সমললৈ যাওক

ৱাহীদা ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱাহিদা ৰহমানৰ পৰা পুনঃনিৰ্দেশিত)
ৱাহীদা ৰহমান

২০১২ চনত ৰহমান
জন্ম ০৩ ফেব্ৰুৱাৰী, ১৯৩৮ (৮৮ বছৰ)
Chengalpattu, Madras Presidency,
(Tamil Nadu, India)
অন্য নাম Waheeda Rahman
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৫–১৯৯১, ২০০২–বৰ্তমানলৈ
উল্লেখযোগ্য কৰ্ম প্যাছা (১৯৫৭)
Chaudhvin Ka Chand (1960)
বীছ ছাল বাদ (1962)
Guide (1965)
Reshma Aur Shera (1971)
উচ্চতা ৫ ফুট ৪ ইঞ্চি
দাম্পত্যসঙ্গী শশী ৰেখি (বি. ১৯৭৪; মৃ. ২০০০)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি * শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা

ৱাহীদা ৰহমান (ইংৰাজী: Waheeda Rehman, জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৩৮)[1][2][3] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে মূলতঃ হিন্দী চলচ্চিত্ৰ অভিনয় কৰাৰ লগতে তেলুগু, তামিল আৰু পশ্চিম বংগৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। ১৯৫০, ৬০ আৰু ৭০ৰ দশকৰ প্ৰথমভাগত ভিন্নস্বাদৰ কেইবাখনো বোলছবিৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। তেখেতে অনবদ্য কৰ্মজীৱনৰ বাবে ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ শতবৰ্ষ বঁটা, ফিল্মফেয়াৰ জীৱনজোৰা অৱদান বঁটা আৰু দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিম্লফেয়াৰ বঁটা লাভ কৰিছে। বিভিন্ন বাতৰি কাকত-আলোচনীয়ে তেখেতক বলিউডৰ "সকলোতকৈ ধুনীয়া" অভিনেত্ৰী বুলিও আখ্যা দিছ।[4][5][6][7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rachana Dubey (2014-05-15). "Waheeda Rehman's date issues". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Waheeda-Rehmans-date-issues/articleshow/35143364.cms আহৰণ কৰা হৈছে: 15 January 2015.
  2. "Archived copy". http://trove.nla.gov.au/people/1447973?c=people# আহৰণ কৰা হৈছে: 15 January 2015.
  3. "Archived copy". http://id.loc.gov/authorities/names/nr96035018.html# আহৰণ কৰা হৈছে: 15 January 2015.
  4. "I am not very keen on doing films: Waheeda Rehman". timesofindia.com. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/I-am-not-very-keen-on-doing-films-Waheeda-Rehman/articleshow/16878105.cms?referral=PM আহৰণ কৰা হৈছে: 13 March 2014.
  5. "Interview: Waheeda Rehman". glamsham.com. Archived from the original on 13 March 2014. https://web.archive.org/web/20140313161029/http://www.glamsham.com/movies/interviews/25-waheeda-rahman-interview-101012.asp আহৰণ কৰা হৈছে: 13 March 2014.
  6. "Waheeda Rehman: The Quintessential Beauty of Bollywood". firstpost.com. http://www.firstpost.com/topic/bollywood/guru-dutt-100-years-of-bollywood-waheeda-rehman-the-quintessential-video-rgs-xhigAE-122229-1.html আহৰণ কৰা হৈছে: 13 March 2014.
  7. "'I did not consider myself beautiful' – Waheeda Rehman". india.com. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304035738/http://window2india.com/cms/admin/article.jsp?aid=9985 আহৰণ কৰা হৈছে: 13 March 2014.