২০০১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(2001 Assam Legislative Assembly electionৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ২০০১
ভাৰত
১৯৯৬ ←
→ ২০০৬

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৫.০৫%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা তৰুণ গগৈ প্ৰফুল্ল কুমাৰ মহন্ত
দল কংগ্ৰেছ অগপ
নেতাৰ আসন তিতাবৰ বঢ়মপুৰ

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

২০০১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ একাদশ বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৫.০৫%। এই নিৰ্বাচনে গুপ্তহত্যা, বিত্তীয় সংকট আদিয়ে জুৰুলা কৰা অসম গণ পৰিষদৰ চৰকাৰখনৰ পতন মাতি আনিছিল। ৭১খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ২০খন আসন লাভ কৰি অগপই বিৰোধীৰ আসনত বহে।[1]

প্ৰেক্ষাপট[সম্পাদনা কৰক]

২০০১ চনৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জোটবন্ধন কৰে, যাৰবাবে তেওঁলোকৰ পূৰ্বৰ জোটবন্ধনৰ অংশীদাৰী দল চি.পি.আই. আৰু চি.পি.আই. (এম) আঁতৰি যায়। অগপ আৰু বিজেপিৰ মিত্ৰতাই কংগ্ৰেছৰ বাবে প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল; যাৰবাবে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সৰু সৰু দলবোৰৰ সৈতে মিত্ৰতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। কংগ্ৰেছে ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিয়ে আৰু ৩৯.৭৫ শতাংশ ভোটৰে ৭১খন আসনত জয়ী হয়। অগপই লাভ কৰা আসনৰ সংখ্যা আছিল ২০খন আৰু তেওঁলোকৰ ভোটৰ শতাংশ হ’ল ২০.০২। আনহাতে ৯.৩৫ শতাংশ ভোট লাভেৰে বিজেপিয়ে ৮খন আসনত দখল সাব্যস্ত কৰি তৃতীয় স্থানত থাকে।[2]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[সম্পাদনা কৰক]

এইটো নিৰ্বাচনত মুঠ ২৭টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰে ৫টা ৰাষ্ট্ৰীয়, ১২টা ৰাজ্যিক আৰু ১০টা পঞ্জীভূক্ত, কিন্তু নিৰ্বাচন আয়োগৰ স্বীকৃতি নোপোৱা দল আছিল। ৩৯৩জন লোকে নিৰ্দলীয় সদস্যৰূপে অৱতীৰ্ণ হয় আৰু ইয়াৰে ১৯জন বিধানসভালৈ নিৰ্বাচিত হৈ আহে।[1]

ক্ৰমিক নং দলৰ নাম দলৰ স্থিতি প্ৰতিদ্বন্দ্বিতা কৰা আসন লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল ৪৬
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৰাষ্ট্ৰীয় দল ১৯
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰাষ্ট্ৰীয় দল ২২
ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাষ্ট্ৰীয় দল ১২৬ ৭১
ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি ৰাষ্ট্ৰীয় দল ৬২
অসম গণ পৰিষদ ৰাজ্যিক দল ৭৭ ২০
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ৰাজ্যিক দল ২৩
স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি (প্ৰগতিশীল) ৰাজ্যিক দল
স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত) ৰাজ্যিক দল
১০ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন) ৰাজ্যিক দল
১১ জনতা দল (চেকুলাৰ) ৰাজ্যিক দল
১২ জনতা দল (সংযুক্ত) ৰাজ্যিক দল
১৩ মুছলিম লীগ কেৰালা ষ্টেট কমিটি ৰাজ্যিক দল
১৪ ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যিক দল
১৫ ৰিভ’লুশ্যনাৰী ছচিয়েলিষ্ট পাৰ্টি ৰাজ্যিক দল
১৬ সমতা পাৰ্টি ৰাজ্যিক দল ১৯
১৭ সমাজবাদী পাৰ্টি ৰাজ্যিক দল ২৩
১৮ আমৰা বাঙালী পঞ্জীভূক্ত (অস্বীকৃত) দল
১৯ লোক জনশক্তি পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল ১১
২০ লোক শক্তি পঞ্জীভূক্ত (অস্বীকৃত) দল
২১ পিপ’লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট পঞ্জীভূক্ত (অস্বীকৃত) দল
২২ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী) পঞ্জীভূক্ত (অস্বীকৃত) দল
২৩ সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়) পঞ্জীভূক্ত (অস্বীকৃত) দল
২৪ ইউনাইটেড বড়ো নেচনেলিষ্ট লিবাৰেচন ফ্ৰণ্ট পঞ্জীভূক্ত (অস্বীকৃত) দল ১৩
২৫ সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম পঞ্জীভূক্ত (অস্বীকৃত) দল
২৬ ইউনাইটেড ৰিজাৰ্ভেচন মুভমেণ্ট কাউঞ্চিল অফ আছাম (URMCA) পঞ্জীভূক্ত (অস্বীকৃত) দল
২৭ ইউনাইটেড ট্ৰাইবেল নেচনেলিষ্টচ্ লিবাৰেচন ফ্ৰণ্ট পঞ্জীভূক্ত (অস্বীকৃত) দল
২৮ নিৰ্দলীয় ৩৯৩ ১৯

বিজয়ী প্ৰাৰ্থীসকল[1][সম্পাদনা কৰক]

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল প্ৰাপ্ত ভোটৰ সংখ্যা দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰথিছ ৰঞ্জন চৌধুৰী নিৰ্দলীয়
পাঠৰকান্দি মণিলাল গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰ মিচন ৰঞ্জন দাস ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ দক্ষিণ চিদ্দিক আহমেদ সমতা পাৰ্টি
বদৰপুৰ জামাল উদ্দিন আহমেদ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
হাইলাকান্দি চাহাবুদ্দিন চৌধুৰী নিৰ্দলীয়
কাটলিচেৰা গৌতম ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ চহিদুল আলম চৌধুৰী অসম গণ পৰিষদ
শিলচৰ বিমলাংশু ৰয় ভাৰতীয় জনতা পাৰ্টি
১০ সোণাই আনোৱাৰ হুছেইন লস্কৰ সমাজবাদী পাৰ্টি
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টি
১২ উদৰবন্দ অজিত সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ লক্ষীপুৰ দীনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ বৰখলা মিচবাহুল ইছলাম লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ কাটিগড়া কালি ৰঞ্জন দেৱ ভাৰতীয় জনতা পাৰ্টি
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাছা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত)
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ধৰমসিং টেৰং স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (সংযুক্ত)
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যাসিং ইংলেং ভাৰতীয় জাতীয় কংগ্ৰেছ
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰূপন সিং ৰংহান ভাৰতীয় জাতীয় কংগ্ৰেছ
২১ মানকাচৰ হোচেনাৰা ইছলাম ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
২২ শালমাৰা দক্ষিণ ৱাজেদ আলি চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ ধুবৰী নাজিবুল ওমৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
২৪ গৌৰীপুৰ বনেন্দ্ৰ কুমাৰ মুছাহাৰী অসম গণ পৰিষদ
২৫ গোলোকগঞ্জ দীনেশ চন্দ্ৰ সৰকাৰ ভাৰতীয় জনতা পাৰ্টি
২৬ বিলাসীপাৰা পশ্চিম আলি আকবৰ মিঞা অসম গণ পৰিষদ
২৭ বিলাসীপাৰা পূব প্ৰশান্ত কুমাৰ বৰুৱা অসম গণ পৰিষদ
২৮ গোসাইগাঁও মিথিয়াচ টুডু ভাৰতীয় জাতীয় কংগ্ৰেছ
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হেমেন্দ্ৰনাথ ব্ৰহ্ম নিৰ্দলীয়
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্ম নিৰ্দলীয়
৩১ চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মতিন্দ্ৰ বসুমতাৰী নিৰ্দলীয়
৩২ বঙাইগাঁও ফণীভূষণ ৰয় অসম গণ পৰিষদ
৩৩ বিজনী ৰোমিঅ’ ব্ৰহ্ম নিৰ্দলীয়
৩৪ অভয়াপুৰী উত্তৰ ভূপেন ৰায় অসম গণ পৰিষদ
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
চন্দন কুমাৰ সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰণয় ৰাভা ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭ গোৱালপাৰা পূব চাদিদ মজুমদাৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৮ গোৱালপাৰা পশ্চিম শেখ চাহ আলম ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৯ জলেশ্বৰ আফটাবুদ্দিন ভাৰতীয় জাতীয় কংগ্ৰেছ
৪০ সৰভোগ চামচুল হক নিৰ্দলীয়
৪১ ভবানীপুৰ সৰ্বানন্দ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৪২ পাটাচাৰকুচি পবিন্দ্ৰ ডেকা নিৰ্দলীয়
৪৩ বৰপেটা ইছমাইল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪ জনীয়া আচাহক আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫ বাঘবৰ দিলদাৰ ৰেজ্জা ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ সৰুক্ষেত্ৰী তাৰাপ্ৰসাদ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭ চেঙা চুকুৰ আলি আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গোপীনাথ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ ছয়গাঁও ৰাণা গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫০ পলাশবাৰী প্ৰণৱ কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫১ জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫২ দিশপুৰ ৰবীন বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩ গুৱাহাটী পূব পঙ্কজ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪ গুৱাহাটী পশ্চিম হেমন্ত তালুকদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫ হাজো হৰেন দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬ কমলপুৰ উত্তৰা কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ ৰঙিয়া ভূবনেশ্বৰ কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৮ তামুলপুৰ বিশ্বজিৎ দৈমাৰী নিৰ্দলীয়
৫৯ নলবাৰী মদন কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬০ বৰক্ষেত্ৰী ভূমিধৰ বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ ধৰ্মপুৰ নীলমণি সেন ডেকা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পানীৰাম ৰাভা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
তজেন বসুমতাৰী নিৰ্দলীয়
৬৪ পানেৰী কমলী বসুমতাৰী নিৰ্দলীয়
৬৫ কলাইগাঁও নাথু বড়ো নিৰ্দলীয়
৬৬ ছিপাঝাৰ জয়নাথ শৰ্মা অসম গণ পৰিষদ
৬৭ মঙ্গলদৈ বসন্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮ দলগাঁও আব্দুল জব্বৰ অসম গণ পৰিষদ
৬৯ ওদালগুৰি ৰিহন দৈমাৰী নিৰ্দলীয়
৭০ মাজবাট কৰেন্দ্ৰ বসুমতাৰী নিৰ্দলীয়
৭১ ঢেকিয়াজুলি যোছেফ তপ্প অসম গণ পৰিষদ
৭২ বৰচলা টংক বাহাদুৰ ৰায় ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ তেজপুৰ বৃন্দাবন গোস্বামী অসম গণ পৰিষদ
৭৪ ৰাঙাপাৰা ভীমানন্দ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ চটিয়া প্ৰাণেশ্বৰ বসুমতাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬ বিশ্বনাথ নুৰজামাল সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ বিহালী ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি
৭৮ গহপুৰ ৰিপুন বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বুবুল দাস অসম গণ পৰিষদ
৮০ মৰিগাঁও জোনজোনালী বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১ লাহৰিঘাট নজৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ ৰহা
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
আনন্দ ৰাম বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩ ধিং ইদ্ৰিছ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ বটদ্ৰবা গৌতম বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ ৰূপহীহাট চৰিফা বেগম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ নগাঁও গিৰিন্দ্ৰ কুমাৰ বৰুৱা অসম গণ পৰিষদ
৮৭ বঢ়মপুৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদ
৮৮ চামগুৰি ৰকিবুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ কলিয়াবৰ গুনীন হাজৰিকা অসম গণ পৰিষদ
৯০ যমুনামুখ খলিলুৰ ৰহমান চৌধুৰী অসম গণ পৰিষদ
৯১ হোজাই অৰ্ধেন্দু কুমাৰ দে ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ লামডিং সুশীল দত্ত ভাৰতীয় জনতা পাৰ্টি
৯৩ বোকাখাট জিতেন গগৈ নিৰ্দলীয়
৯৪ সৰুপথাৰ একলিয়াছ তিৰ্কি ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫ গোলাঘাট অজন্তা নেওগ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬ খুমটাই জীৱকান্ত গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭ দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
হেমপ্ৰকাশ নাৰায়ণ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৮ যোৰহাট হীতেন্দ্ৰ নাথ গোস্বামী অসম গণ পৰিষদ
৯৯ মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজীৱ লোচন পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১০০ তিতাবৰ দীপ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০১ মৰিয়নি ৰূপম কুৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০২ টিয়ক মেম্বৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩ আমগুৰি অঞ্জন দত্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪ নাজিৰা হেমপ্ৰভা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫ মাহমৰা শৰৎ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬ সোণাৰি শৰৎ বৰকটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭ থাওৰা দেৱানন্দ কোঁৱৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮ শিৱসাগৰ প্ৰণৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯ বিহপুৰীয়া প্ৰেমধৰ বৰা নিৰ্দলীয়
১১০ নাওবৈচা চুলতান চাদিক নিৰ্দলীয়
১১১ লক্ষীমপুৰ উৎপল দত্ত অসম গণ পৰিষদ
১১২ ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দিলীপ কুমাৰ শইকীয়া অসম গণ পৰিষদ
১১৪ জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰদান বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫ মৰাণ সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদ
১১৬ ডিব্ৰুগড় কল্যাণ কুমাৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ লাহোৱাল পৃথ্বী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ দুলিয়াজান ৰামেশ্বৰ তেলী ভাৰতীয় জনতা পাৰ্টি
১১৯ টিংখং এটোৱা মুণ্ডা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২০ নাহৰকটীয়া প্ৰণতি ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২১ চাবুৱা ৰাজু চাহু ভাৰতীয় জাতীয় কংগ্ৰেছ
১২২ তিনিচুকীয়া ৰাজেন্দ্ৰ প্ৰসাদ সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ মাৰ্ঘেৰিটা প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া জগদীশ ভূঞা অসম গণ পৰিষদ

উপনিৰ্বাচন[সম্পাদনা কৰক]

অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত তৰুণ গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ ভাতৃ দীপ গগৈয়ে দখল কৰি থকা তিতাবৰ বিধানসভা সমষ্টিটো এৰি দিয়ে। ফলস্বৰূপে তিতাবৰত উপনিৰ্বাচন অনুষ্ঠিত হয় আৰু তাৰপৰা তৰুণ গগৈ বিজয়ী হৈ আহে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  2. "The Journey of Congress in Assam: Post Independence Period". International Journal of Humanities and Social Science Invention (IJHSSI). http://www.ijhssi.org/papers/vol8(9)/Series-3/G0809034649.pdf। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  3. "Titabar (Assam) Assembly Constituency Elections". elections.in. http://www.elections.in/assam/assembly-constituencies/titabar.html। আহৰণ কৰা হৈছে: 13 মে' 2021.