ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া এছিয়ান মাহ

ৱিকিপিডিয়া এছিয়ান মাহ ২০১৬ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ জুৰি অনুষ্ঠিতব্য এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। ভাৰতৰ বাদ দি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাই হ'ল অসমীয়া ৱিকিপিডিয়াৰ এই এডিট-এ-থনৰ মূল উদ্দেশ্য।

ৱিকিপিডিয়া এছীয় সম্প্ৰদায়ৰ মাজৰ বন্ধুত্বৰ এজন অংশীদাৰ হিচাপে প্ৰত্যক অংশগ্ৰহণকাৰী, যিয়ে অন্ততঃ চাৰিটা (৪) নিৱন্ধ সৃষ্টি কৰিব, তেওঁক অন্য অংশগ্ৰহণকাৰী দেশৰ বাবে এটি ৱিকিপিডিয়া পোষ্টকাৰ্ড উপহাৰ হিচাপে লাভ কৰিব।

প্ৰত্যেক ৱিকিপিডিয়া পৰা সকলোতকৈ অধিক প্ৰবন্ধ লিখা ৱিকিপিডিয়ান জনক "ৱিকিপিডিয়া এছীয় দূত" উপাধিৰে সম্মানিত কৰা হ'ব।

নিয়মাৱলী

চমুকৈ: নতুন প্ৰবন্ধ, এছিয়া সম্পৰ্কীয়, উন্নত মানৰ, কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ, নবেম্বৰ, ২০১৬ত সৃষ্টি আৰু তালিকা হলে নহয়।

  • আপোনাৰ প্ৰবন্ধ ১ নবেম্বৰ, ২০১৬ ০:০০ আৰু ৩০ নবেম্বৰ, ২০১৬ ২৩:৫৯ (ইউ টি চি)ৰ ভিতৰত সৃষ্টি কৰা নতুন প্ৰবন্ধ হ'ব লাগিব (বি. দ্ৰ. পোখালী বহলালে নহ'ব)।
  • প্ৰবন্ধটোৰ দৈৰ্ঘ্য কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দৰ হ'ব লাগিব।
  • প্ৰবন্ধবোৰে প্ৰবন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ পূৰণ কৰিব লাগিব।
  • প্ৰবন্ধৰ নিৰ্ভৰযোগ্য তথ্যসূত্ৰ থকা উচিত; সন্দেহজনক বা বিবাদমান উক্তিবোৰ প্ৰবন্ধৰ তথ্যসূত্ৰৰ তালিকাৰ জৰিয়তে পৰীক্ষণ কৰিব পৰা হোৱা উচিত।
  • প্ৰবন্ধটো সম্পূৰ্ণ যান্ত্ৰিক অনুবাদ হ'ব নালাগিব আৰু নিৰ্দিষ্ট ভাষা শৈলী থাকিব লাগিব।
  • প্ৰবন্ধটোত কোনো ধৰণৰ বিবাদ (টেগ) থাকিব নালাগিব।
  • প্ৰবন্ধটো যিকোনো তালিকা হলে নহ'ব।
  • প্ৰবন্ধৰ বিষয় ভাৰতক বাদ দি যিকোনো এছিয়াৰ দেশ বা অঞ্চল হ'ব পাৰে।
  • টোকা: অৱশেষত, প্ৰবন্ধটো গ্ৰহণযোগ্য হয়নে নহয় সেইটো স্থানীয় ৱিকিপিডিয়াৰ মানৱ বিচাৰক(সকল)ৰ দ্বাৰা নিৰ্ণয় কৰা হ'ব।

আয়োজকসকল


অংশগ্ৰহণকাৰী সকল

ৱিকিপিডিয়া এছিয়ান মাহত যোগদান কৰিবলৈ তলত এই {{WAM user 2016|XX XX XX}} সাঁচটো ব্যৱহাৰ কৰি নিজৰ নাম লিখক:

  • অনুগ্ৰহ কৰি আপোনাৰ প্ৰবন্ধসমূহ ইয়াত জমা কৰক। সজূলিটোৰ একেবাৰে শীৰ্ষ স্থানৰ সোঁকাষৰ 'log in'ত টিপক আৰু তাৰ পিছৰ কাৰ্যখিনি OAuthএ সম্ভালি ল'ব। আপুনি ইচ্ছা কৰিলে সজূলিটোৰ ভাষাও সলনি কৰিব পাৰিব।
  • এবাৰ আপুনি এটা প্ৰবন্ধ জমা কৰিলে, সজূলিটোৱে তাৰবাবে এটা সাঁচ যোগ কৰিব আৰু প্ৰবন্ধটো কোনো বিচাৰকে বিবেচনা কৰিব পৰা পৰ্যায়লৈ আহিব। আপোনাৰ প্ৰবন্ধৰ অগ্ৰগতি তথা বিবেচিত প্ৰবন্ধৰ সংখ্যা চাবলৈ ইয়াত টিপক
  • কমেও চাৰিটা বিবেচিত প্ৰবন্ধ সৃষ্টি কৰা অংশগ্ৰহণকাৰীক এটাকে ৱিকিপিডিয়া এছিয়ান মাহ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব। ১৫ টা বিবেচিত প্ৰবন্ধৰ বাবে আৰু এটা পোস্টকাৰ্ড দিয়া হ'ব। সৰ্বাধিক প্ৰবন্ধ বিবেচিতহোৱা অংশগ্ৰহণকাৰীক "ৱিকিপিডিয়া এছীয় দূত" সন্মান প্ৰদান কৰা হ'ব আৰু এখন প্ৰমান পত্ৰৰ লগতে অন্য এটা অতিৰিক্ত পোস্টকাৰ্ডো প্ৰদান কৰা হ'ব।
  • সজূলিটো ব্যৱহাৰ কৰি প্ৰবন্ধ জমা কৰোতে যদি কিবা অসুবিধা পাইছে তেন্তে এই পৃষ্ঠাত আপোনাৰ সদস্য নামৰ বিপৰিতে প্ৰবন্ধসমূহ জমা কৰক।
  • যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেন্তে, আপুনি প্ৰশ্নোত্তৰ পৃষ্ঠাখন চাব পাৰে নাইবা WAM talk pageত লিখিব পাৰে।

অংশগ্ৰহণকাৰীসকল:

দিব্য দত্তৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ

অজয় দাসৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. বুদাই
  2. মাউণ্ট ফুজি
  3. বনছাই
  4. শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে
  5. জিগমে খেচাৰ নামগৱেল ৱাংচুক
  6. শেখ হাছিনা
  7. এছিয়ান উন্নয়ন বেংক
  8. বিদ্যা দেৱী ভাণ্ডাৰী
  9. তু ইউইউ
  10. মুহাম্মদ ইউনুছ
  11. তাৱাক্কল কাৰমান
  12. কুৱেইট
  13. জৰ্জিয়া (দেশ)
  14. লেবানন
  15. কম্বোডিয়া
  16. কিৰগিজস্তান
  17. তাজিকিস্তান
  18. তুৰ্কমেনিস্তান
  19. উজবেকিস্তান
  20. ছিৰিয়া
  21. টাইৱান
  22. সংযুক্ত আৰৱ আমিৰাত
  23. ব্ৰুণেই
  24. মালয়েছিয়া
  25. আৰৱ সাগৰ
  26. বংগোপসাগৰ
  27. ওমান
  28. য়েমেন


চাণক্য কুমাৰ দাসৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ

ঈশান কাশ্যপ হাজৰিকাৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ

অংশুমান দত্তৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ