১৪ মাৰ্চ (ইংৰাজী : 14 March ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ৭৩ তম (অধিবৰ্ষ ত ৭৪ তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৭৯ - এলবাৰ্ট আইনষ্টাইন , ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
১৯৩৪ - আল্পনা বন্দোপাধ্যায় , ভাৰতীয় কণ্ঠশিল্পী।
১৯৩৪ - এলি আহমেদ , ভাৰতীয় লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী।
১৯৪৯ - ফৰিদা জালাল , ভাৰতীয় অভিনেত্ৰী।
১৯৫৬ - ইন্দু মলহোত্ৰা , ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
১৯৬৫ - আমিৰ খান , ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
১৯৬৭ - মাইকেল ফিংক , আমেৰিকান মহাকাশচাৰী।
১৯৭২ - ইৰম চানু শৰ্মীলা , ভাৰতীয় মানৱ অধিকাৰ কৰ্মী। “মণিপুৰৰ লৌহ নাৰী” হিচাপে পৰিচিত।
১৮৮৩ - কাৰ্ল মাৰ্ক্স , জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদ ৰ প্ৰবক্তা।
১৮৯৯ - হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
২০১০ - বীৰেশ্বৰ বৰুৱা , অসমীয়া কবি আৰু সমালোচক।
২০১৮ - ষ্টিফেন হকিং , ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইম ৰ ৰচক।
২০২২ - মীনা স্বামীনাথন , ভাৰতীয় শিক্ষাবিদ।