সমললৈ যাওক

১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(1996 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৯৬
ভাৰত
১৯৯১ 
 ২০০১

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৮.৯২%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা প্ৰফুল্ল কুমাৰ মহন্ততৰুণ গগৈ
দল অগপ কংগ্ৰেছ
নেতা হৈছে ১৯৮৫
নেতাৰ আসন বৰহমপুৰমাৰ্ঘেৰিটা

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ১০ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৮.৯২%। এইটো নিৰ্বাচনত মুঠ ১৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ৬ গৰাকীয়ে বিজয়ী হয়। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ওদালগুৰি সমষ্টিত আটাইতকৈ কম আছিল, ২জন আৰু আটাইতকৈ বেছি আছিল বৰপেটা সমষ্টিত, মুঠ ২৮জন। অসম গণ পৰিষদে ৫৯খন আসনত জয় লাভ কৰি প্ৰথম স্থানত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৪টা সমষ্টিৰ পৰা বিজয়ী হৈ প্ৰধান বিৰোধী দলৰ আসনত বহে। প্ৰফুল্ল কুমাৰ মহন্তই নগাওঁ আৰু বৰহমপুৰ দুটা বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল।[1] পিছত তেওঁ নগাঁও আসনখন এৰি দিয়ে আৰু তাৰপৰা উপ-নিৰ্বাচনত অসম গণ পৰিষদ দলৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱা জিকি আহে।[2][3] চি.পি.আই. আৰু চি.পি.আই.(এম)ৰ সমৰ্থনত প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বত অগপই চৰকাৰ গঠন কৰে। চি.পি.আয়ে মন্ত্ৰীসভাত অংশ লয় যদিও চি.পি.আই.(এম)-এ বাহিৰৰ পৰা চৰকাৰক সমৰ্থন দিয়ে।

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

১৯৯৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক দৃশ্যপটত বহুতো লক্ষণীয় পৰিবৰ্তন দেখা গৈছিল। শাসক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতি, ৰাজ্যখনৰ বিদ্ৰোহী কাৰ্যকলাপ ৰোধ কৰিবলৈ চৰকাৰী যন্ত্ৰটোৰ, বিশেষকৈ আৰক্ষী সশস্ত্ৰ বাহিনীৰ নিৰ্বিচাৰ ব্যৱহাৰ আদিৰ বাবে জন-ৰোষে গা কৰি উঠিছিল। ইফালে নতুন অসম গণ পৰিষদ দলে অসম গণ পৰিষদৰ সৈতে চামিল হয় আৰু স্বাভাৱিকতে এইটোৱে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰি তুলিছিল। কংগ্ৰেছক প্ৰতিহত কৰাৰ উদ্দেশ্যে অগপই চি.পি.আই, চি.পি.আই (এম) আদি কংগ্ৰেছ বিৰোধী দলৰ সৈতে জোটবন্ধন কৰে আৰু ইয়াৰ সু-ফল নিৰ্বাচনৰ ফলাফলত দেখা যায়।[3]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল

[সম্পাদনা কৰক]

১৯৯৬ৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৭টা, ৰাজ্যিক পৰ্যায়ৰ ৫টা আৰু ৬টা পঞ্জীভূক্ত, কিন্তু অস্বীকৃত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰে ১০টা ৰাজনৈতিক দলে এখনো আসনত বিজয়ী নহ’ল। নিৰ্বাচনটোত ১১জন নিৰ্দলীয় সদস্য বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহে।[1]

ক্ৰমিক নংদলৰ নামদলৰ স্থিতিপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)ৰাষ্ট্ৰীয় দল১০৮
ভাৰতীয় জনতা পাৰ্টিৰাষ্ট্ৰীয় দল১১৭
ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰাষ্ট্ৰীয় দল১১
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰাষ্ট্ৰীয় দল১০
ভাৰতীয় জাতীয় কংগ্ৰেছৰাষ্ট্ৰীয় দল১২২৩৪
জনতা দলৰাষ্ট্ৰীয় দল৩৪
জনতা পাৰ্টিৰাষ্ট্ৰীয় দল
অসম গণ পৰিষদৰাজ্যিক দল৯৬৫৯
স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতিৰাজ্যিক দল
১০ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)ৰাজ্যিক দল১০
১১অখিল ভাৰতীয় শিৱসেনা- ৰাষ্ট্ৰীয়তাবাদীৰাজ্যিক দল
১২সমাজবাদী পাৰ্টিৰাজ্যিক দল১২
১৩আমৰা বাঙালীপঞ্জীভূক্ত (অস্বীকৃত) দল
১৪ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন)পঞ্জীভূক্ত (অস্বীকৃত) দল
১৫ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী)পঞ্জীভূক্ত (অস্বীকৃত) দল
১৬ছোচিয়েল একচন পাৰ্টিপঞ্জীভূক্ত (অস্বীকৃত) দল
১৭সংযুক্ত সংখ্যালঘূ মৰ্চা অসমপঞ্জীভূক্ত (অস্বীকৃত) দল২০
১৮আৰ্মকাপঞ্জীভূক্ত (অস্বীকৃত) দল
২৭নিৰ্দলীয়৬৫১১১

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শম্ভূসিং মাল্লাভাৰতীয় জনতা পাৰ্টি
পাঠৰকান্দিসুখেন্দু শেখৰ দত্তভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰচিৰাজুল হক চৌধুৰীঅসম গণ পৰিষদ
কৰিমগঞ্জ দক্ষিণআব্দুল মুকদ্দিৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰআবু চালেহ নিজামুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দিআব্দুল মুহিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰাগৌতম ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰচহিদুল আলম চৌধুৰীঅসম গণ পৰিষদ
শিলচৰবিমলাংশু ৰয়ভাৰতীয় জনতা পাৰ্টি
১০সোণাইআনোৱাৰ হুছেইন লস্কৰঅসম গণ পৰিষদ
১১ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গিৰিন্দ্ৰ মল্লিকভাৰতীয় জাতীয় কংগ্ৰেছ
১২উদৰবন্দজগন্নাথ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৩লক্ষীপুৰদীনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪বৰখলামিচবাহুল ইছলাম লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৫কাটিগড়াকালি ৰঞ্জন দেৱভাৰতীয় জনতা পাৰ্টি
১৬হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সমৰজিৎ হাফলংবাৰস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৭বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতিস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৮হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চন্দ্ৰকান্ত টেৰংস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৯ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হামসিং টিছোস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২০বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হলিৰাম টেৰাংস্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২১মানকাচৰআমিনুল ইছলামঅসম গণ পৰিষদ
২২শালমাৰা দক্ষিণৱাজেদ আলি চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ধুবৰীনাজিবুল ওমৰভাৰতীয় জাতীয় কংগ্ৰেছ
২৪গৌৰীপুৰবনেন্দ্ৰ কুমাৰ মুছাহাৰীনিৰ্দলীয়
২৫গোলোকগঞ্জআলাউদ্দিন সৰকাৰভাৰতৰ কমিউনিষ্ট পাৰ্টি
২৬বিলাসীপাৰা পশ্চিমআলি আকবৰ মিঞাঅল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)
২৭বিলাসীপাৰা পূবপ্ৰশান্ত কুমাৰ বৰুৱাঅসম গণ পৰিষদ
২৮গোসাইগাঁওৰাজেন্দ্ৰ মুছাহাৰীঅসম গণ পৰিষদ
২৯কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হেমেন্দ্ৰনাথ ব্ৰহ্মনিৰ্দলীয়
৩০কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্মনিৰ্দলীয়
৩১চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
এণ্ড্ৰিয়াছ হাজোৱাৰীনিৰ্দলীয়
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ
৩৩বিজনীমোহিনী বসুমতাৰীনিৰ্দলীয়
৩৪অভয়াপুৰী উত্তৰভূপেন ৰায়অসম গণ পৰিষদ
৩৫অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবিন বানিক্যঅসম গণ পৰিষদ
৩৬দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অকণ ৰাভাঅসম গণ পৰিষদ
৩৭গোৱালপাৰা পূবজ্যোতিষ দাসঅসম গণ পৰিষদ
৩৮গোৱালপাৰা পশ্চিমআবু বক্কৰ চিদ্দিক জোটদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯জলেশ্বৰআফজালুৰ ৰহমানভাৰতীয় জাতীয় কংগ্ৰেছ
৪০সৰভোগহেমেন দাসভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ভবানীপুৰসুৰেন্দ্ৰ নাথ মেধিঅসম গণ পৰিষদ
৪২পাটাচাৰকুচিমোহন দাসঅসম গণ পৰিষদ
৪৩বৰপেটাইছমাইল হুছেইনঅল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)
৪৪জনীয়াআব্দুৰ ৰৌফসংযুক্ত সংখ্যালঘূ মৰ্চা, অসম
৪৫বাঘবৰশেখ আব্দুল হামিদসংযুক্ত সংখ্যালঘূ মৰ্চা, অসম
৪৬সৰুক্ষেত্ৰীনিজামুদ্দিন খানভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪৭চেঙাচুকুৰ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
জ্যোতি প্ৰসাদ দাসঅসম গণ পৰিষদ
৪৯ছয়গাঁওকমলা কলিতাঅসম গণ পৰিষদ
৫০পলাশবাৰীযতীন মালীঅসম গণ পৰিষদ
৫১জালুকবাৰীভৃগু কুমাৰ ফুকনঅসম গণ পৰিষদ
৫২দিশপুৰঅতুল বৰা
৫৩গুৱাহাটী পূবচিত্ত ৰঞ্জন পাটোৱাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪গুৱাহাটী পশ্চিমৰমেন্দ্ৰ নাৰায়ণ কলিতাঅসম গণ পৰিষদ
৫৫হাজোনুৰুল হুছেইনঅসম গণ পৰিষদ
৫৬কমলপুৰময়দুল ইছলাম বৰাঅসম গণ পৰিষদ
৫৭ৰঙিয়াথানেশ্বৰ বড়োঅসম গণ পৰিষদ
৫৮তামুলপুৰদেৰহাগ্ৰা মুছাহাৰীনিৰ্দলীয়
৫৯নলবাৰীনগেন শৰ্মাঅসম গণ পৰিষদ
৬০বৰক্ষেত্ৰীপুলকেশ বৰুৱাঅসম গণ পৰিষদ
৬১ধৰ্মপুৰচন্দ্ৰমোহন পাটোৱাৰীঅসম গণ পৰিষদ
৬২বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰেখাৰাণী দাসবড়োঅসম গণ পৰিষদ
৬৩চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগমোহন বসুমতাৰীনিৰ্দলীয়
৬৪পানেৰীকুমুদ চন্দ্ৰ দাসনিৰ্দলীয়
৬৫কলাইগাঁওমহেন্দ্ৰ মোহন চৌধুৰীঅসম গণ পৰিষদ
৬৬ছিপাঝাৰজয়নাথ শৰ্মাঅসম গণ পৰিষদ
৬৭মঙ্গলদৈহীৰেন কুমাৰ দাসঅসম গণ পৰিষদ
৬৮দলগাঁওআব্দুল জব্বৰঅসম গণ পৰিষদ
৬৯ওদালগুৰিদেবাকান্ত ৰামচিয়াৰীনিৰ্দলীয়
৭০মাজবাটচিলভিয়াচ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ঢেকিয়াজুলিযোছেফ তপ্পঅসম গণ পৰিষদ
৭২বৰচলাপ্ৰফুল্ল গোস্বামীঅসম গণ পৰিষদ
৭৩তেজপুৰবৃন্দাবন গোস্বামীঅসম গণ পৰিষদ
৭৪ৰাঙাপাৰাভীমানন্দ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫চটিয়াপদ্ম হাজৰিকাঅসম গণ পৰিষদ
৭৬বিশ্বনাথপ্ৰবীন হাজৰিকাঅসম গণ পৰিষদ
৭৭বিহালীবৰ্ণবাস তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮গহপুৰগণেশ কুটুমঅসম গণ পৰিষদ
৭৯জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বুবুল দাসঅসম গণ পৰিষদ
৮০মৰিগাঁওমুনীন মহন্তভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৮১লাহৰিঘাটনজৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহাগহীন চন্দ্ৰ দাসঅসম গণ পৰিষদ
৮৩ধিংমোস্তাফা ছহিদুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪বটদ্ৰবাদীগেন চন্দ্ৰ বৰাঅসম গণ পৰিষদ
৮৫ৰূপহীহাটৰচিদুল হকভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬নগাঁওপ্ৰফুল্ল কুমাৰ মহন্তঅসম গণ পৰিষদ
৮৭বঢ়মপুৰপ্ৰফুল্ল কুমাৰ মহন্তঅসম গণ পৰিষদ
৮৮চামগুৰিঅতুল কুমাৰ শৰ্মাঅসম গণ পৰিষদ
৮৯কলিয়াবৰগুনীন হাজৰিকাঅসম গণ পৰিষদ
৯০যমুনামুখখলিলুৰ ৰহমান চৌধুৰীঅসম গণ পৰিষদ
৯১হোজাইঅৰ্ধেন্দু কুমাৰ দেভাৰতীয় জাতীয় কংগ্ৰেছ
৯২লামডিংহাজী আব্দুৰ ৰৌফঅসম গণ পৰিষদ
৯৩বোকাখাটভূপেন নাথ ভূঞাভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪সৰুপথাৰবিনোদ গোৱালাঅসম গণ পৰিষদ
৯৫গোলাঘাটঅতুল বৰাঅসম গণ পৰিষদ
৯৬খুমটাইপ্ৰবীন গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুশীলা হাজৰিকাঅসম গণ পৰিষদ
৯৮যোৰহাটহীতেন্দ্ৰ নাথ গোস্বামীঅসম গণ পৰিষদ
৯৯মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
কৰুণা দত্তঅসম গণ পৰিষদ
১০০তিতাবৰহেমন্ত কলিতাঅসম গণ পৰিষদ
১০১মৰিয়নিৰূপম কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কৰেণুপমা ৰাজখোৱাঅসম গণ পৰিষদ
১০৩আমগুৰিপ্ৰদীপ হাজৰিকাঅসম গণ পৰিষদ
১০৪নাজিৰাহেমপ্ৰভা শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাহিৰণ্য কুমাৰ কোঁৱৰঅসম গণ পৰিষদ
১০৬সোণাৰিশৰৎ বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭থাওৰাদেৱানন্দ কোঁৱৰভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮শিৱসাগৰপ্ৰমোদ গগৈভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৯বিহপুৰীয়াকেশৰাম বৰাঅসম গণ পৰিষদ
১১০নাওবৈচামণি কুমাৰ চুব্বাভাৰতীয় জাতীয় কংগ্ৰেছ
১১১লক্ষীমপুৰউৎপল দত্তঅসম গণ পৰিষদ
১১২ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দিলীপ কুমাৰ শইকীয়াঅসম গণ পৰিষদ
১১৪জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰদান বৰুৱাঅসম গণ পৰিষদ
১১৫মৰাণজয়চন্দ্ৰ নাগবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ডিব্ৰুগড়কল্যাণ কুমাৰ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭লাহোৱালপৃথ্বী মাঝিভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮দুলিয়াজানঅমিয় গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯টিংখংএটোৱা মুণ্ডাভাৰতীয় জাতীয় কংগ্ৰেছ
১২০নাহৰকটীয়াপ্ৰণতি ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
১২১চাবুৱাভবেন বৰুৱাঅসম গণ পৰিষদ
১২২তিনিচুকীয়াসুদাংশু কুমাৰ দে চিৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ডিগবৈৰামেশ্বৰ ধানোৱাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪মাৰ্ঘেৰিটাতৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমাদিলেশ্বৰ তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬শদিয়াজগদীশ ভূঞাঅসম গণ পৰিষদ

উপনিৰ্বাচন

[সম্পাদনা কৰক]

প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও আৰু বৰহমপুৰ, দুখন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু দুয়োখন আসনৰ পৰাই জিকি আহে। সেয়েহে তেওঁ নগাঁওৰ আসনখন এৰি দিয়াত তাত উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত নগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱাই জয়লাভ কৰে।

১৯৯৮ৰ লোকসভা নিৰ্বাচন তৰুণ গগৈয়ে কলিয়াবৰ আসনৰ পৰা বিজয়ী হোৱাত মাৰ্ঘেৰিটা বিধানসভা আসনখন এৰি দিয়ে আৰু তাতো উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত জয়লাভ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/ আহৰণ কৰা হৈছে: 11 মে' 2021.
  2. "Assam Legislative Assembly - Members 1996-2001". Assam Legislative Assembly Official Site. http://assamassembly.gov.in/ala-since-1937.html আহৰণ কৰা হৈছে: 12 মে' 2021.
  3. 1 2 "The Journey of Congress in Assam: Post Independence Period". International Journal of Humanities and Social Science Invention (IJHSSI). http://www.ijhssi.org/papers/vol8(9)/Series-3/G0809034649.pdf আহৰণ কৰা হৈছে: 11 মে' 2021.
  4. "Margherita (Assam) Assembly Constituency Elections". elections.in/. http://www.elections.in/assam/assembly-constituencies/margherita.html আহৰণ কৰা হৈছে: 13 মে' 2021.