সমললৈ যাওক

২০১১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(2011 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০১১
ভাৰত
২০০৬ 
৪ আৰু ১১ এপ্ৰিল ২০১১
 ২০১৬

অসম বিধালসভাৰ মুঠ ১২৬থন আসনৰ বাবে
ভোটদানৰ হাৰ ৭৬.০৪%
  প্ৰথম দল দ্বিতীয় দল তৃতীয় দল
 
নেতা তৰুণ গগৈবদৰুদ্দিন আজমলহাগ্ৰামা মহিলাৰি
দল কংগ্ৰেছ এ আই ইউ ডি এফ বি পি এফ
নেতাৰ আসন তিতাবৰ
বিগত নিৰ্বাচন ৫৩১০১০
বিজয়ী আসন ৭৮১৮১২
পৰিৱৰ্তিত আসন ২৫বৃদ্ধিবৃদ্ধিবৃদ্ধি

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৩ মাৰ্চ, ২০১১ তাৰিখে।[1] নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰে।[2] তৰুণ গগৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্ব লাভ কৰা দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। প্ৰথমগৰাকী আছিল বিমলা প্ৰসাদ চলিহা

দলগত অৱস্থান

[সম্পাদনা কৰক]
ক্ৰমিক নংৰাজনৈতিক দলপ্ৰতিদ্বন্দিতা কৰা আসনপ্ৰাপ্ত আসনহ্ৰাস/ বৃদ্ধি
ভাৰতীয় জাতীয় কংগ্ৰেছ১২৬৭৮+২৫
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৭৭১৮+৮
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট২৯১২+২
অসম গণ পৰিষদ১০৪১০-১৪
ভাৰতীয় জনতা পাৰ্টি১২০-৫
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ১০৩+১
নিৰ্দলীয়২৬৩-৯
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)১৭-২
ভাৰতীয় কমিউনিষ্ট পাৰ্টি১৬-১
১০অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি-১
মুঠ১২৬

বিধায়কসকলৰ তালিকা[3][4]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাপ্ৰাপ্ত ভোটৰ শতাংশদ্বিতীয় প্ৰাৰ্থীৰ ভোটৰ সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
কৃপানাথ মাল্লাভাৰতীয় জাতীয় কংগ্ৰেছ৩৩,০৪৩৩৯.৮২
পাঠৰকান্দিমণিলাল গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ44986৪২.২৬
কৰিমগঞ্জ উত্তৰকমলাক্ষ দে পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ45027৪১.৫৩
কৰিমগঞ্জ দক্ষিণচিদ্দিক আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ45395৪৩.৪২
বদৰপুৰজামালুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ35869৩৯.১৬
হাইলাকান্দিআব্দুল মুহিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ33038৩৭.৮৭
কাটলিচেৰাগৌতম ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ65435৬০.০৮
আলগাপুৰচহিদুল আলম চৌধুৰীঅসম গণ পৰিষদ57167৫৩.৭৭
শিলচৰসুস্মিতা দেৱভাৰতীয় জাতীয় কংগ্ৰেছ60978৫০.৩৪
১০সোণাইআমানুল হকভাৰতীয় জাতীয় কংগ্ৰেছ63611৬১.৭৫
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গিৰিন্দ্ৰ মল্লিকভাৰতীয় জাতীয় কংগ্ৰেছ52734৫১.২৬
১২উদৰবন্দঅজিত সিংভাৰতীয় জাতীয় কংগ্ৰেছ56755৬১.৪১
১৩লক্ষীপুৰদীনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ51975৫৪.৯০
১৪বৰখলাৰুমি নাথভাৰতীয় জাতীয় কংগ্ৰেছ44824৫৪.৬৪
১৫কাটিগড়াআটাউৰ ৰহমান মাজাৰভূঞাঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট33226৩২.৪১
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দচন্দ্ৰ লাংথাচাভাৰতীয় জাতীয় কংগ্ৰেছ38076৫৭.০৪
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ক্লেনডুন ইংতিভাৰতীয় জাতীয় কংগ্ৰেছ53332৫৪.০১
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
খৰচিং ইংতিভাৰতীয় জাতীয় কংগ্ৰেছ43014৫০.৫৭
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যা সিং ইংলেংভাৰতীয় জাতীয় কংগ্ৰেছ54022৪৫.৯৮
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মানসিং ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ64059৪৯.৪৯
২১মানকাচৰজাভেদ ইচলামনিৰ্দলীয়64639৪৫.৮৬53852
২২শালমাৰা দক্ষিণআব্দুৰ ৰহমান আজমলঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট62254৫০.৫৫58498
২৩ধুবৰীজাহান উদ্দিনঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট53937৪৩.১০46455
২৪গৌৰীপুৰমনেন্দ্ৰ কুমাৰ মুচাহাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট53849৪০.৪৩37190
২৫গোলোকগঞ্জআবু তাহেৰ বেপাৰীভাৰতীয় জাতীয় কংগ্ৰেছ59320৪৩.৯৫55312
২৬বিলাসীপাৰা পশ্চিমহাফিজ বচিৰ আহমেদঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট40501৩৬.১৯36717
২৭বিলাসীপাৰা পূবগুল আখতাৰা বেগমঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট49519৩৬.৩৭25094
২৮গোসাইগাঁওমজেন্দ্ৰ নাৰ্জাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট47543৩৬.২০26598
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰদীপ কুমাৰ ব্ৰহ্মবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট68838৫৭.৫৮37335
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ৰাণী ব্ৰহ্মবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট74670৬৬.১৩28766
৩১চিদলীচন্দন ব্ৰহ্মবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট68127৫৪.৫৬31246
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ45871৪০.৭৮33474
৩৩বিজনীকমলসিং নাৰ্জাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট39861৪১.৮৩26536
৩৪অভয়াপুৰী উত্তৰভূপেন ৰয়অসম গণ পৰিষদ38111৩৬.৩২36574
৩৫অভয়াপুৰী দক্ষিণচন্দন কুমাৰ চৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ51510৪২.২৪35621
৩৬দুধনৈশিৱচৰণ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ46890৩৭.৩৩40873
৩৭গোৱালপাৰা পূবমনোৱাৰ হুচেইনঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট36353২৬.৭৯34511
৩৮গোৱালপাৰা পশ্চিমশ্বেইখ চাহ আলমঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট37800৩৪.১৮26862
৩৯জলেশ্বৰমইনুদ্দিন আহমেদঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট52643৫০.৭৫35847
৪০সৰভোগৰঞ্জিত কুমাৰ দাসভাৰতীয় জনতা পাৰ্টি40716৩১.২৫21534
৪১ভবানীপুৰআবুল কালাম আজাদঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট২৪,৭৫৬
৪২পাটাচাৰকুচিমনোৰঞ্জন দাসভাৰতীয় জনতা পাৰ্টি৩০,৮২৯
৪৩বৰপেটাআব্দুৰ ৰহিম খানঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৫৬,৯১৫
৪৪জনীয়াৰফিকুল ইচলামঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৫৯,৯৭৮
৪৫বাঘবৰচেৰমান আলি আহমেদঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৬০,৪৩৪
৪৬সৰুক্ষেত্ৰীআলি হোচেইনঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৫১,৫৩৭
৪৭চেঙাচুকুৰ আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ৩৬,৮৮৬
৪৮বকোগোপী নাথ দাসঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৫৪,৩৩৫
৪৯ছয়গাঁওৰেকিবুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ৬৪,২৩২
৫০পলাশবাৰীযতীন মালীনিৰ্দলীয়৩৬,৬৭৬
৫১জালুকবাৰীহিমন্ত বিশ্ব শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ৯৩,৭৮০
৫২দিশপুৰঅকণ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ৮৩,০৭১
৫৩গুৱাহাটী পূবৰবীন বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ৪৭,৭০৬
৫৪গুৱাহাটী পশ্চিমহেমন্ত তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ৫৪,৩২৬
৫৫হাজোদ্বীপেন পাঠকঅল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ৩২,৩৫৭
৫৬কমলপুৰযাদৱ চন্দ্ৰ ডেকাভাৰতীয় জনতা পাৰ্টি৪০,৩৯৮
৫৭ৰঙিয়াঘনশ্যাম কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ৩৪,১৯৭
৫৮তামুলপুৰইমানুৱেল মুচাহাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট৪৪,০১৭
৫৯নলবাৰীজয়ন্ত মল্ল বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ৩৯,৮৯৬
৬০বৰক্ষেত্ৰীভূমিধৰ বৰ্মণভাৰতীয় জাতীয় কংগ্ৰেছ৫৩,৬৯৮
৬১ধৰ্মপুৰনীলমণি সেন ডেকাভাৰতীয় জাতীয় কংগ্ৰেছ৫০,৭৮৬
৬২বৰমামনেশ্বৰ ব্ৰহ্মবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট৪২,৩৫২
৬৩চাপাগুৰিহীতেশ্বৰ বসুমতাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট৭০,৯৮১
৬৪পানেৰীকমলী বসুমতাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট৩৮,২০২
৬৫কলাইগাঁওমুকুন্দৰাম চৌধুৰীঅসম গণ পৰিষদ৪২,৫২৫
৬৬ছিপাঝাৰবিনন্দ কুমাৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ৫১,৮২১
৬৭মঙ্গলদৈবসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ৬৫,৪৪০
৬৮দলগাঁওইলিয়াচ আলিভাৰতীয় জাতীয় কংগ্ৰেছ৬২,২৮০
৬৯ওদালগুৰিৰিহন দৈমাৰীবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট৪০,৯৭০
৭০মাজবাটৰাখেশ্বৰ ব্ৰহ্মবডোলেণ্ড পিপলচ্ ফ্ৰণ্ট২৫,২৭১
৭১ঢেকিয়াজুলিহাবুল চক্ৰৱৰ্তীভাৰতীয় জাতীয় কংগ্ৰেছ৪৫,৭৯৯
৭২বৰচলাটংক বাহাদুৰ ৰায়ভাৰতীয় জাতীয় কংগ্ৰেছ৪৬,৭৯৯
৭৩তেজপুৰৰাজেন বৰঠাকুৰভাৰতীয় জাতীয় কংগ্ৰেছ৪৩,৭৩৮
৭৪ৰাঙাপাৰাভীমানন্দ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ৪৫,০৭৮
৭৫চটিয়াপদ্ম হাজৰিকাঅসম গণ পৰিষদ৪৫,০৭৮
৭৬বিশ্বনাথপ্ৰবীন হাজৰিকাঅসম গণ পৰিষদ৪৮,১০৮
৭৭বিহালীপল্লৱ লোচন দাসভাৰতীয় জাতীয় কংগ্ৰেছ৪০,৭৯৮
৭৮গহপুৰমণিকা বৰাভাৰতীয় জাতীয় কংগ্ৰেছ৬০,৪৪১
৭৯জাগীৰোডবিবেকানন্দ দলৈভাৰতীয় জাতীয় কংগ্ৰেছ৬৭,৬৫৯
৮০মৰিগাঁওজোনজোনালী বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ৫৪,৮৮৯
৮১লাহৰিঘাটনজৰুল ইচলামভাৰতীয় জাতীয় কংগ্ৰেছ৫৩,৫৫০
৮২ৰহাপীযুষ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ৫৬,৪৩০
৮৩ধিংআমিনুল ইচলামঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৭২,৪৫৭
৮৪বটদ্ৰবাগৌতম বৰাভাৰতীয় জাতীয় কংগ্ৰেছ৪০,৯০৮
৮৫ৰূপহীহাটমজিবুৰ ৰহমানঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট৪৪,৪৪১
৮৬নগাঁওদুৰ্লভ চন্দ্ৰ চমুৱাভাৰতীয় জাতীয় কংগ্ৰেছ৪৭,৯৭৭
৮৭বঢ়মপুৰপ্ৰফুল্ল কুমাৰ মহন্তঅসম গণ পৰিষদ
৮৮চামগুৰিৰকিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯কলিয়াবৰকেশৱ মহন্তঅসম গণ পৰিষদ
৯০যমুনামুখচিৰাজুদ্দিন আজমলঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট
৯১হোজাইঅৰ্ধেন্দু কুমাৰ দেভাৰতীয় জাতীয় কংগ্ৰেছ
৯২লামডিংস্বপন কৰঅল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট
৯৩বোকাখাটঅৰুণ ফুকন
৯৪সৰুপথাৰএকলিয়াচ তিৰ্কিভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫গোলাঘাটঅজন্তা নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬খুমটাইবিস্মিতা গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭দেৰগাঁওআৰতি হাজৰিকা কচাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৮যোৰহাটৰাণা গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৯মাজুলিৰাজীৱ লোচন পেগুভাৰতীয় জাতীয় কংগ্ৰেছ
১০০তিতাবৰতৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০১মৰিয়নিৰূপজ্যোতি কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কমেম্বৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩আমগুৰিঅঞ্জন দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪নাজিৰাদেৱকান্ত শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাশৰৎ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬সোণাৰিশৰৎ বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭থাওৰাসুশান্ত বৰগোহাঁইভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮শিৱসাগৰপ্ৰণৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯বিহপুৰীয়াভূপেন কুমাৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
১১০নাওবৈচাসঞ্জয় ৰাজ চুব্বাভাৰতীয় জাতীয় কংগ্ৰেছ
১১১লক্ষীমপুৰউৎপল দত্তঅসম গণ পৰিষদ
১১২ঢকুৱাখনানৱ কুমাৰ দলৈঅসম গণ পৰিষদ
১১৩ধেমাজীসুমিত্ৰা দলৈ পাতিৰিভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪জোনাইপ্ৰদান বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫মৰাণজীৱনতাৰা ঘাটোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ডিব্ৰুগড়প্ৰশান্ত ফুকনভাৰতীয় জনতা পাৰ্টি
১১৭লাহোৱালপৃথ্বী মাঝিভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮দুলিয়াজানঅমিয়া গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯টিংখংএটোৱা মুণ্ডাভাৰতীয় জাতীয় কংগ্ৰেছ
১২০নাহৰকটীয়াপ্ৰণতি ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
১২১চাবুৱাৰাজু চাহুভাৰতীয় জাতীয় কংগ্ৰেছ
১২২তিনিচুকীয়াৰাজেন্দ্ৰ প্ৰসাদ সিংভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪মাৰ্ঘেৰিটাপ্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমাদিলীপ মৰাণভাৰতীয় জনতা পাৰ্টি
১২৬শদিয়াবলিন চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ

উপনিৰ্বাচন

[সম্পাদনা কৰক]

৮-আলগাপুৰ সমষ্টিৰ অগপ দলৰ বিধায়ক চহিদুল আলম চৌধুৰীৰ মৃত্যু হোৱাত ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত তাত উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত সমষ্টিটোৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মন্দিৰা ৰয় বিজয়ী হয়।[5][6]

আনহাতে ১৩-লক্ষীপুৰ সমষ্টিৰ বিধায়ক দীনেশ প্ৰসাদ গোৱালাৰো কৰ্মকাল শেষ নহওতে মৃত্যু হয়। ৯-শিলচৰ আৰু ৯০-যমুনামুখ বিধানসভা সমষ্টিৰ বিধায়ক দুগৰাকী ২০১৪ৰ সাধাৰণ নিৰ্বাচনত সাংসদ ৰূপে নিৰ্বাচিত হোৱাত তেওঁলোকৰ নিজৰ নিজৰ বিধানসভা আসন দুখন এৰি দিয়ে। ফলস্বৰূপে ১৩ ছেপ্তেম্বৰ ২০১৮ত হোৱা উপনিৰ্বাচনত শিলচৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ দিলীপ কুমাৰ পাল, লক্ষীপুৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজদীপ গোৱালা আৰু যমুনামুখৰ পৰা অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ আব্দুৰ ৰহিম আজমলে জিকি আহে।[5][7]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2011-05-16. https://web.archive.org/web/20110516160305/http://eciresults.ap.nic.in/statewises03.htm আহৰণ কৰা হৈছে: 2012-04-30.
  2. "Congress sweeps Assam, shocks BJP, AGP". Rediff. 13 May 2011. http://www.rediff.com/news/report/congress-sweeps-assam-shocks-bjp-and-other-rival-parties/20110513.htm আহৰণ কৰা হৈছে: 14 May 2011.
  3. "অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ৱেবচাইট". http://ceoassam.nic.in/GE/AE-2011/Statistical%20Report-ECI/10-Details%20-%20Results.pdf আহৰণ কৰা হৈছে: May 01, 2012.
  4. "অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল". অসমীয়া প্ৰতিদিন: ৮,৯,১০,১১ পৃঃ. ১৪ মে ২০১১.
  5. 1 2 "MEMBERS OF 13th ASSAM LEGISLATIVE ASSEMBLY". assamassembly.gov.in. http://assamassembly.gov.in/mla-all-list.html আহৰণ কৰা হৈছে: 14 মে' 2021.
  6. "Asom Gana Parishad Rise and fall". Frontline, India's National Magazine. https://frontline.thehindu.com/politics/rise-and-fall/article5914574.ece আহৰণ কৰা হৈছে: 14 মে' 2021.
  7. "Lakhipur MLA Dinesh Goala dies at 6 .. Read more at: http://timesofindia.indiatimes.com/articleshow/33834742.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst". Times of India. https://timesofindia.indiatimes.com/city/guwahati/lakhipur-mla-dinesh-goala-dies-at-67/articleshow/33834742.cms আহৰণ কৰা হৈছে: 14 মে' 2021.