কোকৰাঝাৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে কোকৰাঝাৰ জিলা চাওক।
| কোকৰাঝাৰ | |
| — নগৰ — | |
|
|
|
| স্থানাঙ্ক | 26°24′N 90°16′E / 26.4°N 90.27°E |
| দেশ | |
| ৰাজ্য | অসম |
| পৌৰপতি | |
| জনসংখ্যা | 31,152 (2001[update]) |
| লিঙ্গ অনুপাত | 52:50 ♂/♀ |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি • উচ্চতা |
• 38 m (125 ft) |
| ৱেবছাইট | kokrajhar.gov.in |
কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। এইখন নগৰতে "বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত।