নামচাই জিলা
নামচাই জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২৫ নৱেম্বৰ ২০১৪ |
সদৰ | নামচাই |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৩টা (চৌখাম, নামচাই, লেকাং) |
মাটিকালি | |
- মুঠ | ১,৫৮৭ কি.মি.২ (৬১২.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৯৫,৯৫০ জন |
- জনঘনত্ব | ৬০.৫ প্ৰতি বৰ্গ কি.মি. (১৫৬.৬ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫৪.২৪%[1] |
- লিংগ অনুপাত | ৯৮৪.৪৯[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°40′08″N 95°52′17″E / 27.6689°N 95.8714°Eস্থানাংক: 27°40′08″N 95°52′17″E / 27.6689°N 95.8714°E |
গড় বাৰ্ষিক বৰ্ষাপাত | ৩৫০০-৪০০০[1] মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷
ইতিহাস[সম্পাদনা কৰক]
২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1]
পৰ্য্যটন[সম্পাদনা কৰক]
- সোণালী পেগোডা
নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Namsai at a Glance". https://namsai.nic.in/about-district/। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ ২০১৮.
- ↑ 2.0 2.1 "Namsai became the 18th district of Arunachal Pradesh in November 2014". India Today. December 18, 2014. http://indiatoday.intoday.in/education/story/namsai-officially-became-the-18th-district-of-arunachal-pradesh/1/407543.html। আহৰণ কৰা হৈছে: 26 October 2015.
- ↑ "Arunachal clears bill for four new districts". The Times of India. 22 March 2013. https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms.
- ↑ "Namsai’s Golden Pagoda awes fans in Zubeen’s viral Mission China song" (en-US ভাষাত). The News Mill. 2017-07-29. https://thenewsmill.com/namsais-golden-pagoda-awes-fans-zubeens-viral-mission-china-song/.
- ↑ Hundred novice monks ordained at the Golden Pagoda Archived 22 October 2016 at the Wayback Machine, The Arunachal Times
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
লোহিত জিলা | ![]() | ||
তিনিচুকীয়া জিলা, অসম | ![]() |
লোহিত জিলা | ||
![]() ![]() | ||||
![]() | ||||
চাংলাং জিলা |
|