সমললৈ যাওক

গুজৰাটী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গুজৰাটী
ગુજરાતી
গুজৰাতী
অঞ্চল ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তাঞ্জানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা
স্থানীয় ভাষিক
৪ কোটি ৬০ লাখ
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
লিখন প্ৰণালী গুজৰাটী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
গুজৰাট (ভাৰত)
ভাষা সংকেত
ISO 639-1 gu
ISO 639-2 guj
ISO 639-3 guj

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতগুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত। ২০১১ চনৰ হিচাপত গুজৰাটী ভাষা থলুৱা ভাষীৰ সংখ্যাৰ হিচাপত ভাৰতৰ ৬ নং সৰ্বাধিক কথিত ভাষা, ৫৫.৫ মিলিয়ন ভাষীয়ে এই ভাষাত কথা পাতে, যিটো মুঠ ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৪.৫ শতাংশ।[1] ২০০৭ চনৰ হিচাপত ই বিশ্বৰ ২৬তম সৰ্বাধিক প্ৰচলিত ভাষা।[2] গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে।

গুজৰাটী বৰ্ণ আৰু সংখ্যা

[সম্পাদনা কৰক]

અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ
શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Scheduled Languages in descending order of speaker's strength – 2011". Registrar General and Census Commissioner of India. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf. 
  2. Mikael Parkvall, "Världens 100 största språk 2007" (The World's 100 Largest Languages in 2007), in Nationalencyklopedin. Asterisks mark the 2010 estimates for the top dozen languages.