৩ ফেব্ৰুৱাৰী
অৱয়ব
(০৩ ফেব্ৰুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
৩ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৯৭১ - তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।
- ২০০৬ - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।
জন্ম
[সম্পাদনা কৰক]- ১৮৭৩ - অতীন্দ্ৰনাথ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৮৩ - ঊৰ্মিলা দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৮৩ - নন্দলাল বসু, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৩৮ - ৱাহীদা ৰহমান, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৬ - দূতী চান্দ, ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৪৬৮ - জোহানেছ গুটেনবাৰ্গ, জাৰ্মান উদ্ভাৱক, চলনশীল ছপাশালৰ উদ্ভাৱক।
- ১৮৩২ - উমাজী নাইক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ২০১৭ - জ্যোতিপ্ৰসাদ মেধি, অসমীয়া পৰিসংখ্যাবিদ।
দিৱস
[সম্পাদনা কৰক]- প্ৰৱীন দিৱস (থাইলেণ্ড)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৩ ফেব্ৰুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-02-04 at the Wayback Machine
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|