সমললৈ যাওক

অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়। অন্যহাতে, ধাৰ্মিক উৎসৱ সমূহত পুৰোহিতক নিমন্ত্ৰণ কৰি নিজ জনগোষ্ঠীৰ লোকসকলৰ মাজত আয়োজন কৰা হয়। বছৰৰ বাৰ মাহতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বিভিন্ন উৎসৱ পালন কৰে। এই দৃষ্টি মতে, অৰুণাচলক উৎসৱ আয়োজন কৰাৰ প্ৰদেশ বুলিব পাৰি। অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী সমূহে উদযাপন কৰা প্ৰায় সকলো বিলাক উৎসৱতে জীৱ-জন্তু বলি দিয়াটো তেওঁলোকৰ ধৰ্মীয় ৰীতি।[1]

বিভিন্ন উৎসৱসমূহ

[সম্পাদনা কৰক]
নংজিলাসদৰউৎসৱজনগোষ্ঠীদিন (আনুমানিক)
টাৱাংটাৱাংল'ছাৰমনপা১১ ফেব্ৰুৱাৰী
পশ্চিম কামেংবমডিলাল'ছাৰ
খান
মনপা
মিজি
১১ ফেব্ৰুৱাৰী
(ফেব্ৰুৱাৰী/ মাৰ্চ)
পূব কামেংচেপ্পান্যোকুম
Gomkum gompa
নিচি
ছ’লুঙ)
২৬ ফেব্ৰুৱাৰী
১৫ এপ্ৰিল
নামনি সোৱণশিৰিজিৰ’Boori Boot
ন্যোকুম
ড্ৰী
পাৰ্বত্য মিৰি
নিচি
আপাতানি
৬ ফেব্ৰুৱাৰী
২৬ ফেব্ৰুৱাৰী
৫ জুলাই
উজনি সোৱণশিৰিডাপ’ৰিজ’ছি-দঞি
Boori Boot
মোপিন
ত'গিন
পাৰ্বত্য মিৰি
আদি
৬ জানুৱাৰী
৬ ফেব্ৰুৱাৰী
৫ এপ্ৰিল
পশ্চিম ছিয়াংআলঙমোপিন
ছ’লুঙ
আদি
আদি
৫ এপ্ৰিল
১ ছেপ্তেম্বৰ
পূব ছিয়াংপাছিঘাটআৰাণ
মোপিন
ছ’লুঙ
আদি
আদি
৭ মাৰ্চ
৫ এপ্ৰিল
১ ছেপ্তেম্বৰ
লোহিততেজুটামলাডু
চাঙকেন
Shapawng Yawng Manau Poi
Taroon & Kamman Mishmis
খামটি
ছিংফ'
১৫ এপ্ৰিল
১৪ ফেব্ৰুৱাৰী
নামনি দিবাং উপত্যকাৰ’য়িংৰেহ
ছ’লুঙ
ইদু মিচিমি
আদি
১ ফেব্ৰুৱাৰী
১ ছেপ্তেম্বৰ
১০উজনি দিবাং উপত্যকাআনিনিৰেহ
ছ’লুঙ
ইদু মিচিমি
আদি
১ ফেব্ৰুৱাৰী
১ ছেপ্তেম্বৰ
১১কুৰুং কুমেইLaying Yangteন্যোকুমনিচি২৬ ফেব্ৰুৱাৰী
১২টিৰাপখ'নছাঅ'ৰিয়াহ
ছ'ল'-ল'কু
ৱাংছ'
ন'ক্তে
১৬ ফেব্ৰুৱাৰী
২৫ নৱেম্বৰ
১৩চাংলাংচাংলাংমলতাংগাএপ্ৰিল
১৪পাপুমপাৰেইটানগৰন্যোকুমনিচি২৬ ফেব্ৰুৱাৰী
১৫উজনি ছিয়াংYingkiongমোপিন
ছ’লুঙ
৫ এপ্ৰিল
১ ছেপ্তেম্বৰ[1]

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ". Govt. of Arunachal Pradesh. Archived from the original on October 22, 2012. https://web.archive.org/web/20121022065203/http://arunachalpradesh.nic.in/festivals.htm আহৰণ কৰা হৈছে: September 11, 2012.