উজনি সোৱনশিৰি জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


উজনি সোৱনশিৰি জিলা
Arunachal Pradesh district location map Upper Subansiri.svg

অৰুণাচল প্ৰদেশত উজনি সোৱনশিৰিৰ অৱস্থান
ৰাজ্য অৰুণাচল প্ৰদেশ,  ভাৰত
সদৰ Daporijo
মাটিকালি 7,032 বৰ্গ কি.মি. (2 বৰ্গ মিটাৰ)
জনসংখ্যা 83205[1] (2011)
সাক্ষৰতা হাৰ 64.0%[1]
লিংগ অনুপাত 982[1]
District collector Danish Ashraf , IAS
আনুষ্ঠানিক ৱেবছাইট

উজনি সোৱনশিৰি জিলা (Pron:/su:bənˈsɪɹi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷

ইতিহাস[সম্পাদনা কৰক]

১৯৮৭ চনত পূৰ্ৱৰ সোৱনশিৰি জিলাক বিভক্ত কৰি উজনি আৰু নামনি সোৱনশিৰি জিলা হিচাপে দুখন জিলা গঠন কৰা হয়৷[2]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই হৈছে দাপ’ৰিজ’ (Daporijo)৷ জিলাখনৰ অন্যান্য উল্লেখযোগ্য নগৰ সমূহ হৈছে দুমপৰিজ’ (Dumporijo), তালিহা (Taliha), নাচ্চ’ (Nacho), চিয়াম (Siyum) আৰু মাৰ’ (Maro)৷

এই জিলাৰ মুঠ মাটিকালি ৭০৩২ বৰ্গ কিলোমিটাৰ৷[3]

অৰ্থনীতি[সম্পাদনা কৰক]

২০০৬ চনৰ ভাৰত চৰকাৰে উজনি সোৱনশিৰি জিলাক ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০ খন জিলাৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰে৷ [4] এই জিলা বৰ্তমান Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা আবন্টন লাভ কৰা অৰুণাচল প্ৰদেশৰ একমাত্ৰ জিলা৷[4]

সমষ্টি[সম্পাদনা কৰক]

উজনি সোৱনশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ পাঁচটা সমষ্টি আছে-নাচ্চ’ (Nacho), তালিহা (Taliha), দাপ’ৰিজ’ (Daporijo), ৰাগা (Raga), আৰু দুমপ’ৰিজ’ (Dumporijo)৷ এই সমষ্টি কেইটা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্গত৷ [5]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি সোৱনশিৰি জিলাৰ মুঠ জনসংখ্যা ৮৩,২০৫ জন৷[6] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২১৷ [6] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১২ জন৷[6] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৫০.৩৪% [6] উজনি সোৱনশিৰি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী [6] আৰু সাক্ষৰতাৰ হাৰ ৬৩.৯৬%৷[6]

জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক টাগিন (Tagin), নিচি (Nyishi) আৰু গাল’ (Galo) জনজাতিৰ৷

শিক্ষা[সম্পাদনা কৰক]

Jawahar Navodaya Vidyalaya, Megdong for Upper Subansiri district is located at a distance of about 10 km east from administritave headquarter Daporijo

পৰ্য্যটন[সম্পাদনা কৰক]

Tourist sites in the area include:

  • Aato Topo statue at Dumporijo;
  • Menga mandir: a cave mandir with a huge Shiva Linga inside. The cave has two caves within, which goes down about 8 meters.
  • Jalang waterfall at Timba village
  • Keba Somara village where there is Yechung Gambungসাঁচ:What? in the Subansiri river, which is believed to be linked to a cave/large crack in the mountain, 2 km away and has an associated history.
  • Lingpi ligne at Dupit village has a huge Shiva Linga shaped stone (Lingpi coming out from earth) which has a
  • Achin Muri is a historical place associated with the massacre of Indian Army in 1954
  • Sher-e-Thappa status commemorating an engagement with the Chinese for 72 hours in 1962 Indo-China war

Also, there is trekking from Siyum to Mechuka through the snow laden Tikuk pass in the Tikuk mountain (during November). This trade route was part of the established barter practice between Tibet and the tribes in the region during 20th C.[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. 4.0 4.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  5. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  7. "Exploring the unexplored: A case of tourism development for Upper Subansiri dist: By Nyatum Doke". http://www.echoofarunachal.in/newsdetails.php?nid=ECHO20150512000627. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 28°18′N 94°00′E / 28.3°N 94°E / 28.3; 94