ভৃগুমুনি কাগয়ুং
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভৃগুমুনি কাগয়ুং Bhrigumoni Kakyung | |
---|---|
জন্ম | ২২ অক্টোবৰ, ১৯৩৪ দিখৌমুখ, শিৱসাগৰ, অসম, ভাৰত |
মৃত্যু | ২৭ মাৰ্চ, ২০১১ (৬৮ বছৰ) |
পেচা | কবি, সম্পাদক, শিক্ষাবিদ আৰু লেখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | মন-বননিৰ জুই মিচিং সংস্কৃতিৰ আলেক্ষ্য |
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।
কৰ্মৰাজী
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]- কবিতা কলি
- কবিতা কুসুম
- অনাহুত
- মন-বননিৰ জুই
- K:Kang Me'tom (মিচিং)
গদ্য
[সম্পাদনা কৰক]- মিচিং কৃষ্টিৰ চমু আভাস
- আঞ্চলিক ভাষা বনাম আভাস
- মিচিং লুজান
- মিচিং জনজীৱন চিন্তা সম্পৰ্কিত সমস্যা, শিক্ষা আৰু ভাষা
- আবেগিক এক্য সাধনাত শ্ৰীমম্ত শঙ্কৰদেৱৰ প্ৰসংগীকতা
সম্পাদনা
[সম্পাদনা কৰক]- মিচিং সংস্কৃতিৰ আলেখ্য
- অসমৰ জনজাতি গীতি সংকলন
- তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলী (প্ৰথম খণ্ড, ১৯৮৮)
- তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলী (দ্বিতীয় খণ্ড)
- Prominent Mising Personalites of Assam[1]
- Mising Agomclang ABVGE
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Book:Prominent Mising Personalites of Assam, ed. Nabin Ch. Taye, page-17, 2002
আৰু চাওক
[সম্পাদনা কৰক]