দাস
  11. Anjal Borah 11:50, 5 ফেব্ৰুৱাৰী 2012 (UTC)
  12. চাইপাও 11:01, 7 ফেব্ৰুৱাৰী 2012 (UTC)
  13. বিষ্ণু শ‍ইকীয়া বাৰ্তা 06:13, 12 ফেব্ৰুৱাৰী 2012 (UTC)

বিৰোধিতা

মন্তব্য

শেষ সিদ্ধান্ত

  • Yes(13) No (0)

স্থিতি

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

মই শ্ৰীমান বিষ্ণু শইকীয়াৰ নামটো অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসকৰ বাবে প্ৰস্তাৱ কৰিছোঁ। তেওঁক এই প্ৰস্তাৱত আনুষ্ঠানিকভাৱে সন্মতি জনাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ভোট তলত দিয়ক। প্ৰভাকৰ শৰ্মা নেওগ (talk) 18:15, 4 মাৰ্চ 2012 (UTC)

ভোটগ্ৰহণ ১১ মাৰ্চ, ২০১২ তাৰিখে বন্ধ কৰা হ'ব।

I would like to nominate Bishnu Saikia for adminship of Assamese wikipedia. I request Bishnu Saikia kindly to accept the nomination. Please vote below. প্ৰভাকৰ শৰ্মা নেওগ (talk) 18:15, 4 মাৰ্চ 2012 (UTC)

Polling closes on 11th March, 2012

ধন্যবাদ| ম‍ই মোৰ সমৰ্থন আগবঢ়াইছো| এই পদলৈ মনোনীত হ’লে নিজকে এজন অসমীয়া হিচাপে সাৰ্থক যেন অনুভৱ হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:00, 4 মাৰ্চ 2012 (UTC)

Yes

  1. প্ৰভাকৰ শৰ্মা নেওগ (talk) 16:30, 4 মাৰ্চ 2012 (UTC)
  2. Jyoti Prakash Nath (talk) 16:46, 4 মাৰ্চ 2012 (UTC)
  3. দীপাংকৰ চেতিয়া বাৰ্তা 16:46, 4 মাৰ্চ 2012 (UTC)
  4. উদ্দীপতালুকদাৰ (talk) 16:51, 4 মাৰ্চ 2012 (UTC)
  5. ভগৎ লাল দত্ত 04:27, 5 মাৰ্চ 2012 (UTC)
  6. Anjal Borah (talk) 09:09, 5 মাৰ্চ 2012 (UTC)
  7. দ্বিজেন মহন্ত
  8. গীতাৰ্থ বৰদলৈ (talk) 17:10, 6 মাৰ্চ 2012 (UTC)
  9. অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 15:10, 10 মাৰ্চ 2012 (UTC)
  10. Gg.gouv (talk) 10:33, 11 মাৰ্চ 2012 (UTC)

No

সিদ্ধান্ত

বিষ্ণু শইকীয়াক অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক কৰা হ'ল। প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:08, 12 মাৰ্চ 2012 (UTC)

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

Following the discussion here , I would like to nominate Gitartha Bordoloi for adminship. Gitartha has been associated very closely with AS-Wikipedia from the very beginning of this new surge in interest. He has made extensive and critical contributions to the translation of the Wikipedia interface, as well as the efforts to make AS-Wikipedia popular in public. He is technically proficient, and has participated keenly on policy discussions. In my opinion, he would be a strong asset to our community with added admin responsibilities.

I request the community to support him. Please vote below. The voting will close Thursday, January 17, 2013. চাইপাও 11:47, 9 জানুৱাৰী 2013 (UTC)

I accept the nomination. Thank you. ম‍ই এই প্ৰস্তাৱত সন্মতি জনাইছোঁ। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 16:35, 10 জানুৱাৰী 2013 (UTC)


Yes

  1. চাইপাও 11:47, 9 জানুৱাৰী 2013 (UTC)
  2. অনিমেষ 13:19, 9 জানুৱাৰী 2013 (UTC)
  3. বাবুল বৈশ্য 14:04, 9 জানুৱাৰী 2013 (UTC)
  4. পংকজ জ্যোতি মহন্ত (talk) 21:25, 9 জানুৱাৰী 2013 (UTC)
  5. অম্লান বসুমতাৰী (talk) 11:30, 10 জানুৱাৰী 2013 (UTC)
  6. ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:54, 11 জানুৱাৰী 2013 (UTC)
  7. Niyorporosh (talk) 15:05, 11 জানুৱাৰী 2013 (UTC)
  8. জলি বৰা (talk) 15:08, 11 জানুৱাৰী 2013 (UTC)
  9. দীপাংকৰ চেতিয়া? 16:09, 11 জানুৱাৰী 2013 (UTC)
  10. Nayanjyoti sarma (talk) 16:05, 12 জানুৱাৰী 2013 (UTC)
  11. Anjal Borah (talk) 13:01, 14 জানুৱাৰী 2013 (UTC)
  12. Manjil Konwar (talk) 14:37, 14 জানুৱাৰী 2013 (UTC)
  13. Jyoti Prakash Nath (talk) 07:12, 15 জানুৱাৰী 2013 (UTC)
  14. দ্বিজেন মহন্ত (talk) 18:19, 15 জানুৱাৰী 2013 (UTC)
  15. উদ্দীপতালুকদাৰ (talk) 11:34, 16 জানুৱাৰী 2013 (UTC)

No

Result

  • The polling is closed. The tally is given below. চাইপাও 01:43, 18 জানুৱাৰী 2013 (UTC)
    • Yes: 15
    • No: 0
  • Steward request for sysop made here. চাইপাও 07:55, 18 জানুৱাৰী 2013 (UTC)
    কৰা হ’ল (done) --MarcoAurelio (talk) 14:35, 19 জানুৱাৰী 2013 (UTC)
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

Interface adminship (February, 2019)

অসমীয়া ৱিকিপিডিয়াৰ কোনো ইণ্টাৰফেইচ প্ৰশাসক নথকাৰ বাবে কাৰিকৰী কামসমূহ কৰিবলৈ মই স্থায়ী ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। অসমীয়া ৱিকিপিডিয়াত এজন সদস্য আৰু প্ৰশাসক হিচাপে মই সাধ্য অনুসাৰে বৰঙণি আগবঢ়াই আহিছোঁ। মই ভাবোঁ ইণ্টাৰফেইচৰ কাম-কাজবোৰ কোন অসুবিধা নোহোৱাকৈ মই আগবঢ়াই নিব পাৰিম। — গীতাৰ্থ বৰদলৈ (talk) 10:04, 9 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

As there is no Interface admin in Assamese wikipedia, I would like to nominate myself for Interface adminship on permanent basis to perform some regular and necessary technical tasks. I've been contributing to Assamese wikipedia as general user and sysop to the best of my capacity for the past few years and I believe I'll be able to handle the interface part. — গীতাৰ্থ বৰদলৈ (talk) 10:04, 9 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় Yes

নহয় No

মন্তব্য Comment

ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ লাভ কৰিছোঁ। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 11:04, 10 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

Sysop and Interface adminship (May, 2019)

অসমীয়া ৱিকিপিডিয়া কাৰিকৰী কামসমূহ কৰিবলৈ মই স্থায়ী প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। অসমীয়া ৱিকিপিডিয়াত এজন সদস্য আৰু প্ৰশাসক হিচাপে মই সাধ্য অনুসাৰে বৰঙণি আগবঢ়াই আহিছোঁ। মই ভাবোঁ প্ৰশাসক হিচাপে কাম-কাজবোৰ কোনো অসুবিধা নোহোৱাকৈ মই আগবঢ়াই নিব পাৰিম। দিব্য দত্ত (বাৰ্তা) 17:22, 17 মে' 2019 (ইউ.টি.চি.)

As there are only a few active sysop and Interface admin in Assamese wikipedia, I would like to nominate myself for Sysop and Interface adminship on permanent basis to perform some regular and necessary technical tasks. I've been contributing to Assamese wikipedia as general user to the best of my capacity for the past few years and I believe I'll be able to handle this part. দিব্য দত্ত (বাৰ্তা) 17:22, 17 মে' 2019 (ইউ.টি.চি.)

হয় Yes

  • মোৰ ফালৰ পৰাও সমৰ্থন জনালোঁ। - Priyankush Deka 18:19, 17 মে' 2019 (ইউ.টি.চি.)

নহয় No

মন্তব্য Comment

User:দিব্য দত্ত's contribution to the Assamese wiki projects is immense in recent times and he has the skills to carry out the tasks of Sysop and Interface admin. Currently one admin of Assamese wikipedia is inactive and another is active on and off. — গীতাৰ্থ বৰদলৈ (talk) 17:57, 18 মে' 2019 (ইউ.টি.চি.)

As he is well aware of wiki projects and did some very tough template works, I Support him to make the Assamese Wikipedia glow more than then current position. 164.100.149.238 16:10, 20 মে' 2019 (ইউ.টি.চি.)
নিসন্দেহে দিব্য এজন বৰ ভাল ৱিকিপিডিয়ান, কাৰিকৰী কৌশল প্ৰয়োগ সম্পৰ্কেও যথেষ্ট জ্ঞান আছে। বিষ্ণু শইকীয়া 14:49, 21 মে' 2019 (ইউ.টি.চি.)
প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ লাভ কৰিছোঁ। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 15:48, 26 May 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

Sysop and Interface adminship (Aug, 2022)

উল্লেখনীয় যে, অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সক্ৰিয়তা পূৰ্ব্বতকৈ বাঢ়ি যোৱাৰ বিপৰীতে প্ৰশাসক সকলৰ প্ৰয়োজনীয় সক্ৰিয়তাৰ অভাৱ দেখা গৈছে। বৰ্তমানৰ প্ৰশাসক সকল বিভিন্ন ক্ষেত্ৰত ব্যক্তিগতভাৱে জড়িত থকা বাবে প্ৰয়োজনীয় সক্ৰিয়তাৰ বাবে প্ৰশাসকৰ সংখ্যা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে মই ব্যক্তিগতভাৱে নতুন এজন প্ৰশাসকৰ বাবে সক্ৰিয় আৰু কাৰিকৰী দিশেৰে পটু সদস্য চন্দন চিৰিং ফুকন আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ। -Nayan j Nath (বাৰ্তা) 17:00, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমৰ্থন

  1. Baruah ranuj (বাৰ্তা) 17:05, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. দিব্য দত্ত (বাৰ্তা) 17:19, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. ঈশান জ্যোতি বৰা (বাৰ্তা) 17:24, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. চাণক্যৰ বাবে সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 17:28, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Drnayanjyoti (বাৰ্তা) 17:28, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থনদীপকজ্যোতি মহন্ত (বাৰ্তা) 17:43, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. অনামিকা(চুমু) বড়া (বাৰ্তা) 18:25, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.  সমৰ্থন 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 18:56, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:14, 28 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য

  1. মোৰ কাৰিকৰী দক্ষতা মুঠেই নাই। তাৰোপৰি বৰ্তমান সময়ত ৱিকি প্ৰকল্পৰ প্ৰশাসকৰ দৰে গুৰুভাৰ ল'বলৈ ব্যক্তিগত ব্যস্ততাৰ বাবে মই তেনেই অপাৰগ। গতিকে উক্ত প্ৰস্তাৱটো সসন্মানে অগ্ৰাহ্য কৰিলোঁ। -Chandan Chiring Phukon Chat 17:12, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চন্দনে অগ্ৰাহ্য কৰিছে যদিও চাণক্যৰ নামটো সমৰ্থন জনালোঁ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:14, 28 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চাণক্য কুমাৰ দাসে প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ লাভ কৰিছে। আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 18:54, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াত সম্প্ৰতি বৃদ্ধি পোৱা ধ্বংসকাৰ্যসমূহৰ নিয়ন্ত্ৰণৰ বাবে অন্ততঃ দুগৰাকী অতিৰিক্ত প্ৰশাসকৰ প্ৰয়োজন হৈছে। সেয়ে ৰাইজৰ সন্মুখত সদস্য:Nayan j Nath আৰু সদস্য:Joli Rumi বাৰ নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ ৰাইজে সমৰ্থন জনাব। চন্দন চিৰিং ফুকন ✉️ 15:43, 21 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমৰ্থন

  1. অনামিকা(চুমু) বড়া (বাৰ্তা) 15:50, 21 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) 15:52, 21 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 15:58, 21 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.  সমৰ্থন - হানিফ আলী (বাৰ্তা) 16:04, 21 October 2023 (ইউ.টি.চি.)×[উত্তৰ দিয়ক]
  5.  সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) 09:31, 22 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - Jyoti Chiring (বাৰ্তা) 09:46, 22 October 2023 (ইউ.টি.চি.
  7.  সমৰ্থন-Pranamikaadhikary (বাৰ্তা) 11:07, 22 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.  সমৰ্থন - চাণক্য (বাৰ্তা) 12:48, 27 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থনBhuyanBhaskar (বাৰ্তা) 04:37, 28 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10.  সমৰ্থন- অজয়  কথা-বতৰা 04:38, 28 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11.  সমৰ্থন - jonali Baruah (বাৰ্তা) 12:37, 28 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12.  সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 05:48, 28 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13.  সমৰ্থন {{u|সৌৰভ}} বাৰ্তা 04:12, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিৰোধ

মন্তব্য

দুয়োজনে প্ৰশাসকৰ পদ লাভ কৰিছে। দিব্য দত্ত (বাৰ্তা) 19:30, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]